• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সাৱধান!! দীপাৱলীত ফটকা ফুটালে ১০ কোটি টকাৰ জৰিমনাৰ লগতে হ’ব পাৰে জেইল

এন ই নাও নিউজ by এন ই নাও নিউজ
October 23, 2019 4:29 pm
Burning of firecrackers

প্ৰতিনিধিত্বমূলক চিত্ৰ

36.2k
VIEWS
Share on FacebookShare on Twitter

যদিহে দীপাৱলীত আপুনি ফটকা ফুটোৱাৰ পৰিকল্পনা কৰিছে তেন্তে এতিয়াৰে পৰা সাৱধান হওঁক নহ’লে দীপাৱলীৰ আনন্দৰ মাজত আপুনি জেইল পৰ্য্যন্ত যাব লগীয়া হ’ব পাৰে লগতে ভৰিব লগা হ’ব পাৰে বৃহৎ পৰিমানৰ জৰিমনা।

পৰিবেশ সংৰক্ষণ আইন অনুসৰি প্ৰদূষণ সৃষ্টি কৰা লোকসকলক পাঁচ বছৰৰ পৰা সাত বছৰলৈ জেইললৈ পঠোৱাৰ লগতে জৰিমনা আদায় লোৱাৰো নিয়ম আছে।

উচ্চতম ন্যায়ালয়ৰ বাৰ এছ’চিয়েশ্যনৰ উপাধ্যক্ষ তথা জ্যেষ্ঠ অধিবক্তা জীতেন্দ্ৰ মোহন শৰ্মা আৰু অধিবক্তা কালিকা প্ৰসাদ কালাই কয় যে বায়ু প্ৰদূষণ ৰোধ কৰাৰ বাবে পৰিৱেশ সংৰক্ষণ অধিনিয়ম আৰু বায়ু প্ৰদূষণ নিয়ন্ত্ৰণ অধিনিয়ম বনোৱা হৈছে।

ইয়াৰ উপৰি কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ড, সকলো ৰাজ্যৰে ৰাজ্য প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ড আৰু নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেল গঠন কৰা হৈছে। এই সকলক বায়ু প্ৰদূষণ ৰোধ কৰাৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অধিকাৰ দিয়া হৈছে।

অধিবক্তা কালিকা প্ৰসাদ কালাই কয় যে পৰিৱেশ প্ৰদূষিত কৰা লোকক তিনি বছৰৰ শাস্তি আৰু ১০ কোটি টকা জৰিমনা বিহাৰ সম্পূৰ্ণ অধিকাৰ নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেলক দিয়া হৈছে।

অধিবক্তা কালাই আৰু কয় যে যদি কোনো কোম্পানিয়ে পৰিৱেশ প্ৰদূষিত কৰে তেন্তে নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেলে সেই কোম্পানিটোৰ ওপৰত ২৫ কোটি টকাৰ জৰিমনা বিহিব পাৰে। ইয়াৰ পিছতো যদি প্ৰদূষণ ৰোধ কৰাৰ ক্ষেত্ৰত কোম্পানিয়ে ব্যৱস্থা নলয় তেন্তে কোম্পানিৰ বিৰুদ্ধে দৈনিক হিচাপত ১ লাখ টকাকৈ জৰিমনা বিহাৰ ব্যৱস্থা আছে।

Recent News

অলপ বেছি বয়সত বিবাহ সুখী জীৱনৰ চাবিকাঠি; কৈছে বিশেষজ্ঞসকলে

অলপ বেছি বয়সত বিবাহ সুখী জীৱনৰ চাবিকাঠি; কৈছে বিশেষজ্ঞসকলে

মানসিক স্বাস্থ্যৰ অৱনতিৰ সৈতে জড়িত ভিটামিনৰ অভাৱ! কি কয় বিশেষজ্ঞই?

মানসিক স্বাস্থ্যৰ অৱনতিৰ সৈতে জড়িত ভিটামিনৰ অভাৱ! কি কয় বিশেষজ্ঞই?

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd