• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিৱসাগৰৰ নাট্য মন্দিৰত অনুষ্ঠিত অসম জাতীয় পৰিষদৰ প্ৰতিনিধি সভা

NE NOW NEWS পাৰ্শ্বজ্যোতি গগৈ
শিৱসাগৰ , December 17, 2020 2:45 pm

1 min read

aaa sib
5.4k
VIEWS
Share on FacebookShare on Twitter

অসম জাতীয় পৰিষদৰ ৰাজনৈতিক অভিৱৰ্তনৰ আজিৰ দ্বিতীয় দিন।

পুৱা শিৱসাগৰৰ নাট্য মন্দিৰত অনুষ্ঠিত হয় প্ৰতিনিধি সভা।

সমান্তৰালকৈ বৰ্ডিং খেলপথাৰত অনুষ্ঠিত হয় সাংস্কৃতিক সমাৰোহ। সাংস্কৃতিক সমাৰেহত গায়ন বায়ন,  জিকিৰ আৰু জাৰি, জুমুৰ, বিহু নৃত্য আদিকে ধৰি বিভিন্ন জাতি জনগোষ্ঠীৰ নৃত্য প্ৰদৰ্শন কৰা হয়।

আজিৰ এই ঐতিহাসিক ক্ষণৰ সাক্ষী হবলৈ শিৱসাগৰত উপস্থিত হয় লুৰিনজ্যোতি গগৈৰ মাতৃ দুলু গগৈ।

 এই অভিৱৰ্তনখনি চচক্ষে প্ৰত্যক্ষ কৰা তথা লুৰিণজ্যোতি গগৈৰ নতুন যাত্ৰাৰ বাবে একাজলি আশীৰ্বাদ দিয়াৰ উদ্দেশ্যে শিৱসাগৰত উপস্থিত হৈছে নেতাজনৰ মাতৃ।

সংবাদ মাধ্যমৰে হোৱা এক আছুতীয়া কথা বাৰ্তাত লুৰিণজ্যোতি গগৈৰ মাতৃয়ে সদায় জাতিৰ বাবে ভাল চিন্তা আৰু কাম কৰিবলৈ পুত্ৰক আহ্বান জনায়।

অসমৰ ৰাজনৈতিক জগতত আজি অসম জাতীয় পৰিষদে পূৰ্ণ ৰূপ পাব। এই ঐতিহাসিক ক্ষণৰ সাক্ষী হবলৈ ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজৰ লোক আহি উপস্থিত হয় বৰ্ডিং খেলপথাৰত।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd