• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘চকুৰ টিপ’ মাৰি ভাইৰেল হোৱা প্ৰিয়াক ক্ষুব্ধ পৰিচালকে কিয় ক’লে, ‘স্মৃতিশক্তি বৃদ্ধিৰ দৰৱ খোৱা’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 8, 2023 6:44 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চকুৰ পলকতে নিশাটোৰ ভিতৰতে তেওঁ ছ’চিয়েল মিডিয়াৰ পেজত বিয়পি পৰিছিল। প্ৰিয়া প্ৰকাশ ভেৰিয়াৰক মনত আছেনে? তেওঁৰ ইংগিতধৰ্মী চকুৰ টিপক লৈও বহু বিতৰ্কৰ সৃষ্টি হৈছিল। ওমৰ লুলুৰ পৰিচালনাত নিৰ্মিত ‘অৰু আদাৰ লাভ’ ছবিখনৰ এই দৃশ্য মুহূৰ্ততে ফেচবুকত বিয়পি পৰিছিল।

শেহতীয়াকৈ এটা সাক্ষাৎকাৰত সেই বিশেষ দৃশ্যটোৰ বিষয়ে আলোচনা হৈছিল। সেই দৃশ্যটোৰ বিষয়ে প্ৰিয়াক সোধাত অভিনেত্ৰীগৰাকীয়ে দাবী কৰিছিল যে এই সকলোবোৰ তেওঁৰ কৃতিত্ব। তেওঁৰ কথা শুনি ক্ষুব্ধ হৈ পৰে পৰিচালক।

Apply Now

ওমৰ অলপ বিচলিত হৈ উঠিল। তেওঁ প্ৰিয়াক স্মৃতিশক্তি ঘূৰাই আনিবলৈ দৰৱ খাবলৈ ক’লে। ওমৰে কয়, ‘আচলতে পাঁচ বছৰ হৈ গ’লতো, মোৰ বাচ্চাৰ স্মৃতিভ্ৰংশ হৈছে। প্ৰিয়াই ভাল্ল্যাচন্দনাদি দৰৱ খোৱাৰ প্ৰয়োজন।” স্মৃতিশক্তি ঘূৰাই অনাৰ বাবে চিকিৎসকে প্ৰেছক্ৰিপচন কৰা এবিধ আয়ুৰ্বেদিক দৰৱ হৈছে ভাল্ল্যাচন্দনাদি।

ওমৰে দাবী কৰিছে যে এই দৃশ্যটোৰ গোটেই ধাৰণাটো তেওঁৰ মনৰ পৰা আহিছিল। পাঁচ বছৰ পূৰ্বে দিয়া এক সাক্ষাৎকাৰতো পৰিচালকগৰাকীয়ে এই কথা কৈছিল। প্ৰিয়াৰো সেই সময়ত একেই বক্তব্য আছিল। তেওঁ কৈছিল যে ‘’পৰিচালকেই মোক তেনেকৈ চকুৰে ইংগিত দিবলৈ কৈছিল।‘’ ইমান দিনৰ মূৰত অভিনেত্ৰীগৰাকীৰ নতুন বক্তব্য শুনি বিচলিত হৈ পৰে পৰিচালক ওমৰ।

যি কাজলসনা চকুৰ ইংগিতেৰে দৰ্শকৰ হৃদয় বিদ্ধ কৰি তুলিছিল, সেই দৃশ্যক কেন্দ্ৰ কৰি হায়দৰাবাদৰ দুজন লোকে গোচৰ ৰুজু কৰিবলৈও গৈছিল। অৱশ্যে ততাতৈয়াকৈ গোচৰটো খাৰিজ কৰা হয়। ‘চকুৰ টিপ মৰাকলৈও আদালতত’- উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে তীব্ৰ ভৎসৰ্নাৰে এই গোচৰ খাৰিজ কৰে। হায়দৰাবাদৰ দুই “গোচৰকাৰী”ক মুখ্য ন্যায়াধীশ দিপক মিশ্ৰই কয়, “আপোনালোকৰ আৰু একো কাম নাই নেকি?”। কেৱল সেয়াই নহয়, ভৱিষ্যতেও ইয়াকলৈ আৰু কোনো গোচৰ ৰুজু কৰিব নোৱাৰিব বুলি স্পষ্ট কৰি দিয়ে উচ্চতম ন্যায়ালয়ে।

আবেদনকাৰীৰ যুক্তি আছিল যে ‘মানিক্যা মালাৰায় পুবি’ গীতটো মুছলমান নবী হজৰত মহম্মদৰ প্ৰথমা পত্নী খাদিজা বিবিৰ প্ৰতি প্ৰেমৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হয়। এই গীতটো কেৰালাৰ মালাবাৰ অঞ্চলৰ মুছলমান সম্প্ৰদায়ৰ মাজত জনপ্ৰিয়। সেয়ে ধৰ্মীয় আৱেগ মিহলি থকা এনে এটা গীতৰ অপব্যৱহাৰ কৰা হৈছে আৰু সেই গীতত চকু টিপ মৰা দৃশ্য চিত্ৰিত কৰি প্ৰিয়াই ইছলামৰ আৱেগক আঘাত কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

August 24, 2026 9:30 pm
পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

August 24, 2026 8:28 pm
আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

August 24, 2026 7:48 pm
কুম্ভ মেলাৰ বাজেটৰ মাত্ৰ ০.১ শতাংশ ধনেৰে ৰক্ষা পৰিলহেঁতেন ১২৫ খন বিদ্যালয়: কুম্ভ মেলালৈ ৩৪ হাজাৰ কোটি, শিক্ষালৈ কিয় নাই?

কুম্ভ মেলাৰ বাজেটৰ মাত্ৰ ০.১ শতাংশ ধনেৰে ৰক্ষা পৰিলহেঁতেন ১২৫ খন বিদ্যালয়: কুম্ভ মেলালৈ ৩৪ হাজাৰ কোটি, শিক্ষালৈ কিয় নাই?

August 24, 2026 7:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

August 24, 2026 9:30 pm
পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

August 24, 2026 8:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd