• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আইপিএলৰ দ্বিতীয়খন উত্তেজনাপূৰ্ণ মেচত পঞ্জাৱৰ বিৰুদ্ধে ছুপাৰ অ’ভাৰত বিজয়ী দিল্লী

এন ই নাও নিউজ by এন ই নাও নিউজ
September 21, 2020 7:02 am
dc-1

ফটো সৌজন্য: আইপিএল

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আইপিএল-২০২০ৰ দ্বিতীয়খন উত্তেজনাপূৰ্ণ মেচত দেওবাৰে দিল্লী কেপিটেলছে ছুপাৰ অ’ভাৰত কিংছ ইলেভেন পঞ্জাৱক পৰাজিত কৰে।

কিংছ এলেভেন পঞ্জাৱৰ বিৰুদ্ধে প্ৰায় হাৰি যোৱা এখন মেচ অৱশেষত নিজৰ হাতলৈ আনিবলৈ সক্ষম হয় দিল্লী কেপিটেলছে।

Apply Now

মেচখনৰ ভাগ্য নিৰ্দ্ধাৰণ কৰা সম্ভৱ হৈ পৰা নাছিল আৰু এসময়ত পঞ্জাৱ প্ৰায় জয়ৰ দুৱাৰদলিত উপস্থিত হৈছিল।

মায়ংক আগৰৱালে প্ৰায় এককভাৱেই দিল্লীৰ হাতৰ পৰা মেচখন আজুৰি নিয়াৰ উপক্ৰম কৰিছিল।

কিন্তু দিল্লীৰ পক্ষে বেটে বলে উজলি উঠিল মাৰ্কাছ ষ্টাইনিছ। ষ্টাইনিছৰ শেষ অ’ভাৰ বলিঙত দেখুওৱা যাদুৰ ফলতেই দিল্লীৰ বাবে মেচখনৰ ভাগ্য সলনি কৰি দিলে।

ছুপাৰ অ’ভাৰত কাগিছো ৰাবাডাই একেৰাহে দুটা উইকেট লৈ দিল্লীৰ বিজয়ৰ পথ মুকলি কৰে।

শ্ৰেয়া, আয়াৰৰ সৈতে বেট কৰিবলৈ আহি ঋষভ পন্টে আইপিএলৰ প্ৰথমখন মেচত দলৰ বিজয় নিশ্চিত কৰে।

প্ৰথমে বেটিং কৰি দিল্লীয়ে এসময়ত ১৭ অ’ভাৰত ৬উইকেটৰ বিনিময়ত ১০০ ৰাম সংগ্ৰহ কৰিছিল। তাৰ পাছতে ষ্টাইনিছৰ ২১ বলত ৫৩ৰাণৰ আক্ৰমণাত্মক বেটিঙৰ ফলত দিল্লী কেপিটেলছে নিৰ্দ্ধাৰিত ২০ অ’ভাৰত ৮উইকেটৰ বিনিময়ত ১৫৭ ৰাণ কৰে। পঞ্জাৱৰ হৈ ছামিয়ে ১৫ৰাণ দি তিনিটা উইকেট লয়।

প্ৰত্যুত্তৰত বেটিং কৰিবলৈ নামি পঞ্জাৱে আৰম্ভণিৰ পৰাই নিয়মিত বিৰতিত উইকেট হেৰুৱাই থাকে। মায়ংক আগৰৱালে অকলেই ৮৯ ৰাণ কৰি কিংছ ইলেভেন পঞ্জাৱক প্ৰায় জয়ৰ দুৱাৰদলিত উপনীত কৰাইছিল।

পঞ্জাৱক অন্তিম ৩ টা বলত বিজয়ৰ বাবে ১ৰাণৰ প্ৰয়োজন হয়। ষ্টাইনিছৰ এটা বল ডট হোৱাৰ পাছত পাছৰ দুটা বলত ক্ৰমে মায়ংক আৰু জৰ্ডন আউট হয়।

মেচখন টাই হোৱাৰ ফলত ফলাফলৰ বাবে ছুপাৰ অ’ভাৰ খেলোৱা হয়। পঞ্জাৱৰ হৈ বেট কৰিবলৈ নামে লোকেশ ৰাহুল আৰু নিকোলাছ পুৰান।

ৰাবাডাৰ দ্বিতীয়টো বলত লোকেশ আউট হোৱাৰ পাছত ক্ৰিজলৈ আহে মেক্সৱেল। আশ্চৰ্যজনকভাৱে ছেট বেটছমেন মায়ংকক ছুপাৰ অ’ভাৰত বেটিং কৰিবলৈ নপঠালে কিংছ ইলেভেনে। তৃতীয়টো বলত পুৰান ব’ল্ড হয়।

ছুপাৰ অ’ভাৰত বিজয়ৰ বাবে ৩ ৰাণৰ লক্ষ্য মাত্ৰ ২টা বলতেই পূৰণ কৰি দিল্লী বিজয়ী হয়। স্বাভাৱিকভাৱেই মেন অফ দ্য মেচ সন্মান লাভ কৰে ষ্টাইনিছে।

ইপিনে মহম্মদ ছামিৰ দুৰ্দান্ত প্ৰদৰ্শন অথলে যোৱাৰ লগতে ট্ৰেজিক হিৰোত পৰিণত হৈ পৰে মায়ংক আগৰৱাল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm
‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm
পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

August 16, 2026 7:45 pm
স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

August 16, 2026 6:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm
‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd