DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Uncategorized

বগীবিল দলঙক চাওলুং চ্যুকাফাৰ নামেৰে নামকৰণ কৰাৰ দাবী আহোম সভাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 14, 2018 10:55 am
Bogibeel-Bridge-over-Brahmaputra-River-750x375
149
VIEWS
Share on FacebookShare on Twitter

অহা ২৫ ডিচেম্বৰে বগীবিল দলংখন উদ্বোধন কৰিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। দলংখন উদ্বোধন কৰাৰ পূৰ্বে প্ৰধান মন্ত্ৰীগৰাকীলৈ প্ৰেৰণ কৰা এখন স্মাৰকপত্ৰত উক্ত দলখন আহোম ৰজা চাওলুং চ্যুকাফাৰ নামেৰে নামাংকিত কৰাৰ দাবী উত্থাপন কৰিছে সদৌ অসম আহোম সভাৰ ডিব্ৰুগড় জিলা কমিটীয়ে।

স্মাৰকপত্ৰখনত কোৱা হৈছে যে স্বৰ্গদেউ চ্যুকাফা হৈছে বৰ অসম আৰু অসমীয়া সমাজৰ প্ৰতিষ্ঠাতা।

চ্যুকাফাক দক্ষিণ-পূব এছিয়াৰ সৈতে ভাৰতৰ ঐতিহাসিক যোগসূত্ৰৰ উদাহৰণ হিচাপে বৰ্ণনা কৰা হৈছে। ইয়াতে আৰু কোৱা হৈছে যে ভাৰতৰ এক্ট ইষ্ট পলিচী বাস্তৱায়ন কৰাৰ বাবে এই যোগসূত্ৰ গুৰুত্বপূৰ্ণ বিৱেচিত হ’ব।

স্মাৰকপত্ৰখনত পশ্চিম অসমৰ যোগীঘোপাত প্ৰস্তাৱিত ৰেলপথ-স্থলপথ দলংখনক কোচ ৰজা নৰনাৰায়ণৰ নামেৰে নামাংকিত কৰাৰো প্ৰস্তাৱ ৰখা হৈছে। চ্যুকাফাই যিহেতু মানুহ আৰু সংস্কৃতিৰ মাজত ঐক্যৰ সেতু বন্ধন কৰিছিল, সেয়েহে বগীবিল দলংখনক ‘চাওল্যুং চ্যুকাফা সমন্বয় সেতু’ হিচাপে নামকৰণ কৰাৰ প্ৰস্তাৱ দিয়া হৈছে।

উল্লেখ্য যে, স্মাৰকপত্ৰৰ প্ৰতিলিপি ইতিমধ্যে ৰে’লমন্ত্ৰী পীয়ুষ গোৱেল, পথ পৰিবহম মন্ত্ৰী নীতীন গাডকাৰী আৰু অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈকেও প্ৰেৰণ কৰা হৈছে।

Recent News

Boris Johnson Resigns

কেলেংকাৰীৰ অভিযোগে কাঢ়িলে চকী: ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ পদত্যাগ

শিলসাঁকোৰ উচ্ছেদৰ নামত বিভাজন! নলা আৱদ্ধ কৰি বাসগৃহ নিৰ্মাণ কৰা নাই বুলি দাবী!

sweating

Sweating: গৰমৰ দিনত ঘাম ওলোৱাতো স্বাভাৱিক, কিন্তু অত্যাধিক ঘাম ওলোৱা কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি জানেনে?

Assam flood Manipur Landslide Hiren Gohain

বানপানী, জলবায়ু সংকট, জীৱন সংকট

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd