• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পৃথক ডিমা ৰাজিৰ দাবীক লৈ এইবাৰ গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ দিলীপ নুনিচাৰ

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
November 7, 2019 6:47 pm
20191107_153453

ফটো: নৰ্থইষ্ট নাও

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পৃথক ডিমা ৰাজি গঠনৰ লক্ষ্য আগত ৰাখিয়েই ১৯৯৫ চনত ডিমাচা উগ্ৰপন্থী সংগঠন ডিমা হালাম দাওগা (ডিএইচডি)ৰ জন্ম হৈছিল।

অৱশ্যে সশস্ত্ৰ আন্দোলন চলি থকা সময়তে ২০০২ চনৰ ৩১ ডিচেম্বৰত চৰকাৰৰ সৈতে যুদ্ধ বিৰতি স্বাক্ষৰ কৰিছিল ডিএইচডিয়ে।

Apply Now

যুদ্ধ বিৰতি চলি থকা কালচোৱাত চৰকাৰৰ সৈতে নতুন আৰু ইয়াৰ পাছত ডিএইচডিৰ উভয় গোটে ২০১২ চনত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে।

কিন্তু বাস্তৱত দিলীপ নুনিচা নেতৃত্বাধীন ডিএইচডি গোটৰ ডিমাৰাজি গঠনৰ দাবীক চৰকাৰে গুৰুত্ব দিয়া নাই। ফলত ডিএইচডিৰ দীৰ্ঘ আন্দোলন ফলপ্ৰসু হৈ উঠা নাই।

আনহাতে, চৰকাৰৰ সৈতে স্বাক্ষৰিত বুজাবুজিৰ চুক্তিও সঠিকভাৱে বাস্তৱায়িত নোহোৱাত সশস্ত্ৰ গোটৰ মাজত মিশ্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

ইতিমধ্যে চুক্তি স্বাক্ষৰৰ সাত বছৰ অতিক্ৰম কৰিছে যদিও আজিকোপতি চৰকাৰে ডিএইচডি সদস্য সকলক পুনৰ্সংস্থাপনৰ ক্ষেত্ৰত ব্যৱস্থা লোৱা নাই।

এনে পৰিস্থিতিত প্ৰাক্তন ডিএইচডি গোটৰ সদস্য সকলক লৈ গঠন হোৱা হালালি প্ৰগ্ৰেছিভ চচাইটিয়ে এইবাৰ গণতান্ত্ৰিকভাবে ডিমা ৰাজি গঠনৰ আন্দোলন গঢ়ি তুলিব।

হাফলঙৰ চেঙইয়া তুলাৰামৰাজি গাঁওত হালালি ৱেলফেয়াৰ ছচাইটিৰ এখন বাৰ্ষিক সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

ডিএইচডি গোটৰ প্ৰাক্তন মুৰব্বী দিলীপ নুনিচাই সংবাদ মাধ্যমৰ আগত ক্ষোভ ব্যক্ত কৰি কয় যে চৰকাৰে ডিএইচডি গোটৰ প্ৰাক্তন সদস্যসকলৰ বিভিন্ন থানাত থকা গোচৰসমূহ, সদস্য সকলৰ পুনৰ্সংস্থাপন আৰু চুক্তি অনুসৰি প্ৰস্তাৱিত হোজাই আৰু বৰ্মণ উন্নয়ন পৰিষদ গঠনৰ ক্ষেত্ৰতো চুক্তি স্বাক্ষৰৰ আঠ বছৰ পাছতো ব্যৱস্থা লোৱা নাই।

অকল এয়াই নহয় বুজাবুজি চুক্তিৰ কোনোটো দফাই আজিলৈকে বাস্তবায়িত কৰাৰ ক্ষেত্ৰত চৰকাৰে আগ্ৰহ দেখুওৱা নাই।

নুনিচাই কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক লক্ষ্য কৰি লৈ কয় যে চৰকাৰে ডিএইচডিৰ প্ৰাক্তন সদস্য সকলৰ উপৰি আমাৰ আবেগক লৈ খেল-ধেমালিত লিপ্ত হৈছে।

‘’চৰকাৰৰ আহ্বানৰ লগতে আমাৰ দীৰ্ঘ দিনীয়া ডিমাৰাজি গঠনৰ দাবীৰ প্ৰতি চৰকাৰে দেখুওৱা আন্তৰিকতাৰ কাৰণেই ডিএইচডি সদস্য সকলে মূলসুঁতি লৈ ঘুৰি আহে,’’-নুনিচাই কয়।

তেওঁ লগতে কয়,’’কিন্তু চৰকাৰে আমাক একো দিয়া নাই আৰু চুক্তি স্বাক্ষৰৰ আঠ বছৰ অপেক্ষা কৰি এইবাৰ গণতান্ত্ৰিকভাবে ডিমাৰাজি গঠনৰ কাৰণে আমি সাজু হৈছো।কিয়নো  ডিমাৰাজি আমাৰ মৌলিক অধিকাৰ।‘’

উল্লেখনীয় আজি দিলীপ নুনিচাক সভাপতি আৰু সৌৰভ ৰাজিয়ুঙক সম্পাদক মনোনীত কৰি হালালি হো ৱয়েল ফেয়াৰ ছচাইটি গঠন কৰা হয়।

পংকজ কুমাৰ দেব

পংকজ কুমাৰ দেব

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

June 6, 2026 11:21 am
লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

June 6, 2026 10:53 am
২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

June 6, 2026 11:21 am
লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

June 6, 2026 10:53 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd