• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সাংবাদিক ৰাজীৱ শৰ্মাৰ জামিন মঞ্জুৰ কৰিলে আদালতে

Mukesh Kumar Singh মুকেশ কুমাৰ সিং
ধুবুৰী , August 1, 2020 6:39 am

1 min read

Story-10-13-1140x570

সাংবাদিক ৰাজীৱ শৰ্মা।

342
VIEWS
Share on FacebookShare on Twitter

ধুবুৰীৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে শুকুৰবাৰে এটা বৈদ্যুতিন মাধ্যমৰ স্থানীয় সাংবাদিক ৰাজীৱ শৰ্মাৰ সম্পূৰ্ণ জামিন মঞ্জুৰ কৰিছে।

ইয়াৰ পূৰ্বে তেওঁক দুবাৰ অন্তৱৰ্তীকালীন জামিন দিয়া হৈছিল।

ধুবুৰীৰ তদানীত্বন মাণ্ডলিক বন বিষয়া বিশ্বজিৎ ৰয়ে দাখিল কৰা এখন এজাহাৰৰ ভিত্তিত সাংবাদিক শৰ্মাক যোৱা ১৬জুলাইত নিশা প্ৰায় ২বজাত গ্ৰেপ্তাৰ কৰা হৈছিল।

তেওঁৰ বিৰুদ্ধে ধুবুৰী আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ ১৮৬/৩৮৪/৩৮৫/৩৮৯/৫০৫ ধাৰাৰ অধীনত ৯০৩/২০২০ নম্বৰত এটা গোচৰ ৰুজু কৰা হৈছিল।

সাংবাদিক গৰাকীক গ্ৰেপ্তাৰ কৰাৰ পাছতেই তেওঁৰ পিতৃৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল আৰু তাৰপাছতে শৰ্মাৰ ১৮জুলাইলৈকে অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰা হৈছিল।

আনহাতে, ১৮জুলাইত তেওঁৰ অন্তৰ্ৱতী জামিনৰ ম্যাদ যোৱা বুধবাৰলৈকে বৃদ্ধি কৰা হয় আৰু বৃহস্পতিবাৰে আদালতে তেওঁৰ সম্পূৰ্ণ জামিন মঞ্জুৰ কৰে।

Recent News

20210121_135407

সংবাদমেলত ক’লা পতাকা প্ৰদৰ্শন কৰি প্ৰধানমন্ত্ৰীৰ শিৱসাগৰ ভ্ৰমণক তীব্ৰ বিৰোধিতা বীৰ লাচিত সেনাৰ

WhatsApp Image 2021-01-21 at 2.23.50 PM

আশ্চৰ্যকৰ! অস্ত্ৰোপচাৰ কৰি নিজৰ উচ্চতা ২ ইঞ্চি বৃদ্ধি কৰি ল’লে যুৱকে; কিমান পৰিল খৰচ?

তামুলপুৰত বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ দৌৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহান

তামুলপুৰত বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ দৌৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহান

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd