DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ইমনা মেৰেন ইমছঙলৈ ‘দীননাথ পাণ্ডে স্মাৰ্ট ইন’ভেছন বঁটা’

এন ই নাও নিউজ by এন ই নাও নিউজ
February 10, 2019 10:23 pm
Dinanath Pandey smart innovation award conferred to Imona Meren Imsong

ইমছঙক দেওবাৰে বঁটা প্ৰদান কৰা অৱস্থাত সিদ্ধাৰ্থ ভট্টাচাৰ্য্য।

387
VIEWS
Share on FacebookShare on Twitter

নাগালেণ্ডৰ উদ্ভাৱক ইমনা মেৰেন ইমছঙক প্ৰদান কৰা হৈছে ২০১৯ বৰ্ষৰ ‘দীননাথ পাণ্ডে স্মাৰ্ট ইন’ভেছন বঁটা’।

আঞ্চলিক বিজ্ঞান কেন্দ্ৰ, গুৱাহাটীৰ উদ্যোগত আয়োজিত ‘উদ্ভাৱন উৎসৱ’ৰ দুদিনীয়া কাৰ্যসূচীত দেওবাৰে এই বঁটা প্ৰদান কৰে অসমৰ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই।বঁটাপ্ৰাপক ইমছঙৰ ঘৰ নাগালেণ্ডৰ চুহয় গাঁৱত।

৯ আৰু ১০ ফেব্ৰুৱাৰিত গুৱাহাটীত অনুষ্ঠিত উৎসৱটোত উত্তৰ-পূবৰ ৰাজ্যসমূহ আৰু পশ্চিম বংগৰ ৪০টা উদ্ভাৱনী প্ৰকল্প প্ৰদৰ্শিত হৈছিল।

বঁটা বিতৰণী অনুষ্ঠানটোত বিজ্ঞান কেন্দ্ৰৰ আঞ্চলিক সমন্বয়ক বাসুদেৱ মণ্ডলো উপস্থিত আছিল।

প্রয়াত পাণ্ডেৰ স্মৃতিত আঞ্চলিক বিজ্ঞান কেন্দ্ৰই প্ৰতি বছৰে নতুন উদ্ভাৱকক এই বঁটাটো প্ৰদান কৰি আহিছে।

Recent News

Terrorist attack in Jammu-Kashmir

অশান্ত জম্মু-কাশ্মীৰ! পুনৰ নিৰাপত্তাৰক্ষীলৈ গ্ৰেনেড নিক্ষেপ সন্ত্ৰাসবাদীৰ

Dispur police station

নতুন স্থানলৈ স্থানান্তৰিত হ’ব দিচপুৰ আৰক্ষী থানা: জনালে গুৱাহাটীৰ আৰক্ষী আয়ুক্তই

benefits of fenugreek

মেথিশাকৰ উপকাৰিতাৰ বিষয়ে জানেনে? যদি নাজানে জানো আহক

Drugs Seized

গুজৰাটত হাজাৰ কোটিৰো অধিক মূল্যৰ ড্ৰাগছ জব্দ মুম্বাই আৰক্ষীৰ: এজনক গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd