DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 20, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুণোৎসৱ : তামুলপুৰত একেটা শ্ৰেণী কোঠাতে চলিছে প্ৰথমৰ পৰা পঞ্চম শ্ৰেণীলৈ পাঠদান

বিধায়ক ভৱেশ কলিতাৰ সমষ্টিৰ বিদ্যালয়ত বৰষুণত তিতি বুৰিয়েই শিক্ষাগ্ৰহণ কৰিছে শিক্ষাৰ্থীয়ে

দীপক কুমাৰ পাঠক, তামুলপুৰ by দীপক কুমাৰ পাঠক, তামুলপুৰ
May 15, 2022 1:01 pm
গুণোৎসৱ : তামুলপুৰত একেটা শ্ৰেণী কোঠাতে চলিছে প্ৰথমৰ পৰা পঞ্চম শ্ৰেণীলৈ পাঠদান
70
VIEWS
Share on FacebookShare on Twitter

এফালে গুণগত শিক্ষাৰ মানদণ্ড বৃদ্ধিৰ বাবে বিদ্যালয়ে বিদ্যালয়ে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ গুণোৎসৱ, আনফালে চৰকাৰী শিক্ষানুষ্ঠানৰ পুতৌ লগা অৱস্থাই সচেতন নাগৰিকক চিন্তিত কৰি তুলিছে।

ৰাজ্যত গুণোৎসৱ চলি থকাৰ সময়তে নৱ গঠিত তামুলপুৰ জিলাৰ অন্তৰ্গত গোৰেশ্বৰ শিক্ষা খণ্ডৰ অধীনৰ ২ নং পূৱ দ্বাৰকুছি আদৰ্শ বিদ্যালয়ৰ এক দুখ লগা ছবিয়ে বহুতোক স্তম্ভিত কৰি তুলিছে।

বিদ্যালয়খনৰ গৃহৰ ফুটি থকাৰ ফলত টিনৰ চালিৰে বৰষুণৰ পানী সৰকি পৰে। ফলত বৰষুণত তিতি বুৰিয়েই ছাত্ৰ-ছাত্ৰীয়ে শিক্ষাগ্ৰহণ কৰিবলগীয়া হৈছে।

বিদ্যালয়খনৰ জৰাজীৰ্ণ এটি গৃহতে চলিছে প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ পাঠদান।

কেৱল সেয়াই নহয়,এজন শিক্ষকৰে চলিছে ২ নং পূৱ দ্বাৰকুছি আদৰ্শ প্ৰাথমিক বিদ্যালয়খন।

বিটিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ গৃহ সমষ্টি আৰু ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাৰ সমষ্টিৰ এই বিদ্যালয় খনত কণ কণ ছাত্ৰ- ছাত্ৰীয়ে বৰষুণত তিতি বুৰি একেটা শ্ৰেণী কোঠাতে কেইবাটাও শ্ৰেণীৰ পাঠ গ্ৰহণ কৰিবলগীয়া হোৱাৰ কথাই ৰাজ্যৰ শিক্ষা বিভাগৰ পয়া লগা ছবি খনকে পুনৰবাৰ উদঙাই দিছে।

Recent News

Russia-Ukraine war

মাৰিঅ’পোলত কেৱল এসপ্তাহত আত্মসমৰ্পণ কৰিছে ১,৭৩০ জন ইউক্ৰেনীয়ান সৈন্যই! দাবী ৰাছিয়াৰ

Monkeypox: যৌন সম্পৰ্কৰেও বিয়পিব পাৰে মাঙ্কিপক্স; বিশেষজ্ঞসকলে কৰিলে সতৰ্ক

Monkeypox: যৌন সম্পৰ্কৰেও বিয়পিব পাৰে মাঙ্কিপক্স; বিশেষজ্ঞসকলে কৰিলে সতৰ্ক

Krishna Janmabhoomi case

কৃষ্ণ জন্মভূমিত মছজিদ বিতৰ্ক: শ্বাহি ইদগাহ মছজিদ আঁতৰাবলৈ কৰা আবেদন দাখিলত অনুমতি আদালতৰ

টকাৰ মূল্যত বৃহৎ পতন; প্ৰতি আমেৰিকান ডলাৰত হ’লগৈ ৭৭.৭২ টকা

টকাৰ মূল্যত বৃহৎ পতন; প্ৰতি আমেৰিকান ডলাৰত হ’লগৈ ৭৭.৭২ টকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd