• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

 ৱাজো অপহৰণ কাণ্ডৰ মাষ্টাৰমাইণ্ডক গ্ৰেপ্তাৰ ডিমা হাছাও আৰক্ষীৰ

অপহৰণত জড়িত দিপঞ্জয় জাৰাম্বুছা দলবিৰোধী কাৰ্যৰ বাবে ডিমা হাছাওৰ অগপৰ পৰা বহিষ্কৃত

পংকজকুমাৰ দেব by পংকজকুমাৰ দেব
December 10, 2018 7:24 pm
sp saikia
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ২৯ নভেম্বৰ তাৰিখে মাইবাঙ মহকুমাৰ ৱাজো গাঁওৰ পৰা অপহৃত হৈছিল পাইনচ’ডাও নুনিছা নামৰ সত্তৰ বছৰীয়া বৃদ্ধ। উপৰোক্ত অপহৰণ কাণ্ডক কেন্দ্ৰ কৰি পাহাৰীয়া জিলাখনত তীব্ৰ চাঞ্চ্যল্যৰ সৃষ্টি হৈছিল। লগে লগে আৰক্ষীৰ দলে অপহৃত ব্যক্তিগৰাকীক উদ্ধাৰৰ কাৰণ অভিযান আৰম্ভ কৰিছিল। অবশ্যে পৰিস্থিতিৰ কথা বিবেচনা কৰি অপহৰণকাৰীয়ে নুনিছাক যোৱা বৃহস্পতিবাৰে মোকলাই দিয়ে। কাৰণ ইয়াৰ আগতে আৰক্ষীয়ে অপহৰণ কাণ্ডত জড়িত থকাৰ অভিযোগত তিনিজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছিল। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোককেইজনৰ পৰা এটা চাইনিজ গ্ৰেনেড, এম ১৬ ৰাইফলৰ ৩৫ জাঁই সজীৱ গুলি, সেনাৰ পোছাক আৰু ভালেমান আপত্তিজনক নথি-পত্ৰ উদ্ধাৰ কৰে।

আজি ডিমা হাচাও জিলাৰ আৰক্ষী অধীক্ষকক প্ৰশান্ত শইকীয়াই এখন সংবাদমেল অনুষ্ঠিত কৰি ৱাজো অপহৰণ কাণ্ডৰ বিতং তথ্য তুলি ধৰি কয় যে এই অপহৰণৰ আঁৰত কিছুমান মুখা পিন্ধা ব্যক্তি জড়িত হৈ আছে।

Apply Now

ইতিমধ্যে তিনিগৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে। এওঁলোক হ’ল মইতেশ্বৰ থাউচেন, দীপঞ্জয় জাৰাম্বুছা আৰু প্ৰীতিশ থাউচেন ওৰফে খুডাপ। আৰক্ষী অধীক্ষককে জনায় যে অপহৰণ কাণ্ডত এখন ইক’ ভ্যান ব্যবহাৰ কৰা হৈছিল। বাহনখনৰ পঞ্জীয়ন নম্বৰ হৈছে এএছ -১১ এম ৯২৬৭। মাহুৰৰ পৰা সাত হেজাৰ টকাৰ বিনিময়ত গাড়ীখন ভাড়া কৰা হৈছিল।

উল্লেখনীয় যে দিপঞ্জয় জাৰাম্বুছা ডিমা হাছাওৰ অগপৰ নেতা। যোৱা ৩০ নভেম্বৰ তাৰিখে দিপঞ্জয় আৰু এগৰাকী নেতাক দল বিৰোধী কাৰ্যত জড়িত থকাৰ বাবে নিলম্বিত কৰা হৈছিল।

পংকজকুমাৰ দেব

পংকজকুমাৰ দেব

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘নালছা’ৰ পিছত আন এখন আইন মহাবিদ্যালয়; মুখ্য ন্যায়াধীশক সমাৱৰ্তনলৈ আমন্ত্ৰণত আপত্তি শিক্ষাৰ্থীৰ

‘নালছা’ৰ পিছত আন এখন আইন মহাবিদ্যালয়; মুখ্য ন্যায়াধীশক সমাৱৰ্তনলৈ আমন্ত্ৰণত আপত্তি শিক্ষাৰ্থীৰ

August 17, 2026 8:30 am
৩ টা বিষয়ৰ ইউজিচি NET পৰীক্ষা বাতিল! প্ৰশ্নকাকতত এসোপা ভুল, পুনৰ কেতিয়া হ’ব পৰীক্ষা?

৩ টা বিষয়ৰ ইউজিচি NET পৰীক্ষা বাতিল! প্ৰশ্নকাকতত এসোপা ভুল, পুনৰ কেতিয়া হ’ব পৰীক্ষা?

August 17, 2026 7:45 am
শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm
‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘নালছা’ৰ পিছত আন এখন আইন মহাবিদ্যালয়; মুখ্য ন্যায়াধীশক সমাৱৰ্তনলৈ আমন্ত্ৰণত আপত্তি শিক্ষাৰ্থীৰ

‘নালছা’ৰ পিছত আন এখন আইন মহাবিদ্যালয়; মুখ্য ন্যায়াধীশক সমাৱৰ্তনলৈ আমন্ত্ৰণত আপত্তি শিক্ষাৰ্থীৰ

August 17, 2026 8:30 am
৩ টা বিষয়ৰ ইউজিচি NET পৰীক্ষা বাতিল! প্ৰশ্নকাকতত এসোপা ভুল, পুনৰ কেতিয়া হ’ব পৰীক্ষা?

৩ টা বিষয়ৰ ইউজিচি NET পৰীক্ষা বাতিল! প্ৰশ্নকাকতত এসোপা ভুল, পুনৰ কেতিয়া হ’ব পৰীক্ষা?

August 17, 2026 7:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd