• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ অসহযোগ : পুনৰ ব্যহত হ’ল প্ৰশাসনৰ কাম-কাজ

NE NOW NEWS ঋতুপল্লৱ শইকীয়া
গোলাঘাট , November 2, 2018 7:20 am

2 min read

IMG-20181101-WA0015-1

অসহযোগ আন্দোলনত গোলাঘাট জিলা প্ৰশাসনৰ কৰ্মচাৰী। ফটো : নৰ্থইষ্ট নাও

158
VIEWS
Share on FacebookShare on Twitter

সদৌ অসম মণ্ডল -কাননগো সন্থাৰ দীঘলীয়া প্ৰতিবাদী অসহযোগ আন্দোলন  কাৰ্যসূচীয়ে প্ৰশাসনৰ কাম-কাজত ব্যাপক প্ৰভাৱ পেলোৱাৰ পাছত এইবাৰ জিলা প্ৰশাসনৰ কৰ্মচাৰীসকলৰ আন্দোলনে পুনৰ প্ৰশাসনৰ কাম-কাজ স্থবিৰ কৰি পেলোৱাৰ সম্ভাৱনাই দেখা দিছে।

সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ আহ্বান মৰ্মে বৃহস্পতিবাৰৰ পৰা সমগ্ৰ ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে গোলাঘাট জিলাটো প্ৰশাসনৰ কৰ্মচাৰীসকলে  প্ৰথম পৰ্য্যায়ৰ অসহযোগ আন্দোলন কাৰ্যসূচী আৰম্ভ কৰিছে। ইয়াৰ ফলত বৃহস্পতিবাৰে উপায়ুক্ত কাৰ্যালয়ৰ কাম-কাজসমূহ স্তব্ধ হৈ পৰে।

উল্লেখযোগ্য যে সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাই অহা ৩ নৱেম্বৰ পৰ্যন্ত হাতত লোৱা উক্ত আন্দোলন কাৰ্যসূচীৰ জৰিয়তে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকলৰ আন্তঃ জিলা আৰু আন্তঃ বিভাগ বদলিকৰণৰ প্ৰস্তাৱ উঠাই লোৱা, চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকলক প্ৰশাসনে পোনপটীয়াকৈ নিযুক্তি দিয়াৰ ব্যৱস্থা কৰা, কৰ্মচাৰী সকলৰ গ্ৰেড পে’ প্ৰশাসনীয় সঞ্চালকালয়ৰ কৰ্মচাৰীৰ সমপৰ্য্যায়ৰ  কৰাৰ লগতে পূৰ্বে চৰকাৰৰ প্ৰতিনিধিৰ সৈতে হোৱা ১৪দফীয়া দাবী শীঘ্ৰে পূৰণ কৰিবলৈ দাবী উত্থাপন কৰিছে।

আনহাতে, সন্থাই তেওঁলোকৰ এই দাবী মানি নল’লে পুনৰ অহা ১২-১৬ নৱেম্বৰলৈ দ্বিতীয় পৰ্য্যায়ৰ আন্দোলনৰ কাৰ্যসূচী হাতত ল’ব আৰু সমাগত পঞ্চায়ত নিৰ্বাচন বৰ্জন কৰাৰো সকীয়নি দিছে।

উল্লেখযোগ্য যে গোলাঘাট জিলা উপায়ুক্ত কাৰ্যলয়ৰ অধীনত প্ৰায় ১২০গৰাকী কৰ্মচাৰী আছে। উক্ত আন্দোলনৰ নেতৃত্ব দিয়ে সন্থাৰ জিলা সমিতিৰ সভাপতি মহেশ্বৰ শৰ্মা, উপ সভাপতি মুন্না গগৈ আৰু সম্পাদক পবিত্ৰ শৰ্মাই। আন্দোলনৰ পৰিপ্ৰেক্ষিতত কৰ্মচাৰীসকলে পুৱাৰ ভাগত উপায়ুক্ত কাৰ্যালয়ৰ সমীপত অৱস্থান কৰা দেখিবলৈ পোৱা যায় ।

Recent News

শিৱসাগৰৰ ঐতিহাসিক বৰ্ডিং খেলপথাৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব বৃহত্তৰ ৰংপুৰ মে-ডাম-মে-ফি

শিৱসাগৰৰ ঐতিহাসিক বৰ্ডিং খেলপথাৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব বৃহত্তৰ ৰংপুৰ মে-ডাম-মে-ফি

a who

ব্ৰিটেইনত ধৰা পৰা কোভিডৰ নতুন ষ্ট্ৰেইন বিয়পি পৰিছে ৭০ খন দেশলৈ:বিশ্ব স্বাস্থ্য সংস্থা

pamela Anderson married to her bodyguard

এইবাৰ নিজৰ বডিগাৰ্ডকে বিয়া পাতিলে হলীউদৰ জনপ্ৰিয় অভিনেত্ৰী পামেলা এণ্ডাৰছনে

বাহৰেইনত উপস্থিত ভাৰতে অনুদান হিচাপে আগবঢ়োৱা ক’ৰ’নাৰ ভেকচিন

বাহৰেইনত উপস্থিত ভাৰতে অনুদান হিচাপে আগবঢ়োৱা ক’ৰ’নাৰ ভেকচিন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd