• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডিমা হাচাওত শান্তিপূৰ্ণ পূজাৰ পিছত প্ৰতিমা বিসৰ্জন ঘাটত ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত; ৪জন আহত

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
October 9, 2019 7:50 am
Procession held at Haflong
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডিমা হাচাও জিলাত দুৰ্গোৎসৱ সামগ্ৰিকভাৱে শান্তিপূৰ্ণ আছিল যদিও জিলাখনৰ মাইবাঙত দশমীৰ দেৱী বিসৰ্জন দিবলৈ যোৱা এখন ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত চাৰিজন লোক আহত হৈছে। ইয়াৰে এজনৰ আঘাত গুৰুতৰ আৰু তেওঁক হাফলং অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

জিলাখনত থকা নীপকোৰ কপিলী জলবিদ্যুৎ প্ৰকল্পত হোৱা দুৰ্ঘটনাই পূজাৰ উচাহ ভালেখিনি ম্লান কৰি ৰাখিছিল। ৭ অক্টোবৰত প্ৰকল্পটোৰ পাইপলাইন বিস্ফোৰণৰ ফলত নিৰুদ্দিষ্ট চাৰিজন লোকৰ কোনো সন্ধান এতিয়াও পোৱা নাই কৰ্তৃপক্ষবোৰে।

Apply Now

ইয়াৰ মাজতে জিলা প্ৰশাসনৰ কটকটীয়া নিৰ্দেশনা আৰু নিৰাপত্তাৰ ব্যৱস্থাৰ মাজেৰে জিলাখনত দেৱীৰ বিসৰ্জন কাৰ্য্যসূচীৰ সামৰণি পৰে। উমৰাংচুৰ প্ৰশাসনে প্ৰতিমা বিসৰ্জন উপলক্ষে কোনো ধৰণৰ হৈ-হাল্লা বা তেনে শোভাযাত্ৰা কৰাৰ অনুমতি নিদিলে।

প্ৰতিমা বিসৰ্জনৰ সময়ত হাফলং লেইকৰ উপৰি দিয়ুং নৈতো কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰে প্ৰশাসনে।

উল্লেখনীয়, পাৰ্বত্য জিলাত এইবাৰ মুঠ ৬৩খন পূজা অনুষ্ঠিত হৈছিল। ইয়াৰে হাফলঙত ২১টা, উমৰাংচুত ১৫টা, মাইবাঙত ৬টা, হাৰাংগাজাওত ৪টা, দিয়ুংমুখত ৪টা, লাংটিঙত ৪টা, হাতীখালীত ২টা, মাহুৰত ৫টা, দেহাংগী আৰু মান্দাৰদিচাত ১টাকৈ স্থানত প্ৰতিমা প্ৰতিষ্ঠা কৰা হৈছিল।

যোৱা প্ৰায় এটা দশক ধৰি ডিমা হাচাও জিলাত সাধাৰণ ৰাইজৰ মাজত পূজাক কেন্দ্ৰ কৰি তেনে কোনো অপ্ৰীতিকৰ ঘটনাৰ উদাহৰণ নাই। অৱশ্যে জিলাখনত ভৈয়ামৰ নিচিনা দুৰ্গা পূজাক লৈ কোনো প্ৰতিযোগিতাও নাই। বাহ্যিক উল্লাসতকৈ অধিক নিষ্ঠা আৰু আধ্যাত্মিকতাৰে দেৱীৰ পূজা সম্পন্ন কৰা হয়।

হাফলঙৰ বিশেষকৈ জগন্নাথ বাৰী, ৰামকৃষ্ণ সেবা সমিতি আৰু কালীবাৰীৰ পূজা আৰু হাৰাংগাজাওৰ ঠাকুৰবাৰীৰ পূজা, মাইবাঙত মাইবাং দুৰ্গাবাৰী, ৰে’লৰ পূজা  লাঙটিং দুৰ্গাবাৰীৰ পূজা অন্যতম।

পংকজ কুমাৰ দেব

পংকজ কুমাৰ দেব

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

June 6, 2026 7:48 am
ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

June 6, 2026 7:22 am
জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

June 6, 2026 7:48 am
ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

June 6, 2026 7:22 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd