• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home ক্ৰীড়া

পুনৰ চমকপ্ৰদ প্ৰত্যাৱৰ্তনৰ বাবে সাজু দীপা কৰ্মকাৰ : লক্ষ্য টকিঅ’ অলিম্পিকৰ যোগ্যতা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 22, 2018 11:27 am

1 min read

dipa karmakar gymanast

জিমনাষ্ট দীপা কৰ্মকাৰৰ ফাইল ফটো

82
VIEWS
Share on FacebookShare on Twitter

ৰিঅ’ অলিম্পিকৰ পাছৰে পৰা আঘাত জনিত সমস্যাৰ বাবে অধিকাংশ সময়ে জিমনাষ্ট জগতৰ পৰা আঁতৰি থকা দীপা কৰ্মকাৰে পুনৰ নিজস্ব শৈলী প্ৰদৰ্শনৰ বাবে সাজু হৈ উঠিছে। আঘাতক প্ৰত্যাহ্বান জনাই দীপাই আজিৰ পৰা জাৰ্মানিৰ কটবাছত হ’বলগীয়া বিশ্ব কাপ আৰ্টিষ্টিক জিমনাষ্টিকছত উন্নত প্ৰদৰ্শনেৰে টকিঅ’ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জনৰ প্ৰচেষ্টা চলাব।

চাৰিদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাখনত ভাৰতৰ হৈ সকলো আশা-ভৰসা তথা প্ৰত্যাহ্বানকাৰী হ’ব বুলি ধাৰণা কৰা হৈছে। দীপাৰ উপৰি প্ৰতিযোগিতাখনত ভাৰতৰ হৈ অংশগ্ৰহ কৰিব বি অৰুণা ৰেড্ডী, আশিস কুমাৰ আৰু ৰাকেশ পাত্ৰই।

উল্লেখযোগ্য যে ৰিঅ’ অলিম্পিকৰ পাছৰ পৰা সম্পূৰ্ণ দুবছৰ জিমনাষ্টিকৰ পৰা আঁতৰি থকা ত্ৰিপুৰাৰ ২৫ বছৰীয়া খেলুৱৈগৰাকীয়ে যোৱা জুলাই মাহত তুৰস্কৰ মাৰছিনত হোৱা আৰ্টিষ্টিক জিমনাষ্টিকছৰ বিশ্ব চেলেঞ্জ কাপত প্ৰত্যাৱৰ্তন কৰি সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল।

ইয়াৰ বিপৰীতে শেহতীয়াকৈ ইণ্ডোনেছিয়াৰ জাকাৰ্টাত অনুষ্ঠিত হোৱা এছিয়ান গেইমছত অংশ লৈছিল যদিও আঁঠুৰ বিষৰ বাবে দীপাই প্ৰতিযোগিতাৰ মাজভাগৰ পৰাই বিদায় ল’বলগীয়া হৈছিল।

আঘাতজনিত সমস্যাই জুৰুলা কৰা এইগৰাকী প্ৰতিভাৱান খেলুৱৈয়ে প্ৰত্যাৱৰ্তনৰ বাবে সাজু হৈ উঠিছে যদিও প্ৰতিযোগিতাখনত কেনেকুৱা প্ৰদৰ্শন আগবঢ়ায় সেয়া সকলোৰে দৃষ্টি নিবদ্ধ থাকিব।  

Recent News

ব্ৰাডাৰ্ছৰ উদ্যোগত মাজুলীত দীৰ্ঘম্যাদী ‘গ্ৰাম্য নিৰ্মাণ অভিযান’ৰ শুভাৰম্ভ

ব্ৰাডাৰ্ছৰ উদ্যোগত মাজুলীত দীৰ্ঘম্যাদী ‘গ্ৰাম্য নিৰ্মাণ অভিযান’ৰ শুভাৰম্ভ

মাৰ্চৰ পৰা বন্ধ হ’ব নেকি ৫, ১০ আৰু ১০০ টকীয়া নোট!, কি ক’লে ৰিজাৰ্ভ বেংকে?

মাৰ্চৰ পৰা বন্ধ হ’ব নেকি ৫, ১০ আৰু ১০০ টকীয়া নোট!, কি ক’লে ৰিজাৰ্ভ বেংকে?

ঐতিহাসিক তলাতল ঘৰ বাকৰিত অনুষ্ঠিত হ’ব অসম গাঁওৰক্ষী সংগঠনৰ ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱস

ঐতিহাসিক তলাতল ঘৰ বাকৰিত অনুষ্ঠিত হ’ব অসম গাঁওৰক্ষী সংগঠনৰ ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱস

কেন্দ্ৰীয় কৃষি মন্ত্ৰীৰ মন্তব্য- ‘অতি শীঘ্ৰে অন্ত পৰিব কৃষক আন্দোলন’

কেন্দ্ৰীয় কৃষি মন্ত্ৰীৰ মন্তব্য- ‘অতি শীঘ্ৰে অন্ত পৰিব কৃষক আন্দোলন’

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd