DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, October 2, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পৰিৱেশৰ প্ৰতি সজাগতা সৃষ্টিৰ আহ্বানেৰে দিচপুৰ মহাবিদ্যালয়ৰ নেতৃত্বত বিশ্ব পৰিৱেশ দিৱস পালন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 6, 2022 3:51 pm
200
VIEWS
Share on FacebookShare on Twitter

দিচপুৰ মহাবিদ্যালয়ৰ গৱেষণা, উদ্ভাৱন আৰু সম্প্ৰসাৰণ কোষে দেওবাৰে (৫ জুনত) বিশ্ব পৰিৱেশ দিৱস এক ব্যৱহাৰিক উপায়েৰে উদযাপন কৰে য’ত বৃহত্তৰ গণেশগুৰি অঞ্চলৰ সকলো অংশীদাৰে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।

এনচিচি কেডেট, এনএছএছ স্বেচ্ছাসেৱক, দিচপুৰ মহাবিদ্যালয় ছাত্ৰ সন্থাৰ কাৰ্য্যালয়, গোপাল বড়ো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এনচিচি কেডেট আৰু মহাবিদ্যালয়খনৰ সাধাৰণ শিক্ষাৰ্থীসকলৰ লগতে শিক্ষক সদস্য, দিচপুৰ মহিলা সমিতি, কছাৰী বস্তি মহিলা সমিতি আৰু স্থানীয় বিভিন্ন সংগঠনৰ উপস্থিতিত গোপাল বড়ো বিদ্যালয়ৰ খেলপথাৰত দিনজোৰা কাৰ্যসূচীৰে বিশ্ব পৰিৱেশ দিৱস পালন কৰে।  

তেওঁলোকে বৃহত্তৰ গণেশগুৰি অঞ্চলৰ বিভিন্ন স্থানত লিফলেট আৰু পোষ্টাৰ বিতৰণ কৰি নাগৰিকসকলক ঠাইখন পৰিষ্কাৰ আৰু পৰিচ্ছন্ন কৰি ৰাখিবলৈ সজাগতা সৃষ্টি কৰে।

মহাবিদ্যালয়খনে ক্ষুদ্ৰ বিক্ৰেতাসকলক মৰাপাটৰ মোনা প্ৰদান কৰে আৰু তেওঁলোকক সকলো ধৰণৰ এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক পৰিহাৰ কৰিবলৈ অনুৰোধ কৰে। পৰিষ্কাৰ-পৰিচ্ছন্নতা অভিযানৰ পূৰ্বে এক চমু সভা অনুষ্ঠিত হয়।

সভাত ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা, ডি এ নিউজৰ মুখ্য সম্পাদক প্ৰণয় বৰদলৈ, পৰিৱেশবিদ ডঃ অমৰজ্যোতি কাশ্যপ, ৰমেন্দ্ৰ কুমাৰ চমুৱা, অভিনেতা নয়ন নিলিমকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি অনুষ্ঠানটোত উপস্থিত থাকে।

ৰাজ্যসভাৰ সাংসদ পাবিত্ৰ মাৰ্ঘেৰিটাই তেওঁৰ ভাষণত কয় যে যদি শিক্ষাৰ্থীসকলে পৰিৱেশৰ সুৰক্ষা আৰু সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ বিষয়ে অৱগত হয় তেন্তে তেওঁলোকক এই ধৰণৰ কাৰ্যসূচীৰ দ্বাৰা এক ভূমিকা পালন কৰিবলৈ উৎসাহিত কৰা হ’ব।

বিশ্ব পৰিৱেশ দিৱসৰ প্ৰাকমুহূৰ্তত দিচপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষই গছপুলি ৰোপণ কৰি মহাবিদ্যালয় চৌহদত এখন বাগিচা উদ্বোধন কৰে।

বৃহত্তৰ গণেশগুৰি অঞ্চলৰ বিভিন্ন সংগঠনৰ পৰা  মোহন ডেকা, দিলীপ বৈশ্য,  মানব পাটৰ, বিপুল দাস অনুষ্ঠানটোত উপস্থিত থাকে।

আদৰণি ভাষণত মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ নৱজ্যোতি বৰাই কয় যে দিচপুৰ মহাবিদ্যালয়ে এটা সৰু পদক্ষেপেৰে আৰম্ভ কৰিছে যদিও অঞ্চলটোৰ পৰিৱেশ আৰু পৰিচ্ছন্নতা সম্পৰ্কে এক বৃহৎ আৰু বহল দৃষ্টি সন্মুখত ৰাখিছে।

মহাবিদ্যালয়খনৰ গৱেষণা, উদ্ভাৱন আৰু সম্প্ৰসাৰণ কোষৰ সমন্বয়ক ড০ শশী মোহন দাসে এই কাৰ্যসূচী পৰিচালনা কৰে আৰু মহাবিদ্যালয়খনৰ সহযোগী অধ্যাপিকা ধৰিত্ৰী ঠাকুৰীয়াই উপস্থিত সকলোকে ধন্যবাদ জ্ঞাপন কৰিছিল। 

Recent News

মোডীৰ মুখামুখি হ’ব নে উত্তৰ প্ৰদেশৰ আন আসনৰ পৰা যুঁজ দিব প্ৰিয়ংকাই? চৰ্চাত নতুন খৱৰ!

মোডীৰ মুখামুখি হ’ব নে উত্তৰ প্ৰদেশৰ আন আসনৰ পৰা যুঁজ দিব প্ৰিয়ংকাই? চৰ্চাত নতুন খৱৰ!

সন্ত্ৰাস দমনত বৃহৎ সফলতা! ৰাজধানীৰ পৰা গ্ৰেপ্তাৰ ‘মোষ্ট ৱাণ্টেড’ আইছিছ সন্ত্ৰাসবাদী

সন্ত্ৰাস দমনত বৃহৎ সফলতা! ৰাজধানীৰ পৰা গ্ৰেপ্তাৰ ‘মোষ্ট ৱাণ্টেড’ আইছিছ সন্ত্ৰাসবাদী

প্ৰায় ৬৫০ গৰাকী নাৰীৰ সৈতে ঘনিষ্ঠতা, লিপ্ত হৈছিল শাৰীৰিক সম্পৰ্কতো; কোন এই ক্ৰিকেটাৰ?

প্ৰায় ৬৫০ গৰাকী নাৰীৰ সৈতে ঘনিষ্ঠতা, লিপ্ত হৈছিল শাৰীৰিক সম্পৰ্কতো; কোন এই ক্ৰিকেটাৰ?

ভণ্ড সাধু নিৰ্মূল অভিযান! সাধুসকলৰ আঙুলিৰ ছাপ সংগ্ৰহ কৰা আৰম্ভ কৰিলে তামিলনাডু আৰক্ষীয়ে

ভণ্ড সাধু নিৰ্মূল অভিযান! সাধুসকলৰ আঙুলিৰ ছাপ সংগ্ৰহ কৰা আৰম্ভ কৰিলে তামিলনাডু আৰক্ষীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd