DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পৃথক বড়োলেণ্ডৰ দাবীৰে ঐক্যধ্বনি সমাৱেশত উত্তাল বৰমা

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
December 15, 2018 11:03 am
14-12-18 Barama- Bodo People Protest (3)

পৃথক বড়োলেণ্ডৰ দাবীত শুকুৰবাৰে বৰমাত বড়ো সংগঠনৰ প্ৰতিবাদ। ফটো : ইউ বি

330
VIEWS
Share on FacebookShare on Twitter

‘’বড়ো আন্দোলন ইউ টি চি বিচাৰি হোৱা নাই। ইউ টি চি ৰাজনৈতিক নেতাৰ সৃষ্টি। কোনোবাই ৰাজনৈতিকভাৱে লাভান্বিত হোৱাৰ বাবে ইউ টি চি বিষয়টো উত্থাপন কৰিব বিচাৰিছে। আমাৰ শান্তি বিঘ্নিত কৰিব বিচাৰিছে,’’- এবছুৰ সভাপতি প্ৰমোদ বড়োই এইদৰে কয়।

বাক্সা জিলাৰ বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত পৃথক বড়োলেণ্ডৰ দাবীত শুকুৰবাৰে অনুষ্ঠিত হোৱা ‘ঐক্য ধ্বনি’ শীৰ্ষক সমাৱেশত উপস্থিত থাকি সংবাদমাধ্যমৰ আগত বড়োৱে এইদৰে কয়। বড়োলেণ্ডৰ সমস্যাৰ স্থায়ী সমাধান নোহোৱালৈকে আন্দোলন অব্যাহত থাকিব বুলিও তেওঁ কয়।

সমাৱেশত নতুন ৰাজ্য দাবী সমিতিৰ ৰাষ্ট্ৰীয় সম্পাদক তথা মুখপাত্ৰ স্বপ্নজিৎ চানয়ালে চৰকাৰ গঠনৰ পাছত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পৃথক ৰাজ্য সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিব বুলি প্ৰতিশ্ৰিতি দিছিল যদিও আজি পৰ্যন্ত একো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভ প্ৰকাশ কৰে। তেওঁ পৃথক ৰাজ্যৰ আন্দোলন এনেদৰে অব্যাহত থাকিব বুলিও ব্যক্ত কৰে।

শুকুৰবাৰে এবছু, এন ডি এফ বি (প্ৰঃ) আৰু পীপ্‌ল জইণ্ট একশ্যন কমিটী ফৰ বড়োলেণ্ড মুভমেণ্ট নামৰ সংগঠনকেইটাৰ উদ্যোগত বড়োলেণ্ডৰ দাবী আৰু প্ৰস্তাৱিত বড়োলেণ্ডৰ বাহিৰত থকা বড়োসকলৰ বাবে ৰাজনৈতিক অধিকাৰৰ দাবীত অনুষ্ঠিত ঐক্য ধ্বনি সমাৱেশত উপস্থিত হোৱা সহস্ৰাধিক লোকৰ প্ৰতিবাদে বৰমা উত্তাল কৰি তোলে।

আনহাতে, ঐক্য ধ্বনি সমাৱেশত উপস্থিত থকা এন ডি এফ বি (প্ৰঃ)ৰ সাধাৰণ সম্পাদক গোবিন্দ বসুমতাৰীয়ে ইউ টি চি সম্পৰ্কীয় কোনো ব্যৱস্থা ভাৰতীয় সংবিধানত নাই বুলি উল্লেখ কৰি  ইউ টি চি মানি লোৱাৰ কোনো প্ৰশ্নই উঠিব নোৱাৰে বুলি সংবাদমাধ্যমৰ আগত ব্যক্ত কৰে।

Recent News

হাতত মিঠাতেলৰ বটল, সন্মুখত গেছ চিলিণ্ডাৰ লৈ অভিনৱ প্ৰতিবাদ অসম প্ৰদেশ কংগ্ৰেছৰ

হাতত মিঠাতেলৰ বটল, সন্মুখত গেছ চিলিণ্ডাৰ লৈ অভিনৱ প্ৰতিবাদ অসম প্ৰদেশ কংগ্ৰেছৰ

MS Dhoni Birhday

শুভ জন্মদিন কেপ্তেইন কুল

bhagwant mann marriage

জীৱনৰ আন এক ইনিংছ আৰম্ভ কৰিলে ভগৱন্ত মানে: বিয়াত বহিল পঞ্জাৱৰ মুখ্যমন্ত্ৰী

Boris Johnson Resigns

কেলেংকাৰীৰ অভিযোগে কাঢ়িলে চকী: ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ পদত্যাগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd