• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ উপাচাৰ্য নিযুক্তিত অনিয়মৰ অভিযোগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 13, 2025 6:56 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লী উচ্চ ন্যায়ালয়ে জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ উপাচাৰ্য নিযুক্তিৰ আইনগত বৈধতাক প্ৰত্যাহ্বান জনাই দাখিল কৰা এক আবেদনৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰ, জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়লৈ এক জাননী জাৰি কৰিছে। আবেদনখনত অনুসন্ধান সমিতিৰ অনিয়মিত গঠন, সমিতিৰ অধ্যক্ষৰ অনুপযুক্ত নিযুক্তিকে আদি কৰি কেইবাটাও অনিয়মৰ অভিযোগ উত্থাপন কৰা হৈছে।

অভিযোগ অনুসৰি, কেন্দ্ৰীয় শিক্ষা মন্ত্ৰণালয়ে ৰাষ্ট্ৰপতি ক সমিতিৰ অধ্যক্ষ নিৰ্বাচনত হস্তক্ষেপ কৰি মন্ত্ৰণালয়ে দিয়া দুগৰাকী মনোনীত ব্যক্তিৰ মাজৰ পৰা বাছনি কৰিবলৈ পৰামৰ্শ দিছিল। ইয়াৰোপৰি, আবেদনত উল্লেখ কৰা হৈছে যে উপাচাৰ্যৰ নিযুক্তি প্ৰক্ৰিয়াত শিক্ষা মন্ত্ৰণালয়ৰ হস্তক্ষেপে সংবিধানৰ বিধান আৰু সুপ্ৰীম কোৰ্টৰ নীতিসমূহ উলংঘা কৰিছে।

Apply Now

বিশ্ববিদ্যালয়ৰ পক্ষৰ অতিৰিক্ত সলিচিটৰ জেনেৰেল চেতন শৰ্মা আৰু কেন্দ্ৰীয় চৰকাৰৰ ষ্টেণ্ডিং কাউন্সেল মনিকা অৰোৰাই ৱ্ৰিট পিটিছনটোৰ গ্ৰাহ্যতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি আবেদনকাৰীৰ আইনগত অধিকাৰ আৰু ব্যৱহাৰক প্ৰত্যাহ্বান কৰিছে। তেওঁলোকে ৰাষ্ট্ৰপতিক প্ৰদান কৰা চামাৰী নোটছৰ উল্লেখ কৰি এই নথিপত্ৰবোৰ আবেদনকাৰীৰ হাতলৈ কেনেকৈ পালেগৈ আৰু ইয়াৰ সত্যতাৰ প্ৰমাণ বিচাৰিছে। অৰোৰাই সংবিধানৰ অনুচ্ছেদ ৭৪(২)উদ্ধৃতি দাঙিধৰি কৰি ৰাষ্ট্ৰপতিক দিয়া মন্ত্ৰণালয়ৰ পৰামৰ্শৰ বিৰুদ্ধে ন্যায়িক পৰীক্ষা নিষিদ্ধ বুলি উল্লেখ কৰিছে।

আবেদনকাৰীৰ পক্ষৰ ড॰ অমিত জৰ্জে যুক্তি দৰ্শাই কয় যে যিকোনো নাগৰিকে ৰাজহুৱা স্বাৰ্থত আবেদন দাখিল কৰিব পাৰে আৰু উল্লিখিত নথিপত্ৰবোৰ বাতৰি, ওৱেবছাইটত সাৰ্বজনীনভাৱে উপলব্ধ আছিল।

ন্যায়াধীশ প্ৰতীক জালানে সকলো পক্ষক জাননী জাৰি কৰি  ১৬ জুলাইত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য্য কৰিছে। উল্লেখ্য যে আবেদনখনত দাবী কৰা হৈছে যে প্ৰফেচৰ আছিফৰ নিযুক্তিত জামিয়া মিলিয়া ইছলামিয়া আইন ১৯৮৮ আৰু ইউজিচি নিয়মাৱলী ২০১৮ৰ বিধান উলংঘা কৰা হৈছে আৰু ইয়াক সংবিধানৰ অনুচ্ছেদ ২২৬ৰ অধীনত বাতিল কৰিব লাগে বুলি দাবী উত্থাপন কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

Assam Governor launches 100-day TB elimination campaign on 7 december 2024

যক্ষ্মামুক্ত অসমৰ দাবী! কিন্তু ক’ত প্ৰকৃত তথ্য?

August 31, 2026 10:37 am
আমেৰিকাৰ বুকুত এইবাৰ বিপৰ্যয়! গ্ৰেণ্ড কেনিয়নত বিধ্বংসী বান, বহুলোক সন্ধানহীন

আমেৰিকাৰ বুকুত এইবাৰ বিপৰ্যয়! গ্ৰেণ্ড কেনিয়নত বিধ্বংসী বান, বহুলোক সন্ধানহীন

August 31, 2026 10:31 am
নেপালৰ ভয়ংকৰ বানত অসমৰ ৯জন সন্ধানহীন : আন ৯জনক সুৰক্ষিতভাৱে উদ্ধাৰ

নেপালৰ ভয়ংকৰ বানত অসমৰ ৯জন সন্ধানহীন : আন ৯জনক সুৰক্ষিতভাৱে উদ্ধাৰ

August 31, 2026 10:03 am
কিয়েভৰ ওচৰত ৰাছিয়াৰ ড্ৰ’ন আক্ৰমণৰ পিছত গুলী-বাৰুদ ডিপোত বিস্ফোৰণ, ৩৮ জন লোক নিহত

কিয়েভৰ ওচৰত ৰাছিয়াৰ ড্ৰ’ন আক্ৰমণৰ পিছত গুলী-বাৰুদ ডিপোত বিস্ফোৰণ, ৩৮ জন লোক নিহত

August 31, 2026 9:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

Assam Governor launches 100-day TB elimination campaign on 7 december 2024

যক্ষ্মামুক্ত অসমৰ দাবী! কিন্তু ক’ত প্ৰকৃত তথ্য?

August 31, 2026 10:37 am
আমেৰিকাৰ বুকুত এইবাৰ বিপৰ্যয়! গ্ৰেণ্ড কেনিয়নত বিধ্বংসী বান, বহুলোক সন্ধানহীন

আমেৰিকাৰ বুকুত এইবাৰ বিপৰ্যয়! গ্ৰেণ্ড কেনিয়নত বিধ্বংসী বান, বহুলোক সন্ধানহীন

August 31, 2026 10:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd