• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পৃথক স্বায়ত্ত শাসিত ৰাজ্য গঠনৰ প্ৰতিশ্ৰুতিৰে ডিমা হাচাও কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
January 7, 2019 7:02 pm
Dima Hasao Congress

ফটো : নৰ্থ-ইষ্ট নাও

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আজি দলীয় ইস্তাহাৰ প্ৰকাশ কৰে ডিমা হাচাও কংগ্ৰেছে। হাফলং ৰাজীৱ ভৱনত জিলা কংগ্ৰেছ সভাপতি নিৰ্মল লাঙঠাচা, উপ-সভাপতি ৰুদ্ৰজিত লাইছ্ৰাম, অবাষ্টিঙ পাচ’য়ানৰ লগতে বিভিন্ন নেতাৰ উপস্থিতিত আনুষ্ঠানিক ভাৱে দলীয় ইস্তাহাৰ মুকলি কৰে।

ইস্তাহাৰ মুকলি কৰি ডিমা হাচাও জিলা কংগ্ৰেছ সভাপতি নিৰ্মল লাঙঠাচায় কয় যে কংগ্ৰেছ দলে পাৰ্বত্য জিলাৰ সামগ্ৰীক উন্নয়নৰ হকে কাম আগতেও কৰিছে আৰু অহা দিনতো কৰি যাব। নিৰ্মলে কয় ‘ আমাৰ কাৰণে উন্নয়নৰ নতুন অৰ্থ হৈছে হাৰ্মোনিৱাছ ইক’নমি’। অৰ্থাৎ বিভিন্ন জাতি জনগোষ্ঠীৰ সম-উন্নয়ন।

Apply Now

তেওঁ লগতে কয় যে  ২০১৩ চনত পৰিষদত কংগ্ৰেছ নেতৃত্বৰ চৰকাৰ গঠন হৈছিল যদিও কিন্তু তাত নিৰ্বাচিত নেতাসকল কংগ্ৰেছ পটভূমিৰ পৰা নাছিল। যাৰ কাৰণে দলৰ বহু ক্ষতি হৈছে। কিন্তু আগন্তুক নিৰ্বাচনত কংগ্ৰেছ দল জয়ী হ’লে এই ক্ষেত্ৰত গুৰুত্ব দিব।

তেওঁ পুনৰ কয় যে আজি যদিও আমি ইস্তাহাৰ মুকলি কৰিছোঁ। কিন্তু আমি ইয়াৰ নাম দিছো ‘ৰোড ম্যাপ’।

ৰোড ম্যাপত ১৯৯৫ চনৰ ৰাজ্য চৰকাৰৰ সৈতে স্বাক্ষৰিত ‘মউ’ আৰু ২০১২ চনত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সৈতে স্বাক্ষৰিত ‘মছ্’ৰ কথাও উল্লেখ কৰা হয়।

ইয়াৰ উপৰি ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচিৰ ২৪৪(ক) ধাৰাৰ অধীনত পৃথক স্বায়ত্ত শাসিত ৰাজ্য গঠনৰ কথা ইস্তাহাৰত উল্লেখ কৰা হয়। শিক্ষা, কৃষি, পৰ্যটন,পৰিবহন, উদ্যোগ, খোৱা পানী সমস্যা আদি ক্ষেত্ৰত অধিক গুৰুত্ব দিয়াৰ অংগীকাৰ ডিমা হাচাও কংগ্ৰেছৰ।

আনহাতে বেচৰকাৰী বিদ্যালয়ৰ মাহেকীয়া মাচুল নিয়ন্ত্ৰণত কংগ্ৰেছ দলে ব্যৱস্থা গ্ৰহণ কৰিব বুলিও নিৰ্বাচনী ইস্তাহাৰত প্ৰকাশ কৰে।

পংকজ কুমাৰ দেব

পংকজ কুমাৰ দেব

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

বিশ্ব দৰবাৰত উত্তৰ-পূবৰ চলচ্চিত্ৰৰ জয়যাত্ৰা: অস্কাৰৰ দৌৰত নাগালেণ্ডৰ পৰিচালক থেজা ৰিঅ’ৰ ‘আং’

বিশ্ব দৰবাৰত উত্তৰ-পূবৰ চলচ্চিত্ৰৰ জয়যাত্ৰা: অস্কাৰৰ দৌৰত নাগালেণ্ডৰ পৰিচালক থেজা ৰিঅ’ৰ ‘আং’

September 25, 2026 12:55 pm
২৪৯০ কোটি টকা হেৰুৱাইও ভাৰতৰ শীৰ্ষ ধনী অভিনেতা শ্বাহৰুখ খান; দ্বিতীয় স্থানত কোন?

২৪৯০ কোটি টকা হেৰুৱাইও ভাৰতৰ শীৰ্ষ ধনী অভিনেতা শ্বাহৰুখ খান; দ্বিতীয় স্থানত কোন?

September 25, 2026 12:46 pm
এছিয়ান গেমছত ভাৰতৰ দ্বিতীয়টো সোণ! ১০ মিটাৰ এয়াৰ পিষ্টলত ইতিহাস ৰচিলে সুৰুচি আৰু কমলজিতে

এছিয়ান গেমছত ভাৰতৰ দ্বিতীয়টো সোণ! ১০ মিটাৰ এয়াৰ পিষ্টলত ইতিহাস ৰচিলে সুৰুচি আৰু কমলজিতে

September 25, 2026 11:42 am
তেওঁৰ হাততে ভোটাৰ ছফটৱেৰৰ ‘চাবি’? নিৰ্বাচন আয়োগৰ ভিতৰতে খলকনি তোলা কোন এই সীমা খান্না?

তেওঁৰ হাততে ভোটাৰ ছফটৱেৰৰ ‘চাবি’? নিৰ্বাচন আয়োগৰ ভিতৰতে খলকনি তোলা কোন এই সীমা খান্না?

September 25, 2026 11:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্ব দৰবাৰত উত্তৰ-পূবৰ চলচ্চিত্ৰৰ জয়যাত্ৰা: অস্কাৰৰ দৌৰত নাগালেণ্ডৰ পৰিচালক থেজা ৰিঅ’ৰ ‘আং’

বিশ্ব দৰবাৰত উত্তৰ-পূবৰ চলচ্চিত্ৰৰ জয়যাত্ৰা: অস্কাৰৰ দৌৰত নাগালেণ্ডৰ পৰিচালক থেজা ৰিঅ’ৰ ‘আং’

September 25, 2026 12:55 pm
২৪৯০ কোটি টকা হেৰুৱাইও ভাৰতৰ শীৰ্ষ ধনী অভিনেতা শ্বাহৰুখ খান; দ্বিতীয় স্থানত কোন?

২৪৯০ কোটি টকা হেৰুৱাইও ভাৰতৰ শীৰ্ষ ধনী অভিনেতা শ্বাহৰুখ খান; দ্বিতীয় স্থানত কোন?

September 25, 2026 12:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd