• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

পাচলি বিক্ৰীত সহায়ক হোৱাকৈ জোনমণি গগৈক এখন ম’পেড উপহাৰ ডিব্ৰুগড় জিলা আৰক্ষীৰ

Avik Chakraborty অভীক চক্ৰৱৰ্তী
ডিব্ৰুগড় , May 12, 2020 7:32 am

2 min read

Story-14-6-750x375

ম'পেডসহ জোনমিণ গগৈ আৰু ডি এছ পি পল্লৱী মজুমদাৰ

1.7k
VIEWS
Share on FacebookShare on Twitter

ডিব্ৰুগড় আৰক্ষীয়ে এখন টিভিএছ ম’পেড উপহাৰ দিলে জোনমণি গগৈক।

উল্লেখ্য যে, কিছুদিন পূৰ্ব ডিব্ৰুগড়ৰ জিলাৰ জোনমণি গগৈ নামৰ যুৱতী গৰাকী বাই-চাইকেলেৰে পাচলি বিক্ৰী থকাৰ অৱস্থাত ফ’টোসহ চ’ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল।

ইয়াৰ লগে লগে জোনমণিয়ে চাইকেলেৰ পাচলি বিক্ৰী কৰাৰ বাতৰি বিভিন্ন সংবাদ মাধ্যমত প্ৰচাৰ লাভ কৰে।

এই বাতিৰ পোৱাৰ পিছতে ডিব্ৰুগড়ৰ উপ আৰক্ষী অধীক্ষক(মুখ্য কাৰ্যালয়) পল্লৱী মজুমদাৰে জোনমণি গগৈৰ ঘৰত উপস্থিত হৈ এখন ম’পেডখন উপহাৰ দিয়ে।

জোনমণি গগৈ ঘৰ ডিব্ৰুগড় জিলাৰ বগীবিলৰ সাফাকাটিৰ ঘগৰা গাঁৱত।

জোনমণিয়ে ল’কডাউনৰ সময়ছোৱাত ডিব্ৰুগড়ৰ বৃহত্তৰ বগীবিল অঞ্চলৰ বিভিন্ন গাঁৱত চাইকেলত পাচলি বুজাই কৰি বিক্ৰী কৰি আহিছে।

‘ডিব্ৰুগড় আৰক্ষীৰ ওচৰত মই কৃতজ্ঞ। এইখনে বিভিন্ন অঞ্চলত পাচলি বিক্ৰী কৰাত মোক সহায় কৰিব।’ জোনমণিয়ে কয়।

‘আমি সংবাদ মাধ্যমৰ যোগেদি এই খবৰ পাওঁ আৰু ডিব্ৰুগড় আৰক্ষী অধীক্ষ শ্ৰীজিত টি আৰু আমি তাইক সহায় কৰাৰ সিদ্ধান্ত লওঁ।’ উপ আৰক্ষী অধীক্ষক মজুমদাৰে কয়।

‘তাই আমাৰ পৰা আৰ্থিক সাহায্য গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল। তাই স্বাভিমানী আৰু আমাৰ পৰা কোনো সহায় বিচৰা নাছিল, কিন্তু আমিহে তাইৰ সহায় হোৱাকৈ এখন ম’পেড দিয়াৰ সিদ্ধান্ত লওঁ।’ মজুমদাৰে লগতে কয়।

“তাইক লৈ আমি গৰ্বিত আৰু তাই আন বহুতৰ বাবে প্ৰকৃতাৰ্থতে অনুপ্ৰেৰণাৰ উৎস।’ ডি এছ পি গৰাকীয়ে কয়।

আনহাতে ডিব্ৰুগড় হনুমনবক্স সুৰজমল কানৈ মহাবিদ্যালয় অধ্যক্ষ ডঃ শশী কান্ত শইকীয়াই জোনমিণৰ উচ্চ শিক্ষাৰ বাবে আৰ্থিক সহায় আগবঢ়োৱাৰ ইচ্ছা প্ৰকাশ কৰিছে।

Recent News

পুনৰ মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

পুনৰ মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

আজিৰ পৰা বোকাখাতত কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনী; উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

আজিৰ পৰা বোকাখাতত কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনী; উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd