• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মুম্বাই ইণ্ডিয়ানছক ইনষ্টাগ্ৰামত আনফলো কৰিলে নেকি হাৰ্দিক পাণ্ডিয়ায়ে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 11, 2026 2:16 pm
25
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুম্বাই ইণ্ডিয়ানছে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ অৰ্থাৎ আই পি এল ২০২৬ ৰ প্লে অফৰ পৰা বাহিৰ হোৱাৰ পিছতেই দলৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াৰ ভৱিষ্যতক লৈ তীব্ৰ চৰ্চা আৰম্ভ হৈছে। অনুৰাগীসকলে লক্ষ্য কৰা অনুসৰি অলৰাউণ্ডাৰগৰাকীয়ে ইনষ্টাগ্ৰামত ফ্ৰেঞ্চাইজিক আনফলো কৰিছিল। এই খবৰটো ছচিয়েল মিডিয়াত মুহূৰ্তৰ ভিতৰতে বিয়পি পৰে আৰু বহুতেই ইয়াক মুম্বাইৰ এইবাৰৰ হতাশাজনক প্ৰদৰ্শন আৰু দলৰ সৈতে হাৰ্দিকৰ সম্পৰ্কৰ অৱনতিৰ লগত সাঙুৰিছে।

যোৱা ১০ মে’ তাৰিখে ৰায়পুৰত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ হাতত পৰাস্ত হোৱাৰ লগে লগে মুম্বাই ইণ্ডিয়ানছ আনুষ্ঠানিকভাৱে প্লে অফৰ দৌৰৰ পৰা বাহিৰ হয়। এই খেলখনৰ পিছতে ইনষ্টাগ্ৰামত হাৰ্দিকৰ প্ৰফাইলত মাত্ৰ ১৫০ টা একাউণ্ট ফ’ল’ কৰা দেখুওৱা হৈছিল, য’ত মুম্বাই ইণ্ডিয়ানছৰ নাম নাছিল। কিন্তু মাত্ৰ কেইমিনিটমানৰ পিছতে অনুৰাগীসকলে পুনৰ লক্ষ্য কৰে যে সেই সংখ্যা ১৫১ লৈ সলনি হৈছে আৰু ফ’ল’ কৰা একাউণ্টৰ তালিকাত মুম্বাই ইণ্ডিয়ানছৰ নাম পুনৰ ওলাইছে।

Apply Now

সামাজিক মাধ্যমত হোৱা এই সৰু পৰিৱৰ্তনেই গুজৱ বিয়পাবলৈ যথেষ্ট আছিল। ২০২৪ চনৰ আই পি এলৰ পূৰ্বে হাৰ্দিকক পুনৰ মুম্বাই ইণ্ডিয়ানছলৈ ঘূৰাই অনা আৰু অধিনায়ক হিচাপে নিযুক্তি দিয়া কাৰ্যই মুম্বাইৰ অনুৰাগীসকলক দুভাগত বিভক্ত কৰিছিল। সেয়েহে দলটোৰ যিকোনো বেয়া সময় বা অধিনায়কজনক লৈ এতিয়া তীব্ৰ চৰ্চা হয়। অৱশ্যে প্ৰকৃততে হাৰ্দিকে ভুলতে আনফলো কৰিছিল, নে কোনো কাৰিকৰী বিজুতি আছিল, নে পৰাজয়ৰ হতাশাত তেনে কৰিছিল, সেয়া এতিয়াও ৰহস্য হৈয়ে আছে। এই সন্দৰ্ভত হাৰ্দিক পাণ্ডিয়া বা মুম্বাই ইণ্ডিয়ানছে কোনো আনুষ্ঠানিক মন্তব্য প্ৰকাশ কৰা নাই।

এইবাৰৰ আই পি এল হাৰ্দিক আৰু মুম্বাই ইণ্ডিয়ানছ দুয়ো পক্ষৰ বাবেই অতি কঠিন আছিল। হাৰ্দিকে এই ছিজনৰ আঠখন মেচত মাত্ৰ ১৪৬ ৰান সংগ্ৰহ কৰাৰ লগতে চাৰিটা উইকেটহে দখল কৰিবলৈ সক্ষম হয়। ইয়াৰ উপৰিও পিঠিৰ বিষৰ বাবে তেওঁ মুঠ তিনিখন মেচ খেলিবলৈ সক্ষম নহ’ল। লখনৌ ছুপাৰ জায়ান্টছ আৰু বেংগালুৰুৰ বিৰুদ্ধে মেচত হাৰ্দিকৰ অনুপস্থিতিত সূৰ্যকুমাৰ যাদৱে দলৰ অধিনায়কৰ দায়িত্ব পালন কৰে।

ইমান হতাশাজনক প্ৰদৰ্শনৰ পিছতো শেহতীয়া খবৰ অনুসৰি মুম্বাই ইণ্ডিয়ানছৰ মেনেজমেন্টে এতিয়াও হাৰ্দিকক অধিনায়ক হিচাপে সমৰ্থন কৰিছে। ফ্ৰেঞ্চাইজিয়ে টি-২০ ক্ৰিকেটৰ সলনি হোৱা শৈলীৰ লগত খাপ খাব নোৱাৰাটোকহে ব্যৰ্থতাৰ মূল কাৰণ হিচাপে ধৰিছে। তথাপিও একেৰাহে আগতীয়াকৈ বিদায় লোৱা আৰু এই শেহতীয়া ইনষ্টাগ্ৰামৰ ঘটনাবোৰে হাৰ্দিকৰ ভৱিষ্যতক লৈ প্ৰশ্নবোধক চিহ্ন আঁকি দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান

২ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান

September 24, 2026 5:05 pm
প্ৰতিষ্ঠানৰ সন্মান ৰক্ষাৰ দাবী, SIR-ক লৈ প্ৰাক্তন নিৰ্বাচনী আয়ুক্ত কুৰেশ্বি আৰু লাভাছাই বিচাৰিলে জ্ঞানেশ কুমাৰৰ সঁহাৰি

প্ৰতিষ্ঠানৰ সন্মান ৰক্ষাৰ দাবী, SIR-ক লৈ প্ৰাক্তন নিৰ্বাচনী আয়ুক্ত কুৰেশ্বি আৰু লাভাছাই বিচাৰিলে জ্ঞানেশ কুমাৰৰ সঁহাৰি

September 24, 2026 4:43 pm
বৰগীত, সত্ৰীয়াৰ পৰা সাঁচিপতীয়া পুথিলৈ! গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ব্যতিক্ৰমী ঐতিহ্য মহোৎসৱ

বৰগীত, সত্ৰীয়াৰ পৰা সাঁচিপতীয়া পুথিলৈ! গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ব্যতিক্ৰমী ঐতিহ্য মহোৎসৱ

September 24, 2026 3:35 pm
গণতন্ত্ৰৰ সংজ্ঞা সলনি কৰিছে নেকি নিৰ্বাচন আয়োগে? জ্ঞানেশ কুমাৰক ‘দেশৰ সৰ্ববৃহৎ দেশদ্ৰোহী’ আখ্যা চিজেপি নেতাৰ

গণতন্ত্ৰৰ সংজ্ঞা সলনি কৰিছে নেকি নিৰ্বাচন আয়োগে? জ্ঞানেশ কুমাৰক ‘দেশৰ সৰ্ববৃহৎ দেশদ্ৰোহী’ আখ্যা চিজেপি নেতাৰ

September 24, 2026 3:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান

২ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান

September 24, 2026 5:05 pm
প্ৰতিষ্ঠানৰ সন্মান ৰক্ষাৰ দাবী, SIR-ক লৈ প্ৰাক্তন নিৰ্বাচনী আয়ুক্ত কুৰেশ্বি আৰু লাভাছাই বিচাৰিলে জ্ঞানেশ কুমাৰৰ সঁহাৰি

প্ৰতিষ্ঠানৰ সন্মান ৰক্ষাৰ দাবী, SIR-ক লৈ প্ৰাক্তন নিৰ্বাচনী আয়ুক্ত কুৰেশ্বি আৰু লাভাছাই বিচাৰিলে জ্ঞানেশ কুমাৰৰ সঁহাৰি

September 24, 2026 4:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd