• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগৰিক সমাজৰ সভা আহ্বানত প্ৰশাসনৰ বাধা; প্ৰতিক্ৰিয়া প্ৰকাশ সাংসদ অজিত কুমাৰ ভূঞাৰ

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
April 28, 2020 8:01 pm
index.jpg55
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ল’কডাউনৰ চলি আছে আৰু ল’কডাউনৰ পৰবৰ্তী সময়ছোৱাত কেনে সমস্যাৰ আমি সন্মুখীন হ’ব লাগিব এই সন্দৰ্ভে বিৰোধী দলৰ প্ৰতিনিধি, সংগঠন সমূহৰ প্ৰতিনিধি, সমাজৰ বিশিষ্ট নাগৰিক সমাজক লৈ সকলো নীতি নিৰ্দেশনা মানি মঙলবাৰে বিয়লি তিনি বজাত হেদ্যেয়ৎপুৰত আলোচনা কৰাৰ কথা আছিল কিন্তু মহানগৰ আৰক্ষীয়ে এই বৈঠক অনুষ্ঠিত কৰাৰ বাবে অনুমতি নিদিলে।

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জ্যেষ্ঠ সাংবাদিক তথা ৰাজ্য সভাৰ সাংসদ অজিত কুমাৰ ভূঞাই ।

Apply Now

ভূঞাই কয় যে ‘তলাবন্ধ চলি আছে আৰু তলাবন্ধৰ পৰবৰ্তী সময়ছোৱাত কেনে সমস্যাৰ আমি সন্মুখীন হ’ব লাগিব এই সন্দৰ্ভত বিৰোধী ৰাজনৈতিক দলসমূহে আৰু সমাজৰ বিশিষ্ট ব্যক্তি সকলে কি ভাবিছে এই বিষয়ে এই কথা জনাৰো নিশ্চয় প্ৰয়োজন আছে। মই এই উদ্দেশ্য আগত ৰাখিয়ে বিৰোধী দলৰ প্ৰতিনিধি ,সমাজৰ আগশাৰীৰ বিশিষ্ট নাগৰিকক লৈ এখন সভা আয়োজন কৰাৰ কথা ভাবিছিলো। আমি সকলো নিৰ্দেশনা মানি লৈ সামাজিক দূৰত্বৰ লগতে স্বাস্থ্য জনিত সকলো নীতি নিৰ্দেশনা মানি এখন সভাৰ আয়োজন কৰি সেই বিষয়ে প্ৰশাসনক জনাওঁ ।সকলো আয়োজনৰ পিছত জিলা প্ৰশাসনে সভা খন অনুষ্ঠিত কৰিবলৈ নিদিলে।’

ভূঞাই এই কথাত আচৰিত হৈ পৰাৰ লগতে তেওঁ কয়, ‘চৰকাৰে প্ৰতিদিনে সভা অনুষ্ঠিত কৰি আছে। তেওঁলোকে চৰকাৰী বিষয়াসকলৰ লগত আলোচনা কৰি আছে এয়া এক জৰুৰী বিষয় সেই কথা আমি জানো। কিন্তু তেওঁলোকে সংবাদমেল প্ৰতিদিনে অনুষ্ঠিত কৰিছে য’ত ৩০-৩৫ জন সাংবাদিক উপস্থিত থাকে। বিভিন্ন ঠাইলৈ যাওঁতে সাংবাদিক লগত লৈ যায়। তেওঁলোকে যেতিয়াই যি ভাবিছে সেই মতে সভা অনুষ্ঠিত কৰিছে। কিন্তু সকলো নীতি নিয়ম মানি আমি সভা অনুষ্ঠিত কৰিবলৈ খোজতে তাক বাধা দিয়াৰ কি কাৰণ থাকিব পাৰে সেই কথা বুজা নাই। এই কথাত মই অতি স্তম্ভিত হৈছো।’

আনহাতে ভূঞাই কয় এনে এক গুৰুত্বপূৰ্ণ বিষয় চৰকাৰৰহে কেবল ক’ব লগা আছে বাকী ৰাজনৈতিক দল সমূহৰ ক’ব লগা একো নাই বা বিশেষ ব্যক্তিসকলৰ ক’ব লগা একো নাই এনেকুৱা কথা নিশ্চয় থাকিব নোৱাৰে। চৰকাৰৰ এই বাধা নিষেধ কৰি আছে তাক মই বিৰোধিতা কৰিছো।

চৰকাৰক এই বিষয় টো পৰ্যালোচনা কৰিবলৈ আহ্বান জনোৱাৰ লগতে এনে ধৰণৰ আলাপ আলোচনাৰ অনুমতি দিবলৈ আহ্বান জনাই ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই ।

দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

২১ বছৰৰ কাৰ্যকালত ২৫ টা ট্ৰান্সফাৰ! ডাবাং খ্যাত এইজন আই এ এছ বিষয়াৰ নাম শুনিলেই ভয়ত কঁপি উঠে হোটেল ৰেঁস্তোৰাৰ মালিক

২১ বছৰৰ কাৰ্যকালত ২৫ টা ট্ৰান্সফাৰ! ডাবাং খ্যাত এইজন আই এ এছ বিষয়াৰ নাম শুনিলেই ভয়ত কঁপি উঠে হোটেল ৰেঁস্তোৰাৰ মালিক

August 26, 2026 5:45 pm
“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

August 26, 2026 4:29 pm
নেপালত ভয়ংকৰ বান: বানত উটি গ’ল ১০০০-ৰো অধিক লোক

নেপালত ভয়ংকৰ বান: বানত উটি গ’ল ১০০০-ৰো অধিক লোক

August 26, 2026 3:32 pm
প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সমীপৰ পৰা উচ্ছেদ হ’ব তিনিটাকৈ বস্তি! ৬ সপ্তাহৰ সময়সীমা দিল্লী উচ্চ ন্যায়ালয়ৰ

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সমীপৰ পৰা উচ্ছেদ হ’ব তিনিটাকৈ বস্তি! ৬ সপ্তাহৰ সময়সীমা দিল্লী উচ্চ ন্যায়ালয়ৰ

August 26, 2026 2:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২১ বছৰৰ কাৰ্যকালত ২৫ টা ট্ৰান্সফাৰ! ডাবাং খ্যাত এইজন আই এ এছ বিষয়াৰ নাম শুনিলেই ভয়ত কঁপি উঠে হোটেল ৰেঁস্তোৰাৰ মালিক

২১ বছৰৰ কাৰ্যকালত ২৫ টা ট্ৰান্সফাৰ! ডাবাং খ্যাত এইজন আই এ এছ বিষয়াৰ নাম শুনিলেই ভয়ত কঁপি উঠে হোটেল ৰেঁস্তোৰাৰ মালিক

August 26, 2026 5:45 pm
“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

“সূৰ্য, বতাহ বা পানীৰ কোনো ধৰ্ম নাই”- বন্দে মাতৰম বিতৰ্কৰ মাজতে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

August 26, 2026 4:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd