• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অসমৰে সম্পৰ্ক! ৫,০০০ গাড়ী চুৰি কৰা দেশৰ আটাইতকৈ কুখ্যাত গাড়ী চোৰটোক ধৰিলে দিল্লী আৰক্ষীয়ে

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
September 6, 2022 11:28 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Delhi Police arrests India’s biggest car thief আৰক্ষীৰ জালত পৰিছে দেশৰ আটাইতকৈ কুখ্যাত গাড়ী চোৰটো। তেওঁৰ বিৰুদ্ধে ৫,০০০ তকৈও অধিক গাড়ী চুৰি কৰাৰ অভিযোগ আছে। সেই কুখ্যাত গাড়ী চোৰ অনিল চৌহানক দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

৫২ বছৰীয়া অনিলে গাড়ী চুৰিৰ ধনেৰে বিলাসী জীৱন যাপন কৰিছিল। দিল্লী, মুম্বাই আৰু উত্তৰ-পূব ভাৰতত তেওঁৰ কেইবাটাও সম্পত্তি আছে। তিনিগৰাকী পত্নী আৰু আছে সাতোটা সন্তান। আৰক্ষীয়ে গ্ৰেপ্তাৰৰ সময়ত অনিলৰ পৰা ছয়টা পিষ্টল আৰু সাত ৰাউণ্ড গুলী উদ্ধাৰ কৰিছে।

লগতে পঢ়ক: Kartavya Path: দিল্লীৰ ৰাজপথ আৰু চেন্ট্ৰেল ভিষ্টা লনৰ নাম সলনি কৰিলে মোডী চৰকাৰে

Apply Now

আৰক্ষীয়ে দাবী কৰা মতে অনিল হৈছে দেশৰ আটাইতকৈ ডাঙৰ গাড়ী চোৰ। অনিলৰ বিৰুদ্ধে যোৱা ২৭ বছৰত ৫,০০০ তকৈও অধিক গাড়ী চুৰি কৰাৰ অভিযোগ উত্থাপিত হৈছে। কেন্দ্ৰীয় দিল্লী আৰক্ষীৰ এটা বিশেষ দলে দেশবন্ধু গুপ্তা ৰোডৰ পৰা অনিলক গ্ৰেপ্তাৰ কৰিছে।

জানিব পৰা গৈছে যে অনিল বৰ্তমান অস্ত্ৰৰ চোৰাং ব্যৱসায়ৰ সৈতে জড়িত। তেওঁ উত্তৰ প্ৰদেশৰ পৰা উত্তৰ-পূব ভাৰতৰ নিষিদ্ধ সংগঠনসমূহলৈ অবৈধ অস্ত্ৰ সৰবৰাহ কৰাৰ অভিযোগ অনা হৈছে।

অনিল চৌহানে দিল্লীৰ খানপুৰ অঞ্চলত এখন অটো চলাইছিল। ১৯৯৫ চনত তেওঁ গাড়ী চুৰি কাৰ্য আৰম্ভ কৰিছিল।

লগতে পঢ়ক: Priti Patel: লিজ ট্ৰাছ প্ৰধানমন্ত্ৰী নিৰ্বাচিত হোৱাৰ পিছতেই ব্ৰিটেইনৰ গৃহ সচিব প্ৰীতি পেটেলৰ পদত্যাগ

তেওঁ বহুতো মাৰুতি ৮০০ মডেলৰ গাড়ী চুৰি কৰিছিল বুলি অভিযোগ কৰা হৈছে । দেশৰ বিভিন্ন প্ৰান্তত চৌহান সক্ৰিয় আছিল। তেওঁ চুৰি হোৱা গাড়ীবোৰ জম্মু-কাশ্মীৰ, উত্তৰ-পূব ভাৰতৰ বিভিন্ন ৰাজ্য আৰু নেপাললৈ সৰবৰাহ কৰিছিল।

চৌহানে গাড়ী চুৰি কৰা অৱস্থাত কেইবাজনো টেক্সি চালককো হত্যা কৰিছিল বুলি জানিবলৈ দিছে আৰক্ষীয়ে। এসময়ত তেওঁ অসমত আছিল। তেওঁ অসমৰ শোণিতপুৰ জিলাত আছিল আৰু ১৯৯৮ চনত বাহন চুৰি কৰা আৰম্ভ কৰিছিল।

অনিলে চুৰি হোৱা ধনেৰে দিল্লী, মুম্বাই আৰু উত্তৰ-পূবৰ ৰাজ্যসমূহত সম্পত্তি ক্ৰয় কৰিছিল। আৰক্ষীৰ উপৰিও ইডিয়ে অনিলৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে। ভাৰতৰ বিভিন্ন প্ৰান্তত বিভিন্ন সময়ত তেওঁৰ বিৰুদ্ধে প্ৰায় ১৮০ টা গোচৰ ৰুজু কৰা হৈছে।

লগতে পঢ়ক: অন্ধবিশ্বাসৰ ভয়ংকৰ পৰিণতি; ডাইনী সন্দেহত তিনিগৰাকী মহিলাক প্ৰহাৰ কৰি হত্যা

তেওঁক পূৰ্বে কেইবাবাৰো গ্ৰেপ্তাৰো কৰা হৈছিল। অনিলে অসমত প্ৰথম শ্ৰেণীৰ চৰকাৰী ঠিকাদাৰ হিচাপেও কাম কৰিছিল। ৰাজ্যখনৰ ডাঙৰ ৰাজনৈতিক নেতাসকলৰ সৈতেও পৰিচিত আছিল অনিল চৌহান।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

খামেনেইৰ শেষকৃত্যত ভাৰতীয় প্ৰতিনিধি: নতুন দিল্লীক কৃতজ্ঞতা ইৰানৰ , আমেৰিকাৰ ভাবুকিৰ বাবে আঁতৰি থাকিল ১৩খন দেশ   

খামেনেইৰ শেষকৃত্যত ভাৰতীয় প্ৰতিনিধি: নতুন দিল্লীক কৃতজ্ঞতা ইৰানৰ , আমেৰিকাৰ ভাবুকিৰ বাবে আঁতৰি থাকিল ১৩খন দেশ  

July 7, 2026 6:46 pm
২০ বছৰৰ পাছত প্ৰথমবাৰলৈ তামিলনাডুত সুৰা বিপণীৰ কৰ্মচাৰীৰ ২৫ শতাংশ দৰমহা বৃদ্ধি, অতিৰিক্ত মূল্য লোৱা বন্ধ কৰাৰ লক্ষ্য

২০ বছৰৰ পাছত প্ৰথমবাৰলৈ তামিলনাডুত সুৰা বিপণীৰ কৰ্মচাৰীৰ ২৫ শতাংশ দৰমহা বৃদ্ধি, অতিৰিক্ত মূল্য লোৱা বন্ধ কৰাৰ লক্ষ্য

July 7, 2026 6:26 pm
আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

July 7, 2026 4:12 pm
মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

July 7, 2026 3:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

খামেনেইৰ শেষকৃত্যত ভাৰতীয় প্ৰতিনিধি: নতুন দিল্লীক কৃতজ্ঞতা ইৰানৰ , আমেৰিকাৰ ভাবুকিৰ বাবে আঁতৰি থাকিল ১৩খন দেশ   

খামেনেইৰ শেষকৃত্যত ভাৰতীয় প্ৰতিনিধি: নতুন দিল্লীক কৃতজ্ঞতা ইৰানৰ , আমেৰিকাৰ ভাবুকিৰ বাবে আঁতৰি থাকিল ১৩খন দেশ  

July 7, 2026 6:46 pm
২০ বছৰৰ পাছত প্ৰথমবাৰলৈ তামিলনাডুত সুৰা বিপণীৰ কৰ্মচাৰীৰ ২৫ শতাংশ দৰমহা বৃদ্ধি, অতিৰিক্ত মূল্য লোৱা বন্ধ কৰাৰ লক্ষ্য

২০ বছৰৰ পাছত প্ৰথমবাৰলৈ তামিলনাডুত সুৰা বিপণীৰ কৰ্মচাৰীৰ ২৫ শতাংশ দৰমহা বৃদ্ধি, অতিৰিক্ত মূল্য লোৱা বন্ধ কৰাৰ লক্ষ্য

July 7, 2026 6:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd