• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পাচলি বিক্ৰীত সহায়ক হোৱাকৈ জোনমণি গগৈক এখন ম’পেড উপহাৰ ডিব্ৰুগড় জিলা আৰক্ষীৰ

অভীক চক্ৰৱৰ্তী by অভীক চক্ৰৱৰ্তী
May 12, 2020 7:32 am
Story-14-6-750x375

ম'পেডসহ জোনমিণ গগৈ আৰু ডি এছ পি পল্লৱী মজুমদাৰ

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডিব্ৰুগড় আৰক্ষীয়ে এখন টিভিএছ ম’পেড উপহাৰ দিলে জোনমণি গগৈক।

উল্লেখ্য যে, কিছুদিন পূৰ্ব ডিব্ৰুগড়ৰ জিলাৰ জোনমণি গগৈ নামৰ যুৱতী গৰাকী বাই-চাইকেলেৰে পাচলি বিক্ৰী থকাৰ অৱস্থাত ফ’টোসহ চ’ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল।

Apply Now

ইয়াৰ লগে লগে জোনমণিয়ে চাইকেলেৰ পাচলি বিক্ৰী কৰাৰ বাতৰি বিভিন্ন সংবাদ মাধ্যমত প্ৰচাৰ লাভ কৰে।

এই বাতিৰ পোৱাৰ পিছতে ডিব্ৰুগড়ৰ উপ আৰক্ষী অধীক্ষক(মুখ্য কাৰ্যালয়) পল্লৱী মজুমদাৰে জোনমণি গগৈৰ ঘৰত উপস্থিত হৈ এখন ম’পেডখন উপহাৰ দিয়ে।

জোনমণি গগৈ ঘৰ ডিব্ৰুগড় জিলাৰ বগীবিলৰ সাফাকাটিৰ ঘগৰা গাঁৱত।

জোনমণিয়ে ল’কডাউনৰ সময়ছোৱাত ডিব্ৰুগড়ৰ বৃহত্তৰ বগীবিল অঞ্চলৰ বিভিন্ন গাঁৱত চাইকেলত পাচলি বুজাই কৰি বিক্ৰী কৰি আহিছে।

‘ডিব্ৰুগড় আৰক্ষীৰ ওচৰত মই কৃতজ্ঞ। এইখনে বিভিন্ন অঞ্চলত পাচলি বিক্ৰী কৰাত মোক সহায় কৰিব।’ জোনমণিয়ে কয়।

‘আমি সংবাদ মাধ্যমৰ যোগেদি এই খবৰ পাওঁ আৰু ডিব্ৰুগড় আৰক্ষী অধীক্ষ শ্ৰীজিত টি আৰু আমি তাইক সহায় কৰাৰ সিদ্ধান্ত লওঁ।’ উপ আৰক্ষী অধীক্ষক মজুমদাৰে কয়।

‘তাই আমাৰ পৰা আৰ্থিক সাহায্য গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল। তাই স্বাভিমানী আৰু আমাৰ পৰা কোনো সহায় বিচৰা নাছিল, কিন্তু আমিহে তাইৰ সহায় হোৱাকৈ এখন ম’পেড দিয়াৰ সিদ্ধান্ত লওঁ।’ মজুমদাৰে লগতে কয়।

“তাইক লৈ আমি গৰ্বিত আৰু তাই আন বহুতৰ বাবে প্ৰকৃতাৰ্থতে অনুপ্ৰেৰণাৰ উৎস।’ ডি এছ পি গৰাকীয়ে কয়।

আনহাতে ডিব্ৰুগড় হনুমনবক্স সুৰজমল কানৈ মহাবিদ্যালয় অধ্যক্ষ ডঃ শশী কান্ত শইকীয়াই জোনমিণৰ উচ্চ শিক্ষাৰ বাবে আৰ্থিক সহায় আগবঢ়োৱাৰ ইচ্ছা প্ৰকাশ কৰিছে।

অভীক চক্ৰৱৰ্তী

অভীক চক্ৰৱৰ্তী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

আমেৰিকাৰ স্কুলত সংঘটিত নিৰ্বিচাৰ গুলীচালনাত নিহত চাৰিজন; নিহত সন্দেহজনক আক্ৰমণকাৰীও

আমেৰিকাৰ স্কুলত সংঘটিত নিৰ্বিচাৰ গুলীচালনাত নিহত চাৰিজন; নিহত সন্দেহজনক আক্ৰমণকাৰীও

October 16, 2026 8:56 am
কোনো দূৰবীণ বা সঁজুলিৰ প্ৰয়োজন নাই! অক্টোবৰতে খালী চকুৰে আকাশত দেখা যাব উল্কাবৃষ্টি

কোনো দূৰবীণ বা সঁজুলিৰ প্ৰয়োজন নাই! অক্টোবৰতে খালী চকুৰে আকাশত দেখা যাব উল্কাবৃষ্টি

October 16, 2026 7:46 am
‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

October 15, 2026 8:11 pm
সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

October 15, 2026 7:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমেৰিকাৰ স্কুলত সংঘটিত নিৰ্বিচাৰ গুলীচালনাত নিহত চাৰিজন; নিহত সন্দেহজনক আক্ৰমণকাৰীও

আমেৰিকাৰ স্কুলত সংঘটিত নিৰ্বিচাৰ গুলীচালনাত নিহত চাৰিজন; নিহত সন্দেহজনক আক্ৰমণকাৰীও

October 16, 2026 8:56 am
কোনো দূৰবীণ বা সঁজুলিৰ প্ৰয়োজন নাই! অক্টোবৰতে খালী চকুৰে আকাশত দেখা যাব উল্কাবৃষ্টি

কোনো দূৰবীণ বা সঁজুলিৰ প্ৰয়োজন নাই! অক্টোবৰতে খালী চকুৰে আকাশত দেখা যাব উল্কাবৃষ্টি

October 16, 2026 7:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd