• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিমানবন্দৰত হিন্দী নোকোৱাৰ বাবে সাংসদৰ নাগৰিকত্বক লৈ প্ৰশ্ন!

এন ই নাও নিউজ by এন ই নাও নিউজ
August 10, 2020 1:35 pm
Kanimozhi

ডিএমকে সাংসদ কানিমোঝি।

3.1k
VIEWS
Share on FacebookShare on Twitter

বিমানবন্দৰত চেকিঙৰ সময়ত হিন্দীত কথা নোকোৱাৰ বাবে এগৰাকী সাংসদৰ নাগৰিকত্বক লৈ প্ৰশ্ন উত্থাপন হোৱাৰ বাতৰিয়ে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

বাতৰি অনুসৰি, এই ঘটনা সংঘটিত হৈছে চেন্নাই বিমানবন্দৰত।

এনে প্ৰশ্নৰ সন্মুখীন হৈছে তামিলনাডুৰ ডিএমকে দলৰ লোকসভাৰ সাংসদ কানিমোঝিয়ে।

বাতৰি মতে, বিমানবন্দৰত কৰ্তব্যৰত চিআইএছএফৰ এগৰাকী মহিলা কৰ্মীয়ে হিন্দী নোকোৱাৰ বাবে তেওঁক ভাৰতীয় হয় নে নহয় সেই প্ৰশ্ন কৰে।

এনে প্ৰশ্নৰ সন্মুখীন হৈ প্ৰথমতে সাংসদগৰাকী হতবাক হৈ পৰে। কিন্তু নিজকে চম্ভালি লৈ সাংসদগৰাকীয়ে লগে লগে ওলোটাই প্ৰশ্ন কৰে যে হিন্দী ক’ব জনাটো কেতিয়াৰ পৰা ভাৰতীয় হোৱাৰ পৰিচয় হৈ পৰিল?

Today at the airport a CISF officer asked me if “I am an Indian” when I asked her to speak to me in tamil or English as I did not know Hindi. I would like to know from when being indian is equal to knowing Hindi.#hindiimposition

— Kanimozhi (கனிமொழி) (@KanimozhiDMK) August 9, 2020

দেওবাৰে ডিএমকেৰ সাংসদগৰাকীয়ে টুইট কৰি এই অভিযোগ উত্থাপন কৰাৰ লগতে তেওঁৰ বক্তৱ্যও দাঙি ধৰিছে।

ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছত বহুতেই সাংসদ কানিমোঝিৰ সমৰ্থনত মন্তব্য কৰিছে। বহুতেই আকৌ হিন্দীৰ আগ্ৰাসনৰ বিৰুদ্ধেও সৰৱ হৈছে।

ইপিনে, এই ঘটনাৰ পাছত বিপাঙত পৰিছে চিআইএছএফ। টুইটাৰত এই ঘটনাত দুখ প্ৰকাশ কৰি চিআইএছএফৰ ফালৰ পৰা উক্ত কৰ্মীৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰাৰ কথাও সদৰী কৰা হৈছে।

Recent News

আমেৰিকাৰ ছিনেটত মাত্ৰ এটা ভোটত গৃহীত ট্ৰাম্পৰ বিতৰ্কিত কৰ আৰু ব্যয় কৰ্তন বিধেয়ক

আমেৰিকাৰ ছিনেটত মাত্ৰ এটা ভোটত গৃহীত ট্ৰাম্পৰ বিতৰ্কিত কৰ আৰু ব্যয় কৰ্তন বিধেয়ক

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত পাকিস্তানৰ অধ্যক্ষতা! চিন্তাৰ বিষয় হ’ব পাৰে ভাৰতৰ বাবে

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত পাকিস্তানৰ অধ্যক্ষতা! চিন্তাৰ বিষয় হ’ব পাৰে ভাৰতৰ বাবে

ভাৰ্চুৱেল শুনানিৰ সময়ত বিয়েৰত চুমুক! অধিবক্তাৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু

ভাৰ্চুৱেল শুনানিৰ সময়ত বিয়েৰত চুমুক! অধিবক্তাৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd