• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দীঘলীপুখুৰীৰ গছ কটা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ ভাষ্যৰ প্ৰতিক্ৰিয়া আপৰ

আন্তঃগাঁথনি নিৰ্মাণৰ নামত পাৰিপাৰ্শ্বিকতা ধ্বংসৰ বিৰুদ্ধে সৰৱ ৰাজেশ শৰ্মা, মনোজ ধানোৱাৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
October 30, 2024 6:23 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটীৰ একাংশ সচেতন নাগৰিক, স্বেচ্ছাসেৱী সংগঠন, বুদ্ধিজীৱী তথা মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ প্ৰতিবাদত সেও মানি চৰকাৰে দীঘলীপুখুৰীৰ পাৰৰ গছ নকটাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নিজৰ এক্স হেণ্ডল যোগে প্ৰকাশ কৰা এই সিদ্ধান্তৰ প্ৰতি আদৰণি জনাইছে আম আদমী পাৰ্টিৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে।

দীঘলীপুখুৰীৰ পাৰৰ পৰা নুনমাটিলৈ ৰাজ্য চৰকাৰৰ লোকনিৰ্মাণ বিভাগে নিৰ্মাণ কৰি থকা উৰণ সেতুৰ কাম সম্পূৰ্ণ কৰাৰ বাবে চৰকাৰে ১০০ বছৰীয়া পুৰণি গছ কটাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। লগে লগে প্ৰৱল প্ৰতিবাদৰ সন্মুখীন হোৱাত সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হয়।

Apply Now

এই সন্দৰ্ভত আপৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে কয়, ” মহানগৰীৰ আন্তঃগাঁথনি বা উৰণ সেতু নিৰ্মাণৰ নামত শতবৰ্ষ গৰকা গছ কটাৰ সিদ্ধান্ত কোনো পধ্যেই সমৰ্থন যোগ্য নহয়। মুখ্যমন্ত্ৰীয়ে এনে পৰিবেশ বিনষ্টকাৰী এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰাত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। চৰকাৰে অদূৰ ভৱিষ্যতে পুনৰ যাতে এনে অবিবেচক সিদ্ধান্ত গ্ৰহণ নকৰে। উন্নয়নৰ নামত পাৰিপাৰ্শ্বিকতাৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব পৰা কোনোধৰণৰ কাম কৰা উচিত নহয়। জলবায়ু পৰিৱৰ্তনৰ বাবে ৰাজ্যত তাপমাত্ৰা ৪০ ডিগ্ৰী চেলচিয়াচৰ সীমা চেৰাই যোৱাৰ সময়ত চৰকাৰে পৰিবেশ সুৰক্ষাতহে গুৰুত্ব দিব লাগে। ”

আনহাতে মুখ্যমন্ত্ৰীয়ে দীঘলীপুখুৰীৰ পাৰৰ গছ কটাৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ ঘোষণা কৰাৰ পিচতে আপৰ উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মাই এক্স হেণ্ডেলত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। তেওঁৰ প্ৰশ্ন -” গুৱাহাটীৰ দৰে চহৰত ইমান উৰণ সেতুৰ প্ৰয়োজন আছেনে? প্ৰকৃততে মুখ্যমন্ত্ৰীয়ে নিজৰ ঠিকাদাৰ বন্ধুসকলৰ মুনাফাৰ স্বাৰ্থত এনে আন্তঃগাঁথনি নিৰ্মাণত গুৰুত্ব আৰোপ কৰিছে ।”

আপৰ ৰাষ্ট্ৰীয় নেতাগৰাকীয়ে কয় যে প্ৰকৃতিৰ ওপৰত খনন চলাই অথবা পাৰিপাৰ্শ্বিকতা ধ্বংস কৰি এনেধৰণৰ নিৰ্মাণ কোনো পধ্যেই মানি লব নোৱাৰি।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

August 20, 2026 12:02 pm
শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am
৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am
জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

August 20, 2026 8:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

August 20, 2026 12:02 pm
শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd