• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিৱসাগৰত ভূমিহীন খিলঞ্জীয়া লোকক ভূমি পট্টা আৰু আৱণ্টন পত্ৰ বিতৰণ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
October 5, 2020 7:20 pm
IMG-20201005-WA0030
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ আৰু শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত আজি শিৱসাগৰ যুৱদলত ভূমিহীন খিলঞ্জীয়া লোকৰ মাজত ভূমি পট্টা আৰু আৱণ্টন পত্ৰ বিতৰণ অনুষ্ঠান অনুষ্ঠিত হয়।

সভাৰ আৰম্ভনিতে এই আঁচনি সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাইজৰ উদ্দেশ্যে প্ৰদান কৰা এক বাণীৱদ্ধ দৃশ্য-শ্ৰাৱ্য বাৰ্তা উপস্থিত ৰাইজৰ আগত সম্প্ৰচাৰ কৰা হয়।

Apply Now

সভাত উপায়ুক্ত লক্ষীনন্দন গগৈয়ে আদৰণি ভাষণ প্ৰদান কৰে। ভাষণ প্ৰসঙ্গত জিলাখনৰ ভূমিহীন খিলঞ্জীয়া লোকক মাটিৰ পট্টা আৰু আৱন্টন পত্ৰ প্ৰদানৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক আদৰনি জনায়। তেখেতে আৰু কয় যে, চৰকাৰৰ এনে পদক্ষেপে ভূমিহীন খিলঞ্জীয়া লোকসকলৰ মৰ্যাদা বৃদ্ধি কৰিব ।

ভূমি পট্টা বিতৰণ অনুষ্ঠানত অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহন মুখ্য অতিথি হিচাবে উপস্থিত থাকি কয় যে বৰ্তমানৰ চৰকাৰে দিয়া প্ৰতিশ্ৰুতি অনুসৰি সমগ্ৰ অসমত ১ লাখৰো অধিক ভূমিহীন খিলঞ্জীয়া লোকক মাটিৰ পট্টা প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে। পট্টা লাভ কৰা এই খিলঞ্জীয়া লোকসকলে মৰ্যদা সহকাৰে জীয়াই থকাৰ অধিকাৰ লাভ কৰিব।

তেখেতে কয় যে, আজি এই অনুষ্ঠানত ঐতিহাসিক শিৱসাগৰ জিলাখনৰ ৯৮১ গৰাকী খিলঞ্জীয়া ভূমিহীন লোকক প্ৰাৰম্ভিকভাৱে ভূমি পট্টা আৰু আৱণ্টন পত্ৰ প্ৰদান কৰা হৈছে।

জিলাখনত বৰ্তমানলৈ ২৭৫৯ গৰাকী খিলঞ্জীয়া ভূমিহীন লোকক ভূমি আবন্টন পত্ৰ আৰু ভূমি পট্টা প্ৰদান কৰা হৈছে। ইয়াৰে ১১৯০ গৰাকীক ভূমি আবন্টন পত্ৰ আৰু ১৫৬৯ গৰাকীক ভূমি পট্টা প্ৰদান কৰা হৈছে।

যিসকল প্ৰকৃত ভূমিহীন খিলঞ্জীয়া লোকে এতিয়াও মাটিৰ পট্টা বা আৱন্টন পত্ৰৰ বাবে আবেদন কৰা নাই তেখেতসকলে যাতে সঠিকভাৱে আবেদন কৰিব পাৰে  তাৰ বাবে সেই লোকসকলক স্থানীয় গাঁওবুঢ়া আৰু নিজ এলেকাৰ লাটমণ্ডল সকলক সহযোগ কৰিবলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়।

তেখেতে আৰু কয় যে এই চৰকাৰে অবৈধভাৱে দখল হৈ থকা চৰকাৰী ভূমি, সত্ৰৰ মাটি বেদখল মুক্ত কৰিবলৈ সক্ষম হৈছে। গাঁওবুঢ়াসকলৰ মাহেকীয়া ভাত্তা ৯০০০ টকালৈ বৃদ্ধি কৰিবলৈ চৰকাৰে প্ৰস্তাৱ গ্ৰহণ কৰিছে।

আজিৰ এই ভূমিপট্টা বিতৰণ সভাত আমগুৰি আৰু থাওৰা বিধান সভা সমষ্টিৰ বিধায়ক ক্ৰমে প্ৰদীপ হাজৰিকা আৰু কুশল দুৱৰী বিশিষ্ট অতিথি হিচাবে  উপস্থিত থাকে। সভাত বিধায়ক প্ৰদীপ হাজৰিকাই খিলঞ্জীয়া লোকসকলক ভূমি পট্টাৰ প্ৰয়োজনীয়তাৰ কথা বহলাই কয়। বিধায়ক কুশল দুৱৰীয়েও বাকী ৰৈ যোৱা ভূমিহীন খিলঞ্জীয়া লোকক মাটিৰ পট্টা প্ৰদানৰ ক্ষেত্ৰত জিলা প্ৰশাসনক সহযোগিতা কৰিবৰ কাৰণে আহ্বান জনায়।

আজি সভাত আনুষ্ঠানিকভাৱে শিৱসাগৰ জিলাৰ অন্তৰ্গত শিৱসাগৰ, আমগুৰি, ডিমৌ আৰু নাজিৰা ৰাজহ চক্ৰৰ অধীনৰ নিৰ্বাচিত লোকৰ ১০ জনকৈ হিতাধিকাৰীক ভূমি পট্টা আৰু আৱণ্টন পত্ৰ বিতৰণ কৰে ।

অনুষ্ঠানৰ শেষত ফুলেশ্বৰী ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কেইগৰাকী ছাত্ৰীয়ে অসম সংগীত পৰিবেশন কৰে।

সভাত বেচাকিনা নিগমৰ উপাধ্যক্ষ শিৱ প্ৰসাদ বাদ্ৰা, শিৱসাগৰ জিলা পৰিষদৰ সভাপতি ধ্ৰুৱজ্যোতি মাউত, জিলা উন্নয়ন আয়ুক্ত নৱাৱ আলহ আজহাৰ আলী, অতিৰিক্ত উপায়ুক্ত দীপক ভূঞা, নাজিৰাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত লখিমী দত্ত, সমাজ কৰ্মী প্ৰহ্লাদ গোৱলা, প্ৰাঞ্জল কটকী, সুৰভি ৰাজকুমাৰী আৰু বিনীতা শইকীয়া উপস্থিত থাকে।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd