• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অৱশেষত আত্মসমৰ্পণ কৰিলে দিচপুৰ থানাৰ পলাতক উপ-পৰিদৰ্শক নিপু কলিতাই

অনির্বান পাঠক by অনির্বান পাঠক
February 13, 2019 9:56 pm
দিচপুৰ আৰক্ষী থানা
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোণ সৰবৰাহকাৰীৰ পৰা বৃহৎ পৰিমাণৰ সোণ লুটি প্ৰায় এসপ্তাহৰ অধিক সময় পলাতক হৈ থকা দিচপুৰ থানাৰ উপ পৰিদৰ্শক নিপু কলিতাই বুধবাৰে বশিষ্ট থানাত আত্মসমৰ্পণ কৰে। লগে লগে তেওঁক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি দিচপুৰ থানালৈ আনি সম্প্ৰতি জেৰা চলাই আছে।

উল্লেখযোগ্য যে ১৫ জানুৱাৰিত নংপোৰ গুৱাহাটী-শ্বিলং পথত অভিযান চলাই চোৰ সোণ সৰবৰাহকাৰীৰ পৰা প্ৰায় ৪ কোটি টকা মূল্যৰ ৬০ খন সোণৰ বিস্কুট জব্দ কৰি পাছত হৰলুকি কৰিছিল আৰক্ষী বিষয়াজনে। তেওঁক সংগ দিছিল হাবিলদাৰ ফাইজুৰ ৰহমান আৰু গৃহৰক্ষী জোৱান আফজল আলীয়ে।

Apply Now

আনহাতে নিপু কলিতাই আজি আত্মসমৰ্পণ কৰে যদিও আৰক্ষীয়ে এই পৰ্যন্ত হৰলুকি হোৱা সোণখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। তদুপৰি তেওঁৰ তেওঁৰ সহযোগী হাবিলদাৰ আৰু গৃহৰক্ষী জোৱানজন বৰ্তমানেও পলাতক অৱস্থাতেই আছে।

অভিযানৰ নামত আৰক্ষীয়ে ডকাইতৰ ৰূপ লোৱা এই ঘটনাই মহানগৰীত চাঞ্চল্যৰ সৃষ্টি কৰিছিল।

পৰৱৰ্তী সময়ত যোৱা ৫ ফেব্ৰুৱাৰিত সোণ সৰবৰাহৰ লগত জড়িত ৱাহিদুৰ ৰহমান, ৱাহাজুদ্দিন ৰহমান আৰু আজমীৰ হুছেইন নামৰ তিনিজন সৰবৰাহকাৰীয়ে দিচপুৰ থানাত নিপু কলিতা আৰু সহযোগীকেইজনৰ বিৰূদ্ধে বৃহৎ পৰিমাণৰ সোণ হৰলুকি কৰা সন্দৰ্ভত ডকাইতিৰ গোচৰ দিয়াত এই ঘটনাটো পোহৰলৈ আহিছিল।

উক্ত দিনাৰ পৰাই পলাতক হৈ থকাৰ অন্তত আজি উপ পৰিদৰ্শক গৰাকীয়ে বশিষ্ট থানাত আত্মসমৰ্পণ কৰে।

অনির্বান পাঠক

অনির্বান পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

July 29, 2026 7:28 pm
ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

July 29, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd