• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চৰম পন্থা বাচি ল’লে বিখ্যাত গুটখা কোম্পানীৰ মালিকৰ বোৱাৰীয়ে! লিখি থৈ যোৱা পত্ৰই লগাইছে খলকনি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 26, 2025 5:53 pm
389
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ বিখ্যাত পান মছলা কোম্পানী কমলা পছন্দৰ মুৰব্বী কমল কিশোৰ চৌৰসিয়াৰ বোৱাৰীৰ অভাৱনীয় মৃত্যু ঘটে। মঙলবাৰে দক্ষিণ দিল্লীৰ বসন্ত বিহাৰৰ চৌৰসিয়াৰ ঘৰৰ পৰা উদ্ধাৰ কৰে দীপ্তী চৌৰসিয়াৰ মৃতদেহ। আত্মহত্যা কৰা বুলি অভিযোগ উঠিছে। মৃতদেহটোৰ কাষৰ পৰা এখন চুইচাইড নোট উদ্ধাৰ কৰে আৰক্ষীয়ে। সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

উল্লেখ্য যে কমল কিশোৰৰ পুত্ৰ হৰপ্ৰীতে ২০১০ চনত দীপ্তী চৌৰসিয়াৰ সৈতে বিবাহপাশত আবদ্ধ হয়।তেওঁলোকৰ ১৪ বছৰীয়া পুত্ৰ সন্তান। সংবাদ সংস্থা এ এন আইৰ এক প্ৰতিবেদন অনুসৰি মঙলবাৰে বিয়লি ঘৰৰ ভিতৰৰ পৰা দীপ্তিৰ ওলমি থকা মৃতদেহ উদ্ধাৰ কৰা হয়। সূত্ৰৰ পৰা জানিব পৰা মতে, নিজৰ ওৰণিৰে ফাঁচী দি আত্মহত্যা কৰে। পৰিয়ালৰ লোকে ঘটনাটো দেখি আৰক্ষীক খবৰ দিয়াৰ লগে লগে আৰক্ষী আহি মৃতদেহটো উদ্ধাৰ কৰি দিল্লীৰ চফদৰজং হাস্পতাললৈ প্ৰেৰণ কৰে। মৃতদেহটোৰ কাষতে উদ্ধাৰ হৈছে এখন ছুইচাইড নোট। যদিও তেঁও মৃত্যুৰ বাবে পৰিয়ালৰ কাকো দোষ নিদিলে, তথাপিও দীপ্তিয়ে নিজৰ আত্মহত্যাৰ টোকাত লিখিছে, “যদি সম্পৰ্কত প্ৰেম আৰু বিশ্বাস নাথাকে, তেন্তে জীৱনটো অৰ্থহীন।” চুইচাইড নোটৰ ভিত্তিত তদন্তকাৰীয়ে সন্দেহ কৰিছে যে দীপ্তিয়ে স্বামী হৰপ্ৰীতৰ সৈতে সম্পৰ্কত অসুবিধাৰ সন্মুখীন হৈছিল। এই চৰম পদক্ষেপৰ কাৰণ এইটোৱেই।

Apply Now

দিল্লীৰ বসন্ত বিহাৰ আৰক্ষীয়ে এফআইআৰ দাখিল কৰি ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। প্ৰাৰম্ভিক তদন্তত হৰপ্ৰীতৰ সৈতে সম্পৰ্কৰ অসুবিধাৰ বাবে দীপ্তিয়ে এই অপৰাধ সংঘটিত কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। যদিও নিশ্চিতভাৱে হোৱা নাই একাধিক সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি হৰপ্ৰীতে দীপ্তীৰ সৈতে আন এগৰাকী মহিলাকো বিয়া কৰাইছিল। যিগৰাকী এগৰাকী জনপ্ৰিয় অভিনেত্ৰী বুলি কোৱা হয়। এই সন্দৰ্ভত এতিয়াৰ বাবে স্পষ্টকৈ একো ক’বলৈ অনিচ্ছুক আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

September 5, 2026 8:48 pm
৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

September 5, 2026 8:03 pm
চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

September 5, 2026 6:53 pm
বিপদ বাঢ়িল স্বতন্ত্ৰ ভৰদ্বাজৰ! আটক কৰাৰ লগতে জাপি দিয়া হ’ল পকচো আৰু এছ চি/এছ টি আইন

বিপদ বাঢ়িল স্বতন্ত্ৰ ভৰদ্বাজৰ! আটক কৰাৰ লগতে জাপি দিয়া হ’ল পকচো আৰু এছ চি/এছ টি আইন

September 5, 2026 4:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

September 5, 2026 8:48 pm
৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

September 5, 2026 8:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd