• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

স্বয়ংক্ৰিয় ৰাইফল লৈ দৰা-কইনাই প’জ দিয়া ঘটনা সন্দৰ্ভত ডিমাপুৰত দুজনক গ্ৰেপ্তাৰ, দৰা-কইনা জামিনত মুকলি

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 13, 2019 10:05 pm

2 min read

Bride-Groom-with-Guns-at-hand-750x375

দৰা-কইনাৰ দৃশ্য

1.1k
VIEWS
Share on FacebookShare on Twitter

ডিমাপুৰৰ পাঁচ মাইলত ৯ নৱেম্বৰত অনুষ্ঠিত হোৱা এখন বিবাহ কাৰ্য্যসূচীত বিবাহস্থলীত দৰা-কইনাই হাতত স্বয়ংক্ৰিয় ৰাইফল লৈ প’জ দিয়া ঘটনা সন্দৰ্ভত বুধবাৰে ডিমাপুৰ আৰক্ষীয়ে এন এছ চি এন (কিতোভি-নেঅ’পাও)ৰ অট’ চুমি (২৩)আৰু মুঘাহো (২৮) নামৰ দুজন সদস্যক গ্ৰেপ্তাৰ কৰে।

বিবাহস্থলীত অস্ত্ৰ প্ৰদৰ্শনেৰে যুদ্ধ বিৰতি নীতি উলংঘা কৰা অভিযোগত দুয়োকে গ্ৰেপ্তাৰ কৰা হয়।

নৱ বিবাহিত দৰা-কইনাকো গ্ৰেপ্তাৰ কৰা হয় যদিও পৰৱৰ্তী সময়ত দুয়োকো জামিনত মুকলি কৰি দিয়া হয়।

দৰা-কইনাই বিবাহ স্থলীত স্বয়ংক্ৰিয় ৰাইফলেৰে প’জ দিয়াৰ পাছত বিবাহৰ আনন্দ প্ৰকাশ কৰি কিছু সংখ্যক সংগঠনটোৰ সদস্যই স্বয়ংক্ৰিয় ৰাইফলেৰে ধাৰাষাৰ গুলীবৰ্ষণ কৰা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল।

আনহাতে, উক্ত ঘটনা সন্দৰ্ভত ডিমাপুৰ আৰক্ষীয়ে মঙলবাৰে ডিমাপুৰ আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰিছিল।

ৰাজ্যখনৰ আৰক্ষী সঞ্চালক প্ৰধান টি জং লংকুমেৰে ডিমাপুৰ আৰক্ষী আয়ুক্তগৰাকীক দৰা-কইনা আৰু ঘটনাৰ লগত জড়িত লোক সকলৰ বিৰুদ্ধে কাৰ্য্যব্যৱস্থা ল’বলৈ নিৰ্দেশ দিছিল।

উল্লেখযোগ্য যে, বিবাহস্থলীত মাৰণাস্ত্ৰ লৈ প’জ দিয়া দৰা-কইনা দুয়ো নাগা সশস্ত্ৰ গোট এন এছ চি এন য়ুনাইডেটৰ দুজন জেষ্ঠ মন্ত্ৰীৰ পুতেক আৰু জীয়েক। দৰাৰ দেউতাক বহ’ট’ কিবা সংগঠনটোৰ গৃহ মন্ত্ৰী।

নাগালেণ্ডৰ ৰাজ্যপাল আৰ এন ৰৱিয়েও আৰক্ষী সঞ্চালকপ্ৰধানক ঘটনাটো সন্দৰ্ভত “এটা অপৰাধমূলক গোচৰ পঞ্জীয়ন, বন্দুকসমূহ জব্দ আৰু দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ” কৰিবলৈ নিৰ্দেশ দিছিল।

কেন্দ্ৰ চৰকাৰ আৰু নাগা বিদ্ৰোহী সংগঠন সমূহৰ মাজত শান্তি আলোচনা চলি থকাৰ সময়তে নাগালেণ্ডত অস্ত্ৰ প্ৰদৰ্শনৰ এনে ঘটনাই আশান্তি সৃষ্টি কৰিব বুলি ধাৰণা কৰা হৈছে।

Recent News

a-vaccine-750x375

টীকাকৰণৰ প্রথম দিনটোতেই দেশত ৬৪জন স্বাস্থ্যকৰ্মীৰ দেহত পাৰ্শ্ব প্ৰতিক্ৰিয়া!

Screenshot_20210116_215725

জাগুনত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, এজনক গ্ৰেপ্তাৰ

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

WhatsApp Image 2021-01-16 at 6.46.28 PM

গুৱাহাটীত ক’ভিড-১৯ৰ টীকাকৰণ অভিযানৰ শুভাৰম্ভ স্বাস্থ্য মন্ত্ৰীৰ; তিনি বিশিষ্ট চিকিৎসকে ল’লে ভেকচিন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd