• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শংকৰদেৱ সংঘৰ ধৰ্মধ্বজ্জা গায়ন-বায়নেৰে অনা হ’ল বোকাখাতৰ মহুৰা পথাৰলৈ

NE NOW NEWS উত্তম শইকীয়া
বোকাখাত , February 10, 2019 8:53 pm

1 min read

Sankardev sangha
1.7k
VIEWS
Share on FacebookShare on Twitter

সামৰণি পৰিল লাখ লাখ ভকত-বৈষ্ণৱৰ সমাগমেৰে মৰিগাঁৱৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত  শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৮ সংখ্যক অধিৱেশন। ২০২০ চনত সংঘৰ পৰৱৰ্তী অধিৱেশন অনুষ্ঠিত হ’ব গোলাঘাট জিলাৰ বোকাখাতত।

এই উদ্দেশ্যে আজি বিয়লি বোকাখাতলৈ অনা হয় শংকৰদেৱ সংঘৰ ৮৮ সংখ্যক মৰিগাঁও অধিৱেশনৰ পৰা অনা সংঘৰ ধৰ্মধ্বজা। মৰিগাঁৱৰ অধিৱেশনস্থলীৰ পৰা সুসজ্জিত বাহনত কঢ়িয়াই অনা ধৰ্ম ধ্বজাক গোলাঘাট জিলাৰ পশ্চিম সীমাৰ পৰা ৰাইজে গায়নে-বায়নেৰে বোকাখাতলৈ আদৰি আনে।

বাগৰিৰ পৰা বোকাখাতলৈ অনাৰ পথত কহঁৰা চাৰিআলিকে ধৰি বিভিন্ন স্থানত সংঘৰ বিভিন্ন শাখা আৰু স্থানীয় সংগঠনে ধৰ্মধ্বজাক বোকাখাতলৈ আদৰণি জনায় ৷ কহঁৰাৰ পাছতে বোকাখাতৰ নাট্যমন্দিৰ প্ৰাঙ্গনত স্থানীয় বিভিন্ন দল-সংগঠনে সংঘৰ পতাকাক আদৰণি জনায় ৷

ইয়াৰ পাছত সমূহীয়া প্ৰাৰ্থনাৰে বোকাখাতত থকা সংঘৰ জিলা নামঘৰত ধৰ্মধ্বজা স্থাপন কৰা হয় ৷ উল্লেখযোগ্য যে ২০২০ চনত বোকাখাতৰ মহুৰা পথাৰত হ’ব লগা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক অধিবেশনস্থলীৰ নাম বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা সমন্বয় ক্ষেত্ৰ বুলি নামাকৰণ কৰা হৈছে।

Recent News

Brindaban-A

তেজপুৰৰ বৃন্দাবন পৰিব নেকি ছন! : সাংসদ পল্লৱৰ ঘোষণাত উৎফুল্লিত তেজপুৰ বিজেপি

742522c4-f4a8-4aa2-b61a-4a14339e879d

‘২০২১ত কংগ্ৰেছৰ চৰকাৰ আহিলে নাৰী সুৰক্ষাৰ বাবে মহিলা আৰক্ষী বিগ্ৰেড সৃষ্টি কৰিম’ : মহিলা কংগ্ৰেছ

Arunachal

উপগ্ৰহীয় চিত্ৰত ধৰা পৰিছে : অৰুণাচল প্ৰদেশত গাঁও নিৰ্মাণ কৰিছে চীনে!

index.jpgaa

মাৰ্ঘেৰিটাত ধঁপাত, গুটখা জাতীয় সামগ্ৰী বন্ধৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ‘আহোম সভা’ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd