• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অটো

বিনা লাইচেন্সেৰে চলাব পৰা দেশৰ আটাইতকৈ সস্তা দুচকীয়া ইলেকট্ৰিক বাহন মুকলি

এন ই নাও নিউজ by এন ই নাও নিউজ
August 17, 2020 11:10 am
39023-cheap

ডেটেল ইজি।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বৰ আটাইতকৈ সস্তা ফোন ২৯৯টকাত আৰু আটাইতকৈ সস্তা এল ই ডি টিভি মাত্ৰ ৩৯৯৯টকাত মুকলি কৰাৰ পাছত প্ৰসিদ্ধ ষ্টাৰ্টআপ কোম্পানী Detel য়ে এইবাৰ আটাইতকৈ সস্তা আৰু প্ৰথম ইলেকট্ৰিক দুচকীয়া বাহন Detel Easy (ডেটেল ইজি)মুকলি কৰিছে।

কোম্পানীটোৱে এই স্কুটাৰখন মিতব্যয়ী হোৱাৰ লগতে নিৰ্ভৰযোগ্য বুলিও দাবী কৰিছে।

Apply Now

এই স্কুটাৰখনৰ দাম আন স্কুটাৰৰ তুলনাত সম্পূৰ্ণ পৃথক। ডেটেল ইজি জিএছটি ধৰি মাত্ৰ ১৯,৯৯৯ টকাত আগবঢ়োৱা হৈছে।

কোম্পানীটোৱে দাবী কৰা মতে এই স্কুটাৰখন কেবল সস্তা দামত ক্ৰয় কৰাই নহয়, ইয়াক চলোৱাৰ খৰচো কম। কোম্পানীটোৰ ৱেবছাইটত গৈয়ো ইয়াক ক্ৰয় কৰিব পৰা যাব।

Detel Easy দুচকীয়া বাহনখনত ৬-পাইপ নিয়ন্ত্ৰিত 250W মটৰ লগোৱা হৈছে। দুচকীয়া ইলেকট্ৰিক বাহনখনৰ গতিবেগ প্ৰতি ঘন্টাত ২৫কিলোমিটাৰ।

বাহনখনত 48V 12A LifePO4 বেটেৰী দিয়া হৈছে যিটো ৭বা ৮ঘন্টাত ফুলচাৰ্জ কৰিব পাৰি। কোম্পানীটোৱে জানিবলৈ দিয়া মতে ফুলচাৰ্জ কৰাৰ পাছত ডেটেল ইজিৰে ৬০ কিলোমিটাৰ পৰ্যন্ত যাত্ৰা কৰিব পৰা যাব।

আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল এই দুচকীয়া বাহন চলাবলৈ চালকক লাইচেন্সৰ প্ৰয়োজন নহয়। তদুপৰি, এই ইলেকট্ৰিক বাহনৰ বাবে ৰেজিষ্ট্ৰেশ্যন চাৰ্টিপিকেটৰো প্ৰয়োজন নাই।

কোম্পানীটোৱে এই বাহন বিশেষকৈ কিশোৰৰ বাবে মুকলি কৰিছে। লগতে এই বাহন কম দূৰত্ব যাত্ৰা কৰিবলগীয়া লোকসকলৰ বাবে লাভজনক হ’ব।

ডেটেল ইজি বাহনখনত দুজন লোক উঠি যাব পৰাকৈ বনোৱা হৈছে। বাহনখন তিনিটা ৰঙত মুকলি কৰা হৈছে।

আনহাতে বাহনখন চলোৱা চালকৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি কোম্পানীটোৱে বাহনখনৰ লগত হেলমেট ফ্ৰী দিছে।

Detel এটা নিৰ্ভৰযোগ্য আৰু মিতব্যয়ী ষ্টাৰ্টআপ কোম্পানী যিয়ে টিভি, ফিচাৰফোন আৰু ব্যায়ামৰ সঁজুলি উৎপাদনত জড়িত। ২০১৭চনত কোম্পানীটো স্থাপন হৈছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

July 17, 2026 8:49 pm
১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

July 17, 2026 7:58 pm
১২০০০ কিলোমিটাৰ দূৰৰ বিশ্বকাপক লৈ ৰক্তাক্ত বাংলাদেশ

১২০০০ কিলোমিটাৰ দূৰৰ বিশ্বকাপক লৈ ৰক্তাক্ত বাংলাদেশ

July 17, 2026 6:27 pm
ইউক্ৰেইনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে সফল ব্যৱসায়ী চেৰহি কোৰেটস্কিয়ে

ইউক্ৰেইনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে সফল ব্যৱসায়ী চেৰহি কোৰেটস্কিয়ে

July 17, 2026 5:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

July 17, 2026 8:49 pm
১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

July 17, 2026 7:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd