• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 1, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

লালকিল্লা ঘটনাৰ মাষ্টাৰমাইণ্ড দীপ সিদ্ধুৰ সন্ধান দিওতালৈ আৰ্থিক পুৰস্কাৰ ঘোষণা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 3, 2021 1:03 pm

1 min read

লালকিল্লা ঘটনাৰ মাষ্টাৰমাইণ্ড দীপ সিদ্ধুৰ সন্ধান দিওতালৈ আৰ্থিক পুৰস্কাৰ ঘোষণা
175
VIEWS
Share on FacebookShare on Twitter

যোৱা ২৬ জানুৱাৰি অৰ্থাৎ গণৰাজ্য দিৱসৰ দিনটোত দিল্লীত সংঘটিত হিংসাত্মক কাৰ্যকলাপ আৰু লালকিল্লাত নিচান চাহিবৰ পতাকা উৰুওৱা ঘটনাৰ মূল অভিযুক্ত দীপ সিদ্ধু, জুগৰাজ সিং, গুৰজোৎ সিং আৰু গুৰজন্ত সিঙৰ সন্ধান দিওতালৈ দিল্লী আৰক্ষীয়ে এক-এক লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে।

এই কেইজন লোকৰ উপৰি আন কেইবাজনৰো বিৰুদ্ধে দিল্লী আৰক্ষীয়ে ৫০ হাজাৰ টকাৰ পুৰস্কাৰ ঘোষণা কৰি থৈছে।

ঘটনাৰ তদন্তৰ বাবে দিল্লী আৰক্ষীয়ে এটা বিশেষ অনুসন্ধানকাৰী দল গঠন কৰি দিছে। ইয়াৰ নেতৃত্বত আছে য়ুটীয়া আয়ুক্ত বি কে সিং আৰু তিনিগৰাকী উপ আৰক্ষী আয়ুক্ত।

গণৰাজ্য দিৱসৰ দিনটোত কৃষি আইন বাতিলৰ দাবীত কৃষকসকলে উলিওৱা ট্ৰেক্টৰ ৰেলীৰ সময়ত দিল্লীৰ ৰাজপথত ধংসাত্মক কাৰ্যকলাপ সংঘটিত হৈছিল।

তদুপৰি প্ৰতিবাদকাৰী কৃষকসকলৰ একাংশই বলপূৰ্বকভাৱে লালকিল্লাত প্ৰৱেশ কৰি তাৰ গম্বুজত নিজৰ পতাকা উৰুৱাইছিল।

দিল্লী আৰক্ষীয়ে লালকিল্লাৰ ঘটনা আৰু হিংসাত্মক কাৰ্যকলাপত জৰিত থকাৰ অভিযোগত পাঞ্জাৱী অভিনেতা দীপ সিদ্ধুৰ লগতে কেইবাজনৰো বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে।

ইফালে দিল্লীৰ হিসাংত্মক ঘটনাৰ পিছৰে পৰা মূল অভিযুক্ত দীপ সিদ্ধু, প্ৰাক্তন গেংষ্টাৰ লক্খা ছিধানা আৰু লালকিল্লাত পতাকা উৰুওৱা জুগৰাজ সিং পলাতক অৱস্থাত আছে।

Recent News

index.jpg12

এসপ্তাহ ধৰি মৰিগাঁৱত দুই কলেজীয়া ছাত্ৰী নিৰুদ্দেশ : চাঞ্চল্যৰ সৃষ্টি সমগ্ৰ জিলাখনত

সাগৰত জাঁপ দিয়াৰ পাছত এইবাৰ ভাইৰেল হ’ল ৰাহুল গান্ধীৰ ‘পুশ্ব-আপ’ৰ ভিডিঅ’

সাগৰত জাঁপ দিয়াৰ পাছত এইবাৰ ভাইৰেল হ’ল ৰাহুল গান্ধীৰ ‘পুশ্ব-আপ’ৰ ভিডিঅ’

https _cdn.cnn.com_cnnnext_dam_assets_210226001020-palace-of-justice-malaysia-file

সমকামীৰ যৌনতা নিষিদ্ধকৰণৰ বিৰুদ্ধে শীৰ্ষ আদালতত এগৰাকী মুছলমান সমকামীৰ ঐতিসাহিক বিজয়

৭৮ সংখ্যক গ’ল্ডেন গ্ল’ব বঁটা ২০২১ : উজলিল ‘নমাডলেণ্ড’ আৰু ‘বৰাত’

৭৮ সংখ্যক গ’ল্ডেন গ্ল’ব বঁটা ২০২১ : উজলিল ‘নমাডলেণ্ড’ আৰু ‘বৰাত’

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd