• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 1, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

এইবাৰ বলিউদৰ মোহময়ী অভিনেত্ৰী দিয়া মিৰ্জাৰ বিয়া! : কেতিয়াকৈ বিয়া জানিবৈ পঢ়ক…

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 13, 2021 8:46 pm

2 min read

201552-diamirza
235
VIEWS
Share on FacebookShare on Twitter

বলিউদৰ অভিনেত্ৰী তথা সুন্দৰী দীয়া মিৰ্জাৰ বিয়া। অহা ১৫ ফেব্ৰুাৱিৰত মুম্বাইস্থিত ব্যৱসায়ী বৈভৱ ৰেখীৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ব দিয়া মিৰ্জাই।

স্পটবয় আৰু ইণ্ডিয়া টুদে’ৰ বাতৰিৰ মতে দিয়া মিৰ্জাই অনুষ্টুপীয়াকৈ আয়োজন কৰিছে তেওঁলোকৰ বিবাহ অনুষ্ঠান।

সামাজিকভাৱে অনুষ্টুপীয়াকৈ আয়োজন কৰা এই বিবাহ অনুষ্ঠানত পৰিয়ালৰ লোকৰ লগতে ঘনিষ্ঠ বন্ধু-বান্ধৱহে উপস্থিত থাকিব বুলি জানিব পৰা গৈছে।

ইফালে বিয়া সম্পৰ্কীয় বাতৰিটো দিয়া মিৰ্জাই নস্যাৎ কৰা নাই বুলিও প্ৰকাশ পাইছে সংবাদ মাধ্যমত।

উল্লেখ্য যে ইয়াৰ পূৰ্বে দিয়া মিৰ্জাই ২০১৪ বৰ্ষৰ অক্টোবৰত বহু বছৰীয়া প্ৰেমিক চাহিল সিংঘাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল।

২০১৯ বৰ্ষত দুয়োৰে মাজত বিচ্ছেদ হোৱা বুলি দুয়োৱে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিল।

“১১ বছৰ একেলগে কটোৱাৰ পিছত বুজাবুজিৰে আমি পৃথক হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো। আমাৰ মাজত বন্ধুত্ব অব্যাহত থাকিব লগতে থাকিব দুয়োৰে দুয়োৰ প্ৰতি থকা সন্মান আৰু স্নেহ। আমি দুয়োৱে পৃথক পথত ভৰি দিছো, আজীৱন আমি দুয়ো দুয়োৰে ওচৰত চিৰকৃতজ্ঞ হৈ থাকিম।” দুয়োৱে পৃথক হোৱাৰ সময়ত এইদৰে প্ৰকাশ কৰিছিল সংবাদ মাধ্যমত।

‘ৰেহনা হাই টেৰে দিল ম্যেঁ’, ‘টেহজীব’, ‘কই মেৰে দিল ম্যেঁ হায়’, ‘লগে ৰহো মুন্না ভাই’ আৰু সঞ্জয় দত্তৰ বায়’পিক ‘চঞ্জু’ আদি কেবাখনো বলিউদৰ ছবি অভিনয় কৰিছে দিয়া মিৰ্জাই।

স্মৰ্তব্য যে মিছ এছিয়া পেচিফিক ইন্টাৰনেশ্যনেল ২০০০ খিতাপৰ বিজয়ী আছিল দিয়া মিৰ্জা।

Recent News

index.jpg12

এসপ্তাহ ধৰি মৰিগাঁৱত দুই কলেজীয়া ছাত্ৰী নিৰুদ্দেশ : চাঞ্চল্যৰ সৃষ্টি সমগ্ৰ জিলাখনত

সাগৰত জাঁপ দিয়াৰ পাছত এইবাৰ ভাইৰেল হ’ল ৰাহুল গান্ধীৰ ‘পুশ্ব-আপ’ৰ ভিডিঅ’

সাগৰত জাঁপ দিয়াৰ পাছত এইবাৰ ভাইৰেল হ’ল ৰাহুল গান্ধীৰ ‘পুশ্ব-আপ’ৰ ভিডিঅ’

https _cdn.cnn.com_cnnnext_dam_assets_210226001020-palace-of-justice-malaysia-file

সমকামীৰ যৌনতা নিষিদ্ধকৰণৰ বিৰুদ্ধে শীৰ্ষ আদালতত এগৰাকী মুছলমান সমকামীৰ ঐতিসাহিক বিজয়

৭৮ সংখ্যক গ’ল্ডেন গ্ল’ব বঁটা ২০২১ : উজলিল ‘নমাডলেণ্ড’ আৰু ‘বৰাত’

৭৮ সংখ্যক গ’ল্ডেন গ্ল’ব বঁটা ২০২১ : উজলিল ‘নমাডলেণ্ড’ আৰু ‘বৰাত’

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd