• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে হাফলঙত হিলছ ট্ৰাইবৰ প্ৰতিবাদী ধৰ্ণা

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
November 21, 2019 11:23 am
IMG20191120123705 (1)

ফটো : নৰ্থ-ইষ্ট নাও

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে কংগ্ৰেছৰ পাছত এইবাৰ হিলছ্ ট্ৰাইব ষ্টুডেন্ট এছ’চিয়েছনৰ ধৰ্ণাত উত্তাল হৈ পৰিছে ডিমা হাচাও জিলা উপায়ুক্ত কাৰ্যালয়ৰ চৌহদ।

কোনো কাৰণতে এই বিল আইনত পৰিণত হ’বলৈ নিদিও বুলি হুংকাৰ দিছে হিলছ্ ট্ৰাইব ষ্টুডেন্ট এছ’চিয়েছনৰ সভাপতি প্ৰমিত চেঙগুইনে।

Apply Now

বুধবাৰে হাফলঙত অনুষ্ঠিত ধৰ্ণাত চেঙগুইনে কয় যে কেন্দ্ৰীয় চৰকাৰে দেশৰ আন আন ৰাজ্যৰ লগতে অসমৰ ষষ্ঠ অনুসূচিৰ ডিমা হাচাও জিলাতো যদি এই বিল জাপি দিয়াৰ সিদ্ধান্ত লৈছে, তেন্তে অনতি পলমে এয়া বাতিল কৰিব লাগে। অন্যথা বৃহত্তৰ আন্দোলন গঢ়ি তোলা হ’ব আৰু তাৰ বাবে চৰকাৰ দায়ী হ’ব বুলি মন্তব্য কৰে।

ধৰ্ণা কাৰ্যসূচীৰ পিছতে প্ৰতিবাদকাৰী সকলে ডিমা হাচাও জিলাৰ উপায়ুক্ত অমিতাভ ৰাজখোৱাক সাক্ষাৎ কৰি প্ৰধান মন্ত্ৰীৰ উদ্দেশ্যে এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ বুলিও জনায়।

উল্লেখনীয় যে যোৱা সোমবাৰৰ পৰা সংসদৰ শীতকালীন অধিবেশন আৰম্ভ হৈছে আৰু কেন্দ্ৰীয়  চৰকাৰে এই অধিবেশনতে সদনত নাগৰিকত্ব বিল আনিবৰ কাৰণে সম্পূৰ্ণভাৱে প্ৰস্তুত হৈছে। প্ৰাপ্ত তথ্য অনুসৰি সংসদৰ কাৰ্যক্ৰমনিকাৰ ১৬ নম্বৰত আছে নাগৰিকত্ব সংশোধনী বিধেয়ক।

ইপিনে চৰকাৰে ষষ্ঠ অনুসূচিৰ ডিমা হাচাও জিলাত পঞ্চায়তী ৰাজ ব্যৱস্থা চালু কৰাৰ লগতে প্ৰস্তাৱিত ডিটেনচন ক্যাম্প স্থাপন কৰাৰ সিদ্ধান্ত বাতিল কৰিবলৈ হুংকৰা প্ৰদান কৰে হিলছ্ ট্ৰাইব এছ’চিয়েছনে।

হিলছ্ ট্ৰাইব ষ্টুডেণ্ট গোটৰ সভাপতি আৰু ডিমাচা ষ্টুডেণ্ট য়ুনিয়নৰ কেন্দ্ৰীয় কমিটিৰ সম্পাদক প্ৰমিত চেঙগুইনে কয়, ‘অবৈধ বিদেশীৰ বোজা আমি ল’ব নোৱাৰো। কিয়নো ডিমা হাচাও কোনো ডাম্পিং গ্ৰাউণ্ড নহয়’।

ইয়াৰ উপৰি প্ৰস্তাৱিত ডিটেনশ্যন কেম্প স্থাপন কৰা প্ৰসংগটো চৰকাৰক সমালোচনা কৰে তেওঁ কয় ‘চৰকাৰে ডিমা হাচাওত পলিটেকনিক, মেডিকেল কলেজ, ইঞ্জিনিয়াৰিং কলেজকে ধৰি আছাম য়ুনিভাৰ্চিটি কেম্পাছ স্থাপন কৰিবলৈ সক্ষম হোৱা নাই। কিন্তু বিদেশীক ৰখাৰ কাৰণে ডিটেনশ্যন কেম্প স্থাপন কৰাৰ কাৰণে উঠি পৰি লগা পৰিলক্ষিত হৈছে। যি অত্যন্ত দুৰ্ভাগ্যজনক বিষয়’।

লগতে ডিমা হাচাও জিলাত পঞ্চায়তী ৰাজ ব্যৱস্থা চালু নকৰিবলৈও হুংকাৰ প্ৰদান কৰে ষ্টুডেন্ট এছ’চিয়েছনে।

পংকজ কুমাৰ দেব

পংকজ কুমাৰ দেব

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অখিল গগৈৰ আদৰ্শগত স্থিতি বিশ্লেষণ ড০ হীৰেন গোহাঁই

অখিল গগৈৰ আদৰ্শগত স্থিতি বিশ্লেষণ ড০ হীৰেন গোহাঁই

September 5, 2026 1:13 pm
শিক্ষক দিৱসত অসমৰ ১৫ গৰাকী শিক্ষকলৈ ৰাজ্যিক শিক্ষক বঁটা, ২০২৬

শিক্ষক দিৱসত অসমৰ ১৫ গৰাকী শিক্ষকলৈ ৰাজ্যিক শিক্ষক বঁটা, ২০২৬

September 5, 2026 12:57 pm
‘আৰক্ষীৰ কামত সংযম অপৰিহাৰ্য’, শিক্ষাৰ্থীৰ ওপৰত ‘লাঠি চালনা’ক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ

‘আৰক্ষীৰ কামত সংযম অপৰিহাৰ্য’, শিক্ষাৰ্থীৰ ওপৰত ‘লাঠি চালনা’ক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ

September 5, 2026 12:52 pm
হিন্দুত্ববাদী ইনফ্লুৱেন্সাৰ স্বতন্ত্ৰ ভাৰদ্বাজৰ বিৰুদ্ধে এজাহাৰ চিৰাগ পাছৱানৰ

হিন্দুত্ববাদী ইনফ্লুৱেন্সাৰ স্বতন্ত্ৰ ভাৰদ্বাজৰ বিৰুদ্ধে এজাহাৰ চিৰাগ পাছৱানৰ

September 5, 2026 12:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অখিল গগৈৰ আদৰ্শগত স্থিতি বিশ্লেষণ ড০ হীৰেন গোহাঁই

অখিল গগৈৰ আদৰ্শগত স্থিতি বিশ্লেষণ ড০ হীৰেন গোহাঁই

September 5, 2026 1:13 pm
শিক্ষক দিৱসত অসমৰ ১৫ গৰাকী শিক্ষকলৈ ৰাজ্যিক শিক্ষক বঁটা, ২০২৬

শিক্ষক দিৱসত অসমৰ ১৫ গৰাকী শিক্ষকলৈ ৰাজ্যিক শিক্ষক বঁটা, ২০২৬

September 5, 2026 12:57 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd