• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 8, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মৰিগাঁৱত ১৫০ গৰাকী হিতাধিকাৰীৰ মাজত উন্নত জাতৰ কুকুৰাৰ পোৱালি বিতৰণ

NE NOW NEWS চানু গগৈ
মৰিগাঁও , February 5, 2021 9:35 am

1 min read

Morigaon
201
VIEWS
Share on FacebookShare on Twitter

মৰিগাঁও জিলা পশুপালন বিভাগ আৰু পশুচিকিৎসা বিভাগৰ কাৰ্যালয়ৰ প্ৰাঙ্গণত বৃহস্পতিবাৰে জিলাখনৰ ডেৰশ গৰাকী হিতাধিকাৰীৰ মাজত উন্নত জাতৰ কুকুৰাৰ পোৱালি আনুষ্ঠানিকভাৱে বিতৰণ কৰা হয়।

উল্লখ্য যে অসম চৰকাৰৰ উদ্ভাৱনী কুকুৰা উৎপাদন আঁচনি তথা ৰাষ্ট্ৰীয় পশুধন অভিযান অসমৰ অধীনত, জিলা পশুপালন ও পশু চিকিৎসা বিষয়া মৰিগাঁৱৰ সৌজন্যত আৰু কৃষি বিজ্ঞান কেন্দ্ৰ মৰিগাঁৱৰ সহযোগত এই কুকুৰা পোৱালি বিতৰণ কৰা হয়।

এই কাৰ্যসূচীত জিলাখনৰ অনুসূচীত জাতিৰ ৫০ গৰাকী ,জাগীৰোডৰ গোভাৰ গাঁৱলীয়া গাঁৱৰ ৫০ গৰাকী আৰু জিলাখনৰ বিভিন্ন প্ৰান্তৰ ৫০ গৰাকী কুকুৰা পালকসহ মুঠ ডেৰশ গৰাকী হিতাধিকাৰীৰ মাজত উন্নত জাতৰ কুকুৰাৰ পোৱালি বিতৰণ কৰা হয়।

কলিঙ্গ ব্ৰাউন নামৰ উন্নত প্ৰজাতিৰ ৪০ টাকৈ কুকুৰাৰ পোৱালি, খাদ্য আৰু ঔষধ প্ৰতি গৰাকী হিতাধিকাৰীক প্ৰদান কৰে।

উল্লেখ্য যে কৃষকৰ উপাৰ্জন দুগুণ বৃদ্ধি কৰাৰ লক্ষ্যৰে চৰকাৰে কৃষকসকলক এনে ধৰণৰ বিভিন্ন আঁচনিৰে সামৰি অৰ্থনৈতিক ভেটি সবল কৰাৰ প্ৰয়াস চলাইছে।

পশু চিকিৎসক নিলোৎপল কাকতিয়ে আঁতধৰা কুকুৰা পোৱালি বিতৰণ কাৰ্যসূচীত মৰিগাঁও জিলাৰ সহকাৰী আয়ুক্ত মৈত্ৰেয়ী মৰাণ, জিলা পশুপালন ও পশু চিকিৎসা বিষয়া ডাঃ অনিল কুমাৰ ডেকাসহ বিভাগটোৰ কৰ্মচাৰীসকল উপস্থিত থাকে।

Recent News

155512718_4069084763109762_1614877952894308684_o

মন্ত্ৰী অতুল বৰাক প্ৰত্যাহ্বান জনায় বোকাখাতত কোনে কোনে দাখিল কৰিলে মনোয়ন পত্র?

বলিউড : সুশান্ত সিং ৰাজপুতক ড্ৰাগছ যোগান ধৰা তিনিজন লোকক আটক কৰিলে এনচিবিয়ে

বলিউড : সুশান্ত সিং ৰাজপুতক ড্ৰাগছ যোগান ধৰা তিনিজন লোকক আটক কৰিলে এনচিবিয়ে

index

নিৰ্বাচনত বিজেপিক বৰ্জনৰ আহ্বান সদৌ অসম নাথ-যোগী ছাত্ৰ সন্থাৰ

digital-media-ethics-1024x512

কেন্দ্ৰৰ ডিজিটেল মিডিয়া নীতিক লৈ গভীৰ উদ্বেগ প্ৰকাশ এডিটৰ্ছ গীল্ড অফ ইণ্ডিয়াৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd