DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 18, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিচনাত পৰি নিশা মোবাইল ফোন চায়? মূৰ শিতানতে ৰাখে ফোন? ঘটিব পাৰে এনেবোৰ বিপদ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 7, 2020 7:05 pm
a mobile ph
1.1k
VIEWS
Share on FacebookShare on Twitter

মোবাইল ফোনটো বহুতৰে বাবে এৰাব নোৱাৰা সংগী হৈ পৰিছে।

নিঃসংগ মুহূৰ্তত মোবাইল ফোনটোৱেই আমাক সুন্দৰ ভাবে সময় পাৰ কৰাত সহায় কৰি আহিছে।

পুৱা শুই উঠাৰ পৰা আৰম্ভ কৰি নিশা শুবলৈ যোৱালৈকে মোবাইল ফোনটো আমাৰ প্ৰায় ভাগৰে হাতত থাকেই।

নিশা শোৱাৰ পৰত বহুতে মোবাইল ফোনটো চাই থাকি থাকি এটা সময়ত টোপনি ধৰিলে ফোনটো মূৰ শিতানতে থৈ টোপনি যায়।

এনে কৰোতে আমি বহুতেই ফোনটো মূৰৰ কাষতে থৈ শোৱাৰ পৰিণাম কি হ’ব পাৰে সেই কথা হয়তো এবাৰো ভাবি নাচাও।

কিন্তু এবাৰো ভাবি নোচোৱা এই সাধাৰণ কথাটোৱেই আমাৰ জীৱনলৈ কঢ়িয়াই আনিব পাৰে কেতিয়াও নভবা বিপদ।

প্ৰায় সকলোৱে জনা কথাটো হ’ল এয়ে যে মোবাইল ফোনৰ পৰা অনৱৰতে বিকিৰিত হৈ থাকে বিশেষ ৰেডিয়েছন।

আমি চকুৰে নেদেখা এই ৰেডিয়েছন অতি শক্তিশালী । বিশেষজ্ঞসকলে বিশ্ববাসীক এনে ৰেডিয়েছনৰ বিষয়ে বাৰে বাৰে সতৰ্ক কৰি আহিছে।

মোবাইল পোনৰ ইলেক্ট্ৰ’ মেগনেটিক ফিল্ডৰ পৰা বিকিৰিত এনে ৰেডিয়েছনে মগজুৰ টিউমাৰ পৰ্যন্ত সৃষ্টি কৰিব পাৰে বুলি বিজ্ঞানীসকলে কৈ আহিছে।

তদুপৰি শোৱাৰ সময়ত মোবাইল ফোন ব্যৱহাৰ কৰিলে সেয়া সময়ত অভ্যাসত পৰিণত হ’ব।

নিশা অদৰ্কাৰী ফোন কলে টোপনিত ব্যাঘাত ঘটাব পাৰে।

নিশা কোঠাৰ ভিতৰত লাইট নুমুৱাই ফোন চাই থাকিলে চকুৰ ভীষণ ক্ষতি হোৱাৰ আশংকা থাকে বুলিও স্বাস্থ্য বিজ্ঞানীসকলে কৈ আহিছে।

সেয়ে নিশাৰ ভাগত বিচনাত বাগৰি মোবাইল চোৱাৰ অভ্যাস ত্যাগ কৰিব পৰাটোৱেই ভাল বুলি বিজ্ঞানীসকলে কৈ আহিছে।

ফোন সদায় শোৱাৰ সময়ত বিছনাৰ পৰা কমেও ২-৩ ফুট নিলগত ৰখাৰো পৰামৰ্শ দিছে বিজ্ঞানীসকলে।

Recent News

Teacher molest minor student

খাৰুপেটীয়াত নাবালিকা ছাত্ৰীক উৎপীড়নৰ অভিযোগত বিদ্যালয়ৰ প্ৰধান শিক্ষকক গ্ৰেপ্তাৰ

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

Thieves return stolen idols

দু: স্বপ্নত ত্ৰাহি মধুসূদন: চোৰে উভতাই থৈ গ’ল মন্দিৰৰ চুৰ কৰা সামগ্ৰী, লিখি থৈ গ’ল স্বীকাৰোক্তি পত্ৰ

Chief Justice of Gauhati High Court

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত হ’ব ন্যায়াধীশ ৰশ্মিন মানহৰভাই ছায়া

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd