DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 15, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

বৰ্ষৰ আটাইতকৈ শীতৰ ৰেক’ৰ্ড, তাপমাত্ৰা ছয় ডিগ্ৰীলৈ নামিল দিল্লীত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 18, 2021 2:18 pm
Delhi
172
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি দিল্লীত আজি সৰ্বনিম্ন তাপমাত্ৰা ছয় ডিগ্ৰী চেলচিয়াছ ৰেকৰ্ড কৰা হৈছে, এইয়া ৰাজধানী চহৰখনত এই ঋতুত এতিয়ালৈকে সৰ্বনিম্ন।

বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি আজি ৰাজধানী চহৰখনত সৰ্বাধিক তাপমাত্ৰা প্ৰায় ২০ ডিগ্ৰী চেলচিয়াছ স্থিৰ হোৱাৰ সম্ভাৱনা আছে আৰু দিনটোত অগভীৰ কুঁৱলীৰ ভৱিষ্যতবাণী কৰা হৈছে।

ৰাষ্ট্ৰীয় ৰাজধানীৰ বায়ু গুণমান সূচক বা AQI পুৱা ৮ বজাত ২৮০ সূচাংক নথিভুক্ত কৰা হৈছিল, যি ‘দুৰ্বল’ শ্ৰেণীৰ অন্তৰ্গত।

শূন্যৰ পৰা ৫০ ৰ ভিতৰত AQI ভাল, ৫১ ৰ পৰা ১০০ ৰ ভিতৰত সন্তোষজনক, ১০১ ৰ পৰা ২০০ ৰ ভিতৰত মধ্যমীয়া, ২০১ ৰ পৰা ৩০০ ৰ ভিতৰত বেয়া, ৩০১ ৰ পৰা ৪০০ ৰ ভিতৰত অতি বেয়া আৰু ৪০১ ৰ পৰা ৫০০ ৰ ভিতৰত গুৰুতৰ বুলি গণ্য কৰা হয়।

Recent News

স্বাধীনতাৰ পয়সত্তৰ বছৰীয়া চিন্তা; যিদৰে দেখিছো, অনুভৱ কৰিছো…

স্বাধীনতাৰ পয়সত্তৰ বছৰীয়া চিন্তা; যিদৰে দেখিছো, অনুভৱ কৰিছো…

আমাৰ পতাকা আৰু কিছু চিন্তা

আমাৰ পতাকা আৰু কিছু চিন্তা

ৰাষ্ট্ৰপতিৰ সাহসিকতাৰ বঁটাৰ বাবে নিৰ্বাচিত বোকাখাত থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিতোপন চুতীয়া

ৰাষ্ট্ৰপতিৰ সাহসিকতাৰ বঁটাৰ বাবে নিৰ্বাচিত বোকাখাত থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিতোপন চুতীয়া

শিক্ষাৰ্থীৰ মূৰত মাচুলৰ বোজা জাপি দিয়াৰ সিদ্ধান্ত চৰকাৰে প্ৰত্যাহাৰ কৰক: ডি ৱাই এফ আই

শিক্ষাৰ্থীৰ মূৰত মাচুলৰ বোজা জাপি দিয়াৰ সিদ্ধান্ত চৰকাৰে প্ৰত্যাহাৰ কৰক: ডি ৱাই এফ আই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd