• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ধুবুৰীত আৰক্ষীৰ অভিযানত ব্ৰাউন চুগাৰ সহ চাৰিজন ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ

NE NOW NEWS মুকেশ কুমাৰ সিং
ধুবুৰী , June 30, 2020 10:11 pm

1 min read

গ্ৰেপ্তাৰ
206
VIEWS
Share on FacebookShare on Twitter

ধুবুৰী আৰক্ষীয়ে সোমবাৰে সন্ধিয়া চাৰিগৰাকী ড্ৰাগছ সৰবৰাহকাৰীক ৩৬০ গ্ৰাম সন্দেহযুক্ত ব্ৰাউন চুগাৰৰ সৈতে গ্ৰেপ্তাৰ কৰে।

গ্ৰেপ্তাৰ হোৱা ড্ৰাগছ সৰবৰাহকাৰী কেইজন হৈছে ক্ৰমে চটোগোমা গাঁৱৰ স্বৰ্গীয় কাদম আলীৰ পুত্ৰ আনোৱাৰ আলী(৩২), আমজাদ আলীৰ পুত্ৰ ছফিকুল হ’ক(২৯), চাকৰুদ্দিন হ’কৰ পুত্ৰ ইনামুল হ’ক(২১) আৰু মহম্মদ আলীৰ পুত্ৰ মতলেব হ’ক(১৮)।

ধুবুৰীৰ ডি এছ পি ত্ৰিণয়ন ভূঞাৰ নেতৃত্বত ১৭ নং(নতুন)ৰাষ্ট্ৰীয় ঘাইপথত চলা অভিযানৰ সময়তে ড্ৰাগছ সৰবৰাহকাৰী চাৰিজন ড্ৰাগছসহ গ্ৰেপ্তাৰ হয়।

ব্ৰাউন চুগাৰৰ উপৰিও আৰক্ষীৰ দলটোৱে ২৭৩ টা ডব্লিউ ওৱাই(আৰ-৭) টেবলেট আৰু নগদ ২,৫১,৫০০ টকা গ্ৰেপ্তাৰ কৰা অপৰাধী কেইজনৰ হাতৰ পৰা উদ্ধাৰ কৰে।

আনহাতে, ড্ৰাগছ সৰবৰাহকাৰী কেইজনে ব্যৱহাৰ কৰা এ এছ -০১ বি ডব্লিউ ২৩৭১ নম্বৰৰ মাৰুতি চুজুকী চেলেৰিঅ’ গাড়ীখনো আৰক্ষীয়ে জব্দ কৰিছে।

Recent News

৩১ জানুৱাৰিৰ পূৰ্বে পাকিস্তানক ৫ লাখ কোভিড ভেকচিন উপহাৰ দিব চীনে

৩১ জানুৱাৰিৰ পূৰ্বে পাকিস্তানক ৫ লাখ কোভিড ভেকচিন উপহাৰ দিব চীনে

হাজোত বিজেপি চৰকাৰৰ বিৰুদ্ধে ব্লক কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

হাজোত বিজেপি চৰকাৰৰ বিৰুদ্ধে ব্লক কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

a mime

ইউটিউব লাইভ আৰু ফেচবুক লাইভ যোগে পঞ্চম বাৰ্ষিক ৰাষ্ট্ৰীয় ভাৰ্চুৱেল মূকাভিনয় মহোৎসৱ

aaa rrrr

তিনি বছৰ ধৰি ৪৪ জন আত্মীয়ই ধৰ্ষণ কৰিলে কিশোৰীক, ক’ত ঘটিছে এই পাশৱিক ঘটনা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd