• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিত এলাগী বহু নিষ্ঠাবান পুৰণি কৰ্মী: ভগ্ন হৃদয়লৈ পদত্যাগ দিলীপ কুমাৰ পাল, শিলাদিত্য দেৱৰ

শিলচৰৰ পৰা নিৰ্দলীয় হৈ খেলিব দিলীপ কুমাৰ পালে

এন ই নাও নিউজ by এন ই নাও নিউজ
March 10, 2021 5:40 pm
Dilip-Kumar-Paul-750x375
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম বিজেপিত এতিয়া সম্পূৰ্ণ একাষৰীয়া হৈ পৰিছে বহু পুৰণি বিজেপি নেতা।

আন বহু দল বিশেষকৈ কংগ্ৰেছৰ পৰা আহি বিজেপিত যোগদান কৰা একাংশ নেতা এতিয়া হৈ পৰিছে দলটোৰ ভাগ্য নিয়ন্তা।

Apply Now

এনে পৰিস্থিতিত প্ৰতিকূল অৱস্থাকো নেওঁচি তাহানিৰে পৰা অসমত বিজেপি দলৰ হৈ কাম কৰি থকা বহু নেতা এতিয়া হৈ পৰিছে হতাশ।

এনে হতাশাৰ ফলতে এতিয়া বহু প্ৰৱীণ বিজেপি নেতাই ভগ্ন  হৃদয় লৈ গেৰুৱা দলটো ত্যাগ কৰিবলগীয়া হৈছে। শেহতীয়াকৈ বিজেপিৰ এগৰাকী অগ্নিবৰ্ষী প্ৰৱীণ নেতা তথা হোজাইৰ বিধায়ক শিলাদিত্যক দেৱক টিকটৰ পৰা বঞ্চিত কৰি বিজেপিৰ শীৰ্ষ নেতৃত্বই ৰামকৃষ্ণ ঘোষক টিকট দিছে।

অসমত বিজেপিক নৱ ৰূপ দিয়াৰ ক্ষেত্ৰত অনবদ্য বৰঙণি থকা শিলাদিত্য দেৱক টিকৰ পৰা বঞ্চিত কৰাত স্বাভাৱিকতে ক্ষুণ্ণ হৈ পৰিছে বিধায়কগৰাকী। সেয়ে আজি তেওঁ লংকাৰ জোৰপুখুৰীস্থিত বাসভৱনত সংবাদমেল সম্বোধন কৰি বিজেপি দলৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰে।

শিলাদিত্যই কয় যে বিগত ৩০ বছৰে তেওঁ দলৰ বাবে নিঃস্বাৰ্থ ভাবে সেৱা কৰি আহিছে যদিও তেওঁৰ সেৱাৰ কোনো মূল্য দলীয় নেতৃত্বই নিদিলে। সেইবাবেই তেওঁ দল ত্যাগৰ সিদ্ধান্ত লয়।শিলাদিত্যই লগতে কয় যে বিজেপিৰ নেতৃত্বই তেওঁক ৰাজনৈতিক ভাবে হত্যা কৰিলে।

ইপিনে গেৰুৱা দলটোৰ আন এগৰাকী নিষ্ঠাবান পুৰণি কৰ্মী তথা শিলচৰ সমষ্টিৰ বিধায়ক দিলীপ কুমাৰ পালেও আজি বিজেপিৰ পৰা পদত্যাগ কৰাৰ কথা আনুষ্ঠানিক ভাবে ঘোষণা কৰে।

সোণোৱাল চৰকাৰৰ দিনতে অসম বিধানসভাৰ উপাধ্যক্ষ হিচাবে কাৰ্যনিৰ্বাহ কৰা দিলীপ কুমাৰ পালে ২০১৮ চনৰ ৮ মে’ত উক্ত পদৰ পৰা পদত্যাগ কৰিছিল। এনআৰচি প্ৰসংগত দলৰ একাংশ শীৰ্ষ নেতাৰ সৈতে মতবিৰোধ হোৱাৰ বাবেই তেওঁ বিধানসভাৰ উপাধ্যক্ষৰ পদ এৰিছিল।

দলৰ একাংশ নেতাৰ বিৰোধিতা কৰাৰ ফল এইবাৰ পালে বিধায়ক পালে। শিলচৰ সমষ্টিত পালক বঞ্চিত কৰি বিজেপিয়ে প্ৰক্ষেপ কৰিলে দ্বিপায়ন চক্ৰৱৰ্তীক। এই কথাতে আশাহত হৈ আজি দল ত্যাগ কৰে পালে।

কেৱল সেয়াই নহয়, বিজেপি ত্যাগ কৰি তেওঁ শিলচৰ সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাবে প্ৰতিদ্বন্দ্বিতা কৰিব বুলিও ঘোষণা কৰিছে। বিজেপিত এলাগী হৈ পৰা ব্যক্তিসকলৰ ভিতৰত দিলীপ কুমাৰ পাল অথবা শিলাদিত্যই শেষ ব্যক্তি নহয়।

আৰু বহু পুৰণি নেতাক দলটোত কৰা হৈছে এলাগী। ইয়াৰ বিপৰীতে দলটোত অধিক ক্ষমতাশালী হৈ উঠিছে সৌসিদিনালৈ বিজেপিক কুকুৰে কাঁইট নোখোৱাকৈ গালি পাৰি থকা বহু নেতা। এই দুই নেতাৰ পদত্যাগে বৰাক ভেলীৰ লগতে হোজাই সমষ্টিত বিজেপিক ক্ষতিগ্ৰস্ত কৰিব বুলি ধাৰণা কৰা হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd