• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অ’আৰএছ বিহীন পানীয়ৰ পেকেজিঙত লিখিব নোৱাৰিব “অ’আৰএছ”: FSSAI-ৰ নিষেধাজ্ঞাক সমৰ্থন দিল্লী উচ্চ ন্যায়ালয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 3, 2025 8:00 pm
60
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ খাদ্য সুৰক্ষা নিয়ন্ত্ৰক সংস্থা, এফএছএছএআই (FSSAI) এক গুৰুত্বপূৰ্ণ আইনী যুঁজত জয়লাভ কৰিছে। বজাৰত চেনিযুক্ত বা ব্যৱহাৰৰ বাবে সাজু পানীয় প্ৰকৃত অৰ্থত ‘অ’ৰেল ৰিহাইড্ৰেচন ছলিউচন’ (Oral Rehydration Solution) বা ” অ’আৰএছ” নহয়, তেনে পানীয়ৰ লেবেলত ” অ’আৰএছ ” শব্দটোৰ ব্যৱহাৰত এফএছএছএআই লগোৱা নিষেধাজ্ঞাত সমৰ্থন জনাইছে দিল্লী উচ্চ ন্যায়ালয়ে।

” অ’আৰএছ” হৈছে বিশ্ব স্বাস্থ্য সংস্থা (WHO) দ্বাৰা অনুমোদিত এক বিশেষ ফৰ্মুলা, যি ডায়েৰিয়া বা হিটষ্ট্ৰোকৰ ফলত হোৱা সমস্যা দূৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। ইয়াৰ জীৱন-ৰক্ষাকাৰী উপাদান, বিশেষকৈ শিশুসকলৰ বাবে নিৰ্দিষ্ট থাকে।

Apply Now

আদালতে ঔষধ নিৰ্মাতা কোম্পানী ‘ডাঃ ৰেড্ডীজ লেবৰেটৰীজ’-এ দাখিল কৰা এক আৱেদন খাৰিজ কৰে। কোম্পানীটোৱে ‘Rebalanz Vitters’ নামৰ এটা পানীয় ” অ’আৰএছ ” হিচাপে বিক্ৰী কৰি আছিল। এফএছএছএআই যুক্তি দৰ্শাই যে পেকেজিঙত অ’আৰএছ এই লেবেলটো অতি বিভ্ৰান্তিকৰ আৰু বিপজ্জনক। তেওঁলোকৰ মতে, জৰুৰীকালীন অৱস্থাত মানুহে ইয়াক প্ৰকৃত অ’আৰএছ বুলি ভুল কৰি সেৱন কৰিলে সুস্থ হৈ উঠাৰ পৰিৱৰ্তে অধিক অসুস্থ হৈ পৰাৰ আশংকা থাকে।

ন্যায়াধীশ শচীন দত্তৰ বিচাৰপীঠে এই ৰায় প্ৰদান কৰে। তেওঁ স্পষ্টকৈ উল্লেখ কৰে যে এফএছএছএআইৰ এই পদক্ষেপ জনস্বাস্থ্য ৰক্ষাৰ স্বাৰ্থত লোৱা হৈছে। তেওঁ লগতে কয়, “আমি এই নিয়মবোৰক লৈ হেতালি খেলিব নোৱাৰোঁ। ভুৱা পানীয়ই সেইসকল লোকক ক্ষতি কৰিব পাৰে যাক সঁচাকৈয়ে প্ৰকৃত অ’আৰএছৰ প্ৰয়োজন।”

ইফালে ডাঃ ৰেড্ডীজৰ অধিবক্তাই আদালতক জনায় যে তেওঁলোকে ইতিমধ্যে নতুনকৈ এই পানীয়ৰ উৎপাদন বন্ধ কৰি দিছে। তেওঁলোকে বিত্তীয় লোকচানৰ পৰা ৰক্ষা পাবলৈ বজাৰত থকা পুৰণি ষ্টকসমূহ পুনৰ লেবেল লগাই বা তেনেকৈয়ে বিক্ৰী কৰাৰ অনুমতি বিচাৰিছিল।

ন্যায়াধীশগৰাকীয়ে এই সন্দৰ্ভত কোনো নিৰ্দিষ্ট আদেশ প্ৰদানৰ পৰা বিৰত থাকে যদিও এফএছএছএআইক এসপ্তাহৰ ভিতৰত বিষয়টো বিবেচনা কৰৰিবলৈ নিৰ্দেশ দিছে।

এফএছএছএআইএ ১৪ আৰু ১৫ অক্টোবৰত ” অ’আৰএছ” লেবেল ব্যৱহাৰৰ বাবে দিয়া পূৰ্বৰ অনুমোদনসমূহ প্ৰত্যাহাৰ কৰাৰ পিছতে এই বিষয়টো পোহৰলৈ আহিছে। এফএছএছএআইৰ স্থিতি স্পষ্ট যে, যিকোনো ফলৰ ৰস বা ইলেক্ট্ৰ’লাইট পানীয়ই যদি চিকিৎসা বিজ্ঞানসন্মত নিৰ্দিষ্ট ফৰ্মুলা মানি নচলে, তেন্তে তেওঁলোকে এই নাম ব্যৱহাৰ কৰিব নোৱাৰিব। অন্যথা ২০০৬ চনৰ ভাৰতীয় খাদ্য আইনৰ উলংঘা কৰা হ’ব।

এফএছএছএআইৰ অধিবক্তাসকলে পুৰণি, বিভ্ৰান্তিকৰ লেবেল থকা পানীয় বজাৰত বিক্ৰী কৰাৰ তীব্ৰ বিৰোধিতা কৰি কয় যে ইয়াৰ ফলত গ্ৰাহক সকল, বিশেষকৈ অভিভাৱকসকল প্ৰতাৰিত হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অৰুণাচলত আকস্মিক বানে উটুৱাই নিলে সেনা শিবিৰ; সন্ধানহীন ৫জোৱান, ভূমিস্খলনত মৃত্যু ৪ জনৰ

অৰুণাচলত আকস্মিক বানে উটুৱাই নিলে সেনা শিবিৰ; সন্ধানহীন ৫জোৱান, ভূমিস্খলনত মৃত্যু ৪ জনৰ

August 16, 2026 10:39 am
হৰেকৃষ্ণ ডেকাৰ কবিতা- পতাকাখন

হৰেকৃষ্ণ ডেকাৰ কবিতা- পতাকাখন

August 16, 2026 9:54 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 16, 2026 9:20 am
পৰেশ বৰুৱাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ বিৰুদ্ধে আজি অনশনত বহিব আৰএছএছ কৰ্মীয়ে

পৰেশ বৰুৱাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ বিৰুদ্ধে আজি অনশনত বহিব আৰএছএছ কৰ্মীয়ে

August 16, 2026 9:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৰুণাচলত আকস্মিক বানে উটুৱাই নিলে সেনা শিবিৰ; সন্ধানহীন ৫জোৱান, ভূমিস্খলনত মৃত্যু ৪ জনৰ

অৰুণাচলত আকস্মিক বানে উটুৱাই নিলে সেনা শিবিৰ; সন্ধানহীন ৫জোৱান, ভূমিস্খলনত মৃত্যু ৪ জনৰ

August 16, 2026 10:39 am
হৰেকৃষ্ণ ডেকাৰ কবিতা- পতাকাখন

হৰেকৃষ্ণ ডেকাৰ কবিতা- পতাকাখন

August 16, 2026 9:54 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd