• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰমোদ বড়োৱে এৰিলে এবছু; আজি কৰিব পাৰে এক বৃহৎ ঘোষণা

এবছুৰ সভাপতি হিচাপে দায়িত্ব প্ৰদান কৰা হ'ল দ্বীপেন বড়োক

এন ই নাও নিউজ by এন ই নাও নিউজ
February 13, 2020 9:13 am
IMG-20181230-WA0008-750x375

প্ৰমোদ বড়োৰ ফাইল ফটো

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দীৰ্ঘদিন ধৰি সবল নেতৃত্বৰে নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ সভাপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰি অহা প্ৰমোদ বড়োৰ কাৰ্যকাল বুধবাৰে অন্ত পৰে।

ছাত্ৰ সংগঠনটোৱে প্ৰমোদ বড়োৰ ঠাইত সভাপতি হিচাপে দায়িত্ব প্ৰদান কৰিলে দ্বীপেন বড়োক। সংগঠনটোৰ সাধাৰণ সম্পাদকৰ দায়িত্ব পুনৰবাৰ লৰেন্স ইছলাৰীৰ হাততে প্ৰদান কৰা হয়।

Apply Now

বাক্সা জিলাৰ তামুলপুৰ মহকুমা সদৰৰ গইবাৰী গৌজন পথাৰত বুধবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা এবছুৰ বিশেষ অভিৱৰ্তনত এই সিদ্ধান্ত গ্ৰহণ কৰে।

জানিব পৰা মতে, এবছুৰ প্ৰাক্তন সভাপতি তথা অলপতে সম্পাদিত হোৱা ঐতিহাসিক বড়ো চুক্তিৰ অন্যতম স্বাক্ষৰকাৰী প্ৰমোদ বড়োৱে আজি সক্ৰিয় ৰাজনীতিত অংশগ্ৰহণ কৰাৰ কথা ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

বুধবাৰে নৰ্থ-ইষ্ট নাওৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাতত ৰাজনৈতিক দল গঠনৰ বিষয়ে সোধা প্ৰশ্নৰ উত্তৰত এনে ধৰণৰ এক ইংগিত প্ৰদান কৰি প্ৰমোদ বড়োৱে সেয়া ৰাইজৰ ওপৰতেই নিৰ্ভৰ কৰিব বুলি মন্তব্য কৰে।

উল্লেখ্য যে আজি অধিৱেশনৰ দ্বিতীয় দিনা তামুলপুৰ ঘগ্ৰাচ’ক বাকৰিত বড়ো চুক্তি স্বাক্ষৰকাৰী এবছুৰ নেতাৰ লগতে এন ডি এফ বিৰ আটাইকেইটা গোটৰ নেতা সকলক আদৰণি জনোৱাৰ উদ্দেশ্যে এখন মুকলি সভা অনুষ্ঠিত হ’ব।

আৰু এই সভাতে নতুন ৰাজনৈতিক দল গঠনৰ বিষয়টোৱে স্থান পাব পাৰে বুলি বিভিন্ন মহলত চৰ্চিত হৈ আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ফেচবুক-ইনষ্টাগ্ৰামৰ নিচাত ক্ষতিগ্ৰস্ত কিশোৰ-কিশোৰীৰ মানসিক স্বাস্থ্য! আমেৰিকাত মাৰ্ক জুকাৰবাৰ্গৰ ‘মেটা’ৰ বিৰুদ্ধে গোচৰ

ফেচবুক-ইনষ্টাগ্ৰামৰ নিচাত ক্ষতিগ্ৰস্ত কিশোৰ-কিশোৰীৰ মানসিক স্বাস্থ্য! আমেৰিকাত মাৰ্ক জুকাৰবাৰ্গৰ ‘মেটা’ৰ বিৰুদ্ধে গোচৰ

October 29, 2026 8:40 am
প্ৰেমৰ ছলনাৰে মাতি নি ৩৮ জনক হত্যা কৰি মাংস ভক্ষণ! উগাণ্ডাত কুখ্যাত নৰখাদক গ্ৰেপ্তাৰ, ৰাজহুৱা মৃত্যুদণ্ডৰ ঘোষণা

প্ৰেমৰ ছলনাৰে মাতি নি ৩৮ জনক হত্যা কৰি মাংস ভক্ষণ! উগাণ্ডাত কুখ্যাত নৰখাদক গ্ৰেপ্তাৰ, ৰাজহুৱা মৃত্যুদণ্ডৰ ঘোষণা

October 29, 2026 7:39 am
ন্যায় বিচাৰি কৰ্ট-কাছাৰীৰ দুৱাৰে দুৱাৰে গৰিমা শইকীয়া গাৰ্গ : এইবাৰ হস্তক্ষেপ  বিচাৰি ৰাজ্যপালক স্মাৰক পত্ৰ জুবিন পত্নীৰ

ন্যায় বিচাৰি কৰ্ট-কাছাৰীৰ দুৱাৰে দুৱাৰে গৰিমা শইকীয়া গাৰ্গ : এইবাৰ হস্তক্ষেপ  বিচাৰি ৰাজ্যপালক স্মাৰক পত্ৰ জুবিন পত্নীৰ

October 28, 2026 9:25 pm
“৫০ বছৰ ধৰি অসমক সুৰক্ষা দি আছে আলফাই” : বিতৰ্কিত মন্তব্য বিশ্বজিৎ দৈমাৰীৰ

“৫০ বছৰ ধৰি অসমক সুৰক্ষা দি আছে আলফাই” : বিতৰ্কিত মন্তব্য বিশ্বজিৎ দৈমাৰীৰ

October 28, 2026 8:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফেচবুক-ইনষ্টাগ্ৰামৰ নিচাত ক্ষতিগ্ৰস্ত কিশোৰ-কিশোৰীৰ মানসিক স্বাস্থ্য! আমেৰিকাত মাৰ্ক জুকাৰবাৰ্গৰ ‘মেটা’ৰ বিৰুদ্ধে গোচৰ

ফেচবুক-ইনষ্টাগ্ৰামৰ নিচাত ক্ষতিগ্ৰস্ত কিশোৰ-কিশোৰীৰ মানসিক স্বাস্থ্য! আমেৰিকাত মাৰ্ক জুকাৰবাৰ্গৰ ‘মেটা’ৰ বিৰুদ্ধে গোচৰ

October 29, 2026 8:40 am
প্ৰেমৰ ছলনাৰে মাতি নি ৩৮ জনক হত্যা কৰি মাংস ভক্ষণ! উগাণ্ডাত কুখ্যাত নৰখাদক গ্ৰেপ্তাৰ, ৰাজহুৱা মৃত্যুদণ্ডৰ ঘোষণা

প্ৰেমৰ ছলনাৰে মাতি নি ৩৮ জনক হত্যা কৰি মাংস ভক্ষণ! উগাণ্ডাত কুখ্যাত নৰখাদক গ্ৰেপ্তাৰ, ৰাজহুৱা মৃত্যুদণ্ডৰ ঘোষণা

October 29, 2026 7:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd