• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

১ লাখ টকাৰ লটাৰী ১০ হাজাৰ টকাৰ বেঙেনা – অসম পুলিচৰ সতৰ্ক বাণী

ইজি মানিৰ ধান্দাত সাঁচতীয়া ধনৰ ‘চুনা’ নলগাব

পিয়ুষ ৰঞ্জন বৰদলৈ  পিয়ুষ ৰঞ্জন বৰদলৈ
গুৱাহাটী , July 2, 2019 5:13 pm

2 min read

Bank Fraud

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ। উৎস-ইণ্টাৰনেট

4.2k
VIEWS
Share on FacebookShare on Twitter

আপোনাৰ মোবাইলতো হয়তো কেতিয়াবা মেচেজ আহে যে আপুনি ১০,০০,০০০ টকাৰ লটাৰী জিকিল। হয়তো কেতিয়াবা কোনো মানুহে আপোনাক ফোন যোগে জনাই। এয়া কোনো নতুন কথা নহয়।

বৰ্তমান সময়ত ইণ্টাৰনেটৰ ব্যবহাৰ বহুল ভাবে হোৱা বাবে ই মানুহৰ সময় লাঘৱ কৰিবলৈ সক্ষম হৈছে কিন্তু কিছু কিছু মানুহৰ কাৰণে ইণ্টাৰনেট হৈ পৰিছে থগবাজিৰ অন্য এক সমল।

Any communication to you regarding ‘winning lottery’, unless you bought a valid ticket, is likely to be a trap. Don’t fall prey to it.@assampolice pic.twitter.com/ICVOPn6S51

— MyGov Assam (@mygovassam) 29 June 2019


তলত বৰ্ণনা কৰা ঘটনা দুটা হয়তো আপুনি নিজৰ জীৱনত কেতিয়াও হোৱাটো নিবিচাৰিব।

ঘটনা ১

প্ৰথমজন ভুক্তভোগী হৈছে ৭৫ বছৰীয়া, গজন্দ্ৰ নাথ তালুকদাৰ। গুৱাহাটী বেলতলাৰ লখিমী পথৰ নিবাসী। তালুকদাৰ আছিল ভাৰতীয় জলবায়ু বিভাগৰ প্ৰাক্তন চাকৰিয়াল আৰু তেওঁ ভাৰতীয় ষ্টেট বেংকৰ দিচপুৰ শাখাৰ এজন উপভোক্তা।

২৪ মে তাৰিখে তালুকদাৰে  লাভ কৰিছিল ৩ টা বিশেষ SMS যিয়ে পলকতে চিন্তিত কৰি তুলিছিল তেওঁক। SMS  তিনিটা আহিছিল দিনৰ ১১:৪৫ ৰ পৰা ১১:৪৮ ৰ ভিতৰত আৰু মাত্ৰ ৩ মিনিটৰ ভিতৰতে তেওঁৰ একাউণ্টৰ পৰা নাইকীয়া হৈছিল ১ লাখ টকা। কিন্তু কেনেকৈ?

বেংকত খবৰ কৰোতে তেওঁ জানিবলৈ পায় যে ৮০,০০০ টকা কোনোবা মিথিলেষ কুমাৰৰ একাউন্তত জমা হৈছে।

ঘটনা ২

পৃথিৱীৰ এটা লেখতলবলগীয়া অনুষ্ঠান হৈছে TechCrunch। যোৱাবছৰ TechCrunch য়ে কৈছিল যে ভাৰতীয় ষ্টেট বেংকৰ বহু উপভোক্তাৰ একাউণ্ট নম্বৰ,একাউণ্ট সম্বন্ধীয়া অন্য তথ্য আৰু ইণ্টাৰনেট বেংকিংৰ Password দুষ্ট চক্ৰৰ হাতত পৰিছে। কিয়নো বেংকটোৱে তেওঁলোকৰ Sever-ৰ কেইটামান শাখা সুৰক্ষিত কৰিব পৰা নাই আৰু যাৰ বাবে এই তথ্য সমূহ দুষ্ট চক্ৰৰ হাতত পৰিছে।

এতিয়া কথাহ’ল আপোনাৰ কষ্ট উপাৰ্জিত ধন বাৰু সুৰক্ষিত নে?

নিজৰ সঞ্চিত ধন কেনেকৈ সুৰক্ষিত কৰিব

১. আপোনাৰ একাউণ্ট নম্বৰ কেতিয়াও ছেয়াৰ নকৰিব।

২. নিজৰ মোবাইলত বেংক একাউন্ট সম্বন্ধীয় যিকোনো তথ্য পাবলৈ SMS সক্ৰিয় কৰি ৰাখক।

৩. ধন উলিওৱাৰ সময়ত মেছিনটো এবাৰ পৰীক্ষা কৰক।

৪. নিজৰ পিনকোড সদায় ধাকি ৰাখি ‘Enter’ কৰিব।

৫. আপোনাক জিকোনো একাউন্ট সম্বন্ধীয় প্ৰশ্ন থাকিলে বেংক কৰ্মচাৰীৰ লগত আলোচনা কৰক।

সাবধান হওঁক, সতৰ্ক হওঁক। নিজৰ সাঁচতীয়া ধনত বেলেগৰ নজৰ পৰিব নিদিব। ‘ইজি মানি’ৰ ধান্দাত সাঁচতীয়া ধনৰ ‘চুনা’ নলগাব ।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd