• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দুটা লেবত এজন ৰোগীৰ ভিন্ন ৰিপৰ্ট : শিৱসাগৰৰ সঞ্জীৱনী ডায়গন’ষ্টিকচত উত্তপ্ত পৰিস্থিতি

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
November 2, 2024 6:45 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মানুহ এগৰাকী তেজো একেখিনিয়েই কিন্তু ৰিপৰ্টহে ভিন্ন ভিন্ন দুটা ওলাল!  শিৱসাগৰত ওলাল এটা ৰিপৰ্ট আৰু ডিব্ৰুগড়ত ওলাল অন্য এটা ৰিপৰ্ট।  শিৱসাগৰৰ ৰিপৰ্ট দেখি পেটতে হাত-ভৰি লুকাল ৰোগীৰ লগতে পুত্ৰ-পৰিয়ালৰ।

শিৱসাগৰৰ ৰিপৰ্ট অনুসৰি লিভাৰ-কিডনী সকলোতে জটিলতা থকা বুলি ওলাল এগৰাকী মহিলাৰ। শিৱসাগৰৰ সঞ্জীৱনী ডায়গন’ষ্টিকচৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপিত হৈছে।

Apply Now

ৰোগীৰ তেজ পৰীক্ষাৰ ৰিপৰ্টত ভয়ংকৰ বিসংগতি ওলোৱাত শিৱসাগৰৰ সঞ্জীৱনী ডায়গন’ষ্টিকচত উতপ্ত পৰিস্থিতি। আছুৰ বিষয়ববীয়াই জাবাবদিহি কৰিলে স্বতাধিকাৰীক। ৰোগীৰ জীৱনক লৈ হেতালি খেলিছে শিৱসাগৰ নগৰত থকা ব্যক্তিগত খণ্ডৰ লেবৰেটৰী সঞ্জীৱনী ডায়গনষ্টিকচে। ৰোগীক ভুল ৰিপৰ্ট প্ৰদান কৰাৰ অভিযোগ সঞ্জীৱনী ডায়গন’ষ্টিকচৰ বিৰুদ্ধে। আৰু ইয়াৰ উত্তৰ বিচাৰি এইখন প্ৰতিষ্ঠানত উপস্থিত হৈ ৰোগীৰ আত্মীয়ৰ লগতে আছুৰ বিষয়ববীয়াই জবাবদিহি কৰিলে প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰীক। কিন্তু স্বত্বাধিকাৰীৰ লগতে পৰীক্ষা সম্পন্ন কৰা চিকিৎসকে ৰোগীৰ আত্মীয়ক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ।

হয়, ২২ অক্টোবৰ তাৰিখে শিৱসাগৰৰ নামতি অঞ্চলৰ সৰুমাই বৰা নামৰ মহিলা এগৰাকীৰ চুগাৰ, কিডনী আৰু লিভাৰৰ আদিৰ পৰীক্ষা কৰোৱা হৈছিল এইখন সঞ্জীৱনী ডায়গনোষ্টিকচত আৰু এই টেষ্টৰ ৰিপৰ্ট প্ৰত্যক্ষ কৰি চিকিৎসকে মহিলাগৰাকীৰ চুগাৰকে ধৰি কিডনী আৰু লিভাৰৰ জটিলতা থকা বুলি উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ নিবলৈ পৰামৰ্শ আগবঢ়ায়।

মাতৃৰ অসুখৰ জটিলতাৰ কথা গম পাই পুত্ৰই উন্নত চিকিৎসাৰ বাবে ৫ দিনৰ পাছত ডিব্ৰুগড়লৈ যায় আৰু তাত পুনৰ অনুৰূপ টেষ্ট কৰোৱা হয়। কিন্তু ডিব্ৰুগড়ৰ লেবৰেটৰীত কৰা টেষ্টৰ ৰিপৰ্ট আৰু শিৱসাগৰৰ সঞ্জিৱনী ডায়গনষ্টিকচৰ ৰিপৰ্ট মাজত ওলাল বৃহৎ পাৰ্থক্য। ডিব্ৰুগড়ৰ এখন প্ৰতিষ্ঠিত প্ৰতিষ্ঠানত কৰা স্বাস্থ্য পৰীক্ষাৰ ৰিপৰ্ট পৰীক্ষা কৰি চিকিৎসকে মহিলাগৰাকীৰ স্বাস্থ্যত কোনো জটিলতা নাই বুলি উল্লেখ কৰি ৰিলিজ দিয়ে মহিলাগৰাকীক।

আৰু তাৰ পাছতে আছুৰ বিষয়ববীয়া আৰু সৰুমাই বৰা পুত্ৰই সঞ্জিৱনী ডায়গনষ্টিকচ নামৰ প্ৰতিষ্ঠানখনত উপস্থিত হৈ স্বত্বাধিকাৰীক জবাবদিহি কৰে।  মাত্ৰ ৫ দিনৰ অন্তৰত বেয়া হোৱা লিভাৰ কিডনী কোনো ঔষধ সেৱন নকৰাকৈ থিক হ’ল।

আনহাতে সঞ্জিৱনী ডায়গনষ্টিকচৰ স্বতাধিকাৰীয়ে উল্লেখ কৰে, যে কোনো ৰোগীৰ টেষ্ট শিৱসাগৰত কৰা নহয়, ৰোগীৰ তেজৰ নমুনা সংগ্ৰহ কৰি এডিলাচ নামৰ প্ৰতিষ্ঠান খনলৈ প্ৰেৰণ কৰা হয় আৰু তাৰপৰাহে ৰিপৰ্টসমূহ প্ৰেৰণ কৰে। এই সন্দৰ্ভত এডিলাচ কৰ্তৃপক্ষক অৱগত কৰা বুলি দায়সৰা মন্তব্য স্বত্বাধিকাৰীৰ।

ইফালে, এই ঘটনাৰ উচিত তদন্ত কৰিবলৈ প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ উৰ্ধতন কৰ্তৃপক্ষলৈ আহ্বান জনাইছে আছুৰ বিষয়ববীয়াই। ৰোগীৰ জীৱনক লৈ হেতালি খেলা কাৰ্যক কোনো কাৰণতে সহ্য কৰা নহ’ব বুলিও সঁকিয়নি ছাত্ৰ সংগঠনটোৰ।

কেৱল এইখনেই নহয়, শিৱসাগৰৰ বহু লেবৰটেৰীতে ভুল ৰিপৰ্ট দি  কেৱল ব্যৱসায়িক মুনাফা লুটাৰ স্বাৰ্থত ৰোগীৰ জীৱনৰে হেতালি খেলা বুলি বিস্ফোৰক অভিযোগ উত্থাপিত হৈ আহিছে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ন্যায় ব্যৱস্থাৰ প্ৰতি আস্থাহীন দেশৰ প্ৰাক্তন আমোলা ! জেললৈ যাবলৈ অস্বীকাৰ কুৰেশ্বীৰ, ক’লে- “আপোনালোকে জামিন পাব, মই…”

ন্যায় ব্যৱস্থাৰ প্ৰতি আস্থাহীন দেশৰ প্ৰাক্তন আমোলা ! জেললৈ যাবলৈ অস্বীকাৰ কুৰেশ্বীৰ, ক’লে- “আপোনালোকে জামিন পাব, মই…”

July 7, 2026 1:27 pm
‘নাজানা মই কোন!’ এমবাপেক বৰ্ণবিদ্বেষী আক্ৰমণ কৰি ওলোটাই আইনী ভাবুকি পেৰাগুৱেৰ চিনেটৰৰ

‘নাজানা মই কোন!’ এমবাপেক বৰ্ণবিদ্বেষী আক্ৰমণ কৰি ওলোটাই আইনী ভাবুকি পেৰাগুৱেৰ চিনেটৰৰ

July 7, 2026 1:26 pm
তাজমহল নে তেজো মহালয়? কেন্দ্ৰ আৰু ASI-ৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল নে তেজো মহালয়? কেন্দ্ৰ আৰু ASI-ৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 12:21 pm
হৰমুজ প্ৰণালী অতিক্ৰম কৰাৰ পথত একাধিক বাণিজ্যিক জাহাজত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ

হৰমুজ প্ৰণালী অতিক্ৰম কৰাৰ পথত একাধিক বাণিজ্যিক জাহাজত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ

July 7, 2026 11:11 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ন্যায় ব্যৱস্থাৰ প্ৰতি আস্থাহীন দেশৰ প্ৰাক্তন আমোলা ! জেললৈ যাবলৈ অস্বীকাৰ কুৰেশ্বীৰ, ক’লে- “আপোনালোকে জামিন পাব, মই…”

ন্যায় ব্যৱস্থাৰ প্ৰতি আস্থাহীন দেশৰ প্ৰাক্তন আমোলা ! জেললৈ যাবলৈ অস্বীকাৰ কুৰেশ্বীৰ, ক’লে- “আপোনালোকে জামিন পাব, মই…”

July 7, 2026 1:27 pm
‘নাজানা মই কোন!’ এমবাপেক বৰ্ণবিদ্বেষী আক্ৰমণ কৰি ওলোটাই আইনী ভাবুকি পেৰাগুৱেৰ চিনেটৰৰ

‘নাজানা মই কোন!’ এমবাপেক বৰ্ণবিদ্বেষী আক্ৰমণ কৰি ওলোটাই আইনী ভাবুকি পেৰাগুৱেৰ চিনেটৰৰ

July 7, 2026 1:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd