• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আৰ্থিক সুৰক্ষাৰ বাবে সোণালী সুযোগ : মাহে ৫৫ টকাকৈ জমা কৰক আৰু ৬০ বছৰ বয়সৰ পিছত লাভ কৰক মাহে ৩ হাজাৰ টকাৰ পেঞ্চন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 12, 2025 7:00 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ দেশৰ লাখ লাখ লোকক উপকৃত কৰাৰ বাবে ভাৰত চৰকাৰে আৰম্ভ কৰিছে কেইবাখনো আঁচনি। চৰকাৰে বিভিন্ন খণ্ডৰ প্ৰয়োজনীয়তা অনুসৰি কৰি এই আঁচনিসমূহৰ জৰিয়তে আৰ্থিক সাহায্য, পেঞ্চন, আৰু অন্যান্য অত্যাৱশ্যকীয় সেৱা আগবঢ়ায়।

বিশেষকৈ অসংগঠিত খণ্ডত কাম কৰা বহু লোকৰ বাবে আটাইতকৈ ডাঙৰ চিন্তা হৈছে অৱসৰৰ পিছত আৰ্থিক সুৰক্ষা। এনে ব্যক্তিক সহায়ৰ বাবে চৰকাৰে আৰম্ভ কৰিছে সুলভ মূল্যৰ পেঞ্চন আঁচনি।

Apply Now

এই আঁচনিৰ অধীনত মাহে মাত্ৰ ৫৫ টকা সঞ্চয় কৰি অৱসৰৰ পিছত ৩ হাজাৰ টকাকৈ পেঞ্চন পোৱা সম্ভৱ।

শ্ৰমিকৰ বাবে সুলভ পেঞ্চন

এই চৰকাৰী আঁচনিখনৰ নাম হৈছে ‘প্ৰধানমন্ত্ৰী শ্ৰম যোগী মান্ধন যোজনা’। এই আঁচনিখন অসংগঠিত খণ্ডৰ শ্ৰমিকসকলৰ বাবে আৰম্ভ কৰা হৈছে, যিসকলৰ অৱসৰৰ পিছত কোনো ধৰণৰ আৰ্থিক সুৰক্ষা নাই। তেওঁলোকক সহায় কৰিবলৈ চৰকাৰে ২০১৯ চনত এই প্ৰকল্পটো আৰম্ভ কৰিছিল। এই আঁচনিৰ অধীনত শ্ৰমিকসকলে কৰ্মজীৱনত প্ৰতিমাহে মাত্ৰ ৫৫ টকা সঞ্চয় কৰিব আৰু অৱসৰৰ পিছত মাহিলী ৩ হাজাৰ টকা পেঞ্চন লাভ কৰিব।

এই প্ৰকল্পৰ দ্বাৰা কোন কোন লাভৱান হ’ব ?

অসংগঠিত খণ্ডৰ শ্ৰমিকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা হৈছে ‘প্ৰধানমন্ত্ৰী শ্ৰম যোগী মান্ধন যোজনা’। ইয়াৰ ভিতৰত আছে – জাবৰ সংগ্ৰাহক, কাপোৰ ধোৱাৰ কৰ্মী, ৰিক্সা চালক, মুচি,, ইটাৰ ভাটাৰ শ্ৰমিক, ঘৰুৱা শ্ৰমিক, নিৰ্মাণ শ্ৰমিক আদি।

এই আঁচনিৰ এটা ডাঙৰ সুবিধা হ’ল এজন শ্ৰমিকে যদি প্ৰতিমাহে ২০০ টকা জমা কৰে তেন্তে কেন্দ্ৰীয় চৰকাৰেও সংশ্লিষ্ট শ্ৰমিকজনৰ পেঞ্চন পুঁজিত ২০০ টকা জমা দিব। অৰ্থাৎ এজন শ্ৰমিকে জমা কৰা ধনৰ সম পৰিমাণ চৰকাৰে তেওঁৰ পেঞ্চনত আগবঢ়াব।

নিয়মাৱলী সমূহ –

ক) শ্ৰমিকসকলে ১৮ বছৰ বয়সৰ পৰাই এই প্ৰকল্পত বিনিয়োগ আৰম্ভ কৰিব পাৰে।

খ) বছৰ বয়সৰ পৰা আৰম্ভ কৰিলে মাহে ৫৫ টকাহে বৰঙণি দিব লাগিব।

গ) যদি তেওঁলোকে ২৯ বছৰ বয়সৰ পৰা আৰম্ভ কৰে তেন্তে তেওঁলোকৰ মাহিলী বৰঙণি ১০০ টকা হ’ব।অৱসৰৰ পিছত এজন শ্ৰমিকে কিমান টকা লাভ কৰিব সেয়া নিৰ্ভৰ কৰিব সেই শ্ৰমিকজনে পেঞ্চন পুঁজিত কিমান টকা জমা কৰিবলৈ সক্ষম হৈছে তাৰ ওপৰত। এই আঁচনিখন কম আয়ৰ শ্ৰমিকসকলৰ বাবে নূন্যতম বিনিয়োগ আৰু চৰকাৰী সহায়ৰ জৰিয়তে অৱসৰৰ সময়ত আৰ্থিক সুৰক্ষা নিশ্চিত কৰাৰ এক উৎকৃষ্ট সুযোগ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

July 5, 2026 8:47 pm
কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

July 5, 2026 7:48 pm
ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ ত অভিষেক বৈভৱ সূৰ্যবংশীৰ, সামাজিক মাধ্যমত অনুৰাগীলৈ কৃতজ্ঞতা জ্ঞাপন

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ ত অভিষেক বৈভৱ সূৰ্যবংশীৰ, সামাজিক মাধ্যমত অনুৰাগীলৈ কৃতজ্ঞতা জ্ঞাপন

July 5, 2026 6:08 pm
খামেনেইৰ শেষকৃত্যত তিনি সন্তান উপস্থিত, নাই কেৱল উত্তৰাধিকাৰী মোজতবা

খামেনেইৰ শেষকৃত্যত তিনি সন্তান উপস্থিত, নাই কেৱল উত্তৰাধিকাৰী মোজতবা

July 5, 2026 6:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

July 5, 2026 8:47 pm
কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

July 5, 2026 7:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd