• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নিৰ্বাচনত অৰ্হতাৰ ভুৱা প্ৰমাণপত্ৰ দিয়া অগপৰ বিজয়ী কাউন্সিলৰৰ প্ৰতিনিধিত্ব বাতিল কৰাৰ দাবী

NE NOW NEWS মৃদুল প্ৰীতম ডেকা
কামৰূপ , February 6, 2019 11:09 am

2 min read

AGP candidate.Fake Certificate

ভুৱা প্ৰমাণপত্ৰ দাখিল কৰা অগপৰ প্ৰতিনিধি আৰ্জুমা বেগম।

3.4k
VIEWS
Share on FacebookShare on Twitter

অলপতে হৈ যোৱা পঞ্চায়ত নিৰ্বাচনত ভুৱা শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ দিয়া বুলি অভিযোগ উঠিছে হাজো সমষ্টিৰ বৰ্ণি পঞ্চায়তৰ এগৰাকী আঞ্চলিক সদস্যাৰ বিৰুদ্ধে। দুই-এদিনৰ পিছতে পঞ্চায়তটোৰ প্ৰতিনিধিসকলে শপত লোৱাৰ প্ৰাকক্ষণত এই অভিযোগে খেলিমেলি সৃষ্টি কৰাৰ সম্ভাৱনা আছে।

মেট্ৰিক পাছ কৰা বুলি দেখুৱাই ৰাজ্যিক নিৰ্বাচন আয়োগত প্ৰমাণপত্ৰ দাখিল কৰিছিল অগপৰ আৰ্জুমা বেগমে। কিন্তু কথাটোত সন্দেহ হোৱাত স্থানীয় এজন লোকে আৰ টি আই আৱেদন কৰে। তাৰ পিছতে ওলাই পৰে উৰহী গছৰ ওৰ।

নলবাৰীৰ কনক চন্দ্ৰ গোস্বামী আৰ্য্য বিদ্যাপীঠ নামৰ এখন বিদ্যালয়ৰ প্ৰমাণপত্ৰ দিয়া বুলি জানিব পাৰি উক্ত বিদ্যালয়খনলৈ যায় স্থানীয় কেইজনমান লোক আৰু তেতিয়া প্ৰধান আচাৰ্য্যই কয় যে পাছ কৰাতো বাদেই, তেওঁলোকৰ তাত তেনেকুৱা নামৰ কোনেও অধ্যয়নেই কৰা নাছিল বুলি জানিবলৈ দিয়ে।

ভুৱা নথি দিয়াৰ কথা ৰাষ্ট্ৰ হৈ পৰাৰ পিছতে স্থানীয় লোকসকলে প্ৰাৰ্থীগৰাকীৰ প্ৰতিনিধিত্ব বাতিল কৰাৰ দাবীত প্ৰতিবাদ কৰে। আৰ্জুমা বেগমৰ বিৰুদ্ধে শ্ল’গান দিয়াৰ লগতে দ্বিতীয় স্থানত থকা প্ৰাৰ্থীগৰাকীক বিজয়ী ঘোষণা কৰাৰো দাবী তোলে প্ৰতিবাদকাৰীসকলে।

যিগৰাকী নিৰ্বাচিত প্ৰতিনিধিয়ে নিজৰ প্ৰমাণপত্ৰখনকে জাল কৰিব পাৰে সেইগৰাকী প্ৰতিনিধিয়ে কিদৰে ৰাইজৰ উন্নয়ন কৰিব বুলি প্ৰশ্ন কৰিছে স্থানীয় লোকসকলে। ভুৱা নথি দি নিৰ্বাচন আয়োগক বিপথে পৰিচালিত কৰা বাবে আৰ্জুমা বেগমক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰো দাবী উত্থাপন কৰিছে ৰাইজে।

Recent News

Brindaban-A

তেজপুৰৰ বৃন্দাবন পৰিব নেকি ছন! : সাংসদ পল্লৱৰ ঘোষণাত উৎফুল্লিত তেজপুৰ বিজেপি

742522c4-f4a8-4aa2-b61a-4a14339e879d

‘২০২১ত কংগ্ৰেছৰ চৰকাৰ আহিলে নাৰী সুৰক্ষাৰ বাবে মহিলা আৰক্ষী বিগ্ৰেড সৃষ্টি কৰিম’ : মহিলা কংগ্ৰেছ

Arunachal

উপগ্ৰহীয় চিত্ৰত ধৰা পৰিছে : অৰুণাচল প্ৰদেশত গাঁও নিৰ্মাণ কৰিছে চীনে!

index.jpgaa

মাৰ্ঘেৰিটাত ধঁপাত, গুটখা জাতীয় সামগ্ৰী বন্ধৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ‘আহোম সভা’ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd