• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চিকিৎসালয়ত চিকিৎসক অনুপস্থিত : চিকিৎসাৰ অভাৱত বিশ্বনাথত মৃত্যু হ’ল এটি কণমানি শিশুৰ

কাজী জেইদুল ইছলাম by কাজী জেইদুল ইছলাম
May 24, 2021 5:41 pm
Biswanath
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেওবাৰে বিশ্বনাথ চাৰিআলিৰ মহকুমা অসামৰিক চিকিৎসালয়লৈ চিকিৎসাৰ বাবে আনি চিকিৎসকৰ অভাৱত মৃত্যু হোৱা এটা নৱজাতক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে বিশ্বনাথত।

বিশ্বনাথ চাৰিআলি বালিচাং ধূলিৰ শিৱ চনাৰ নামৰ লোকজনে তেওঁৰ শিশু পুত্ৰক চিকিৎসা বাবে দিনৰ ২.৩০ বজাত বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়লৈ আনে আৰু বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয় কতৃপক্ষই শিশুটিক চিকিৎসা বাবে ভৰ্তি কৰায়।

Apply Now

কিন্তু পিছত শিশু চিকিৎসক নথকাৰ বাবে অভিভাৱকে অসামৰিক চিকিৎসালয়ত চিকিৎসা নকৰো বুলি কৰ্তৃপক্ষৰ আগত চহী কৰি ঘৰলৈ লৈ আহে।

ইয়াৰ পিছত অভিভাৱকে চিকিৎসালয় পৰা লৈ আহি বিশ্বনাথ চাৰিআলি তিনিখনকৈ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত শিশুটিক চিকিৎসাৰ বাবে লৈ যায় যদিও কোনো এখন চিকিৎসালয়ত শিশু চিকিৎসক নথকাৰ ফলত চিকিৎসালয় কেইখনে চিকিৎসা নকৰি শিশুটি পুনৰ অভিভাৱকৰ সৈতে ওভটাই পঠিয়াই দিয়ে।

কিন্তু দুৰ্ভাগ্যবশতঃ চিকিৎসাৰ অভাৱত মৃত্যু মুখত পৰে কণমানি নৱজাতকটি।

শিশুটি মৃত্যুৰ কাৰণ তথা চিকিৎসকৰ অনুপস্থিতিৰ সন্দৰ্ভত জানিবলৈ বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ত সাংবাদিকৰ দল উপস্থিত হোৱাত অসামৰিক চিকিৎসালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা জানিবলৈ দিয়ে যে “শিশুটি চিকিৎসালয় ভৰ্তি কৰাই যদিও চিকিৎসকৰ ডিউটি নথকা বাবে অভিভাৱকে শিশুটি চিকিৎসা নকৰো বুলি লৈ যায়।”

উল্লেখ্য যে অসামৰিক চিকিৎসালয়খনত প্ৰকৃততে এগৰাকী শিশু চিকিৎসক আছে আৰু তেওঁ সেই সময়ত ডিউটিত নাছিল। মাত্ৰ খবৰ দিবলৈ ধৰা সময়তে অভিভাৱকে শিশুটিক লৈ যায় বুলি ইতিমধ্যে চিকিৎসালয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে।

আনহাতে, শিশুটি অভিভাৱকে অভিযোগ কৰা অনুসৰি অসামৰিক চিকিৎসালয়খনত চিকিৎসক নথকাৰ বাবে ই মৃত্যু মুখত পৰিল শিশুটি।

এতিয়া প্ৰশ্ন হয় জিলাখনৰ বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ত মাত্ৰ ৮ জন চিকিৎসক আৰু এজন শিশু চিকিৎসকৰে চিকিৎসা প্ৰদান কৰি থকাতো সম্ভৱ নে?
নে এনেদৰে শিশু চিকিৎসকৰ অভাৱত কাল কৰোণাৰ সময়ত দুৱাৰ দুৱাৰে শিশু চিকিৎসকৰ বাবে ঘুৰিব লাগিব ৰোগীৰ পৰিয়াল? স্থানীয় ৰাইজৰ মাজত এই প্ৰশ্নই এতিয়া দোলা দি আছে।

কাজী জেইদুল ইছলাম

কাজী জেইদুল ইছলাম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিট পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ! অতি শীঘ্ৰেই সলনি হ’ব পৰীক্ষাৰ নিয়ম, অফলাইনৰ সলনি হ’ব কম্পিউটাৰ ভিত্তিক

নিট পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ! অতি শীঘ্ৰেই সলনি হ’ব পৰীক্ষাৰ নিয়ম, অফলাইনৰ সলনি হ’ব কম্পিউটাৰ ভিত্তিক

September 19, 2026 8:30 pm
কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

September 19, 2026 6:47 pm
 ‘ধৰ্মনিৰপেক্ষতা পশ্চিমীয়া ধাৰণা, ভাৰতত ইয়াৰ প্ৰাসংগিকতা নাই’: উজ্জয়িনীত আৰএছএছ প্ৰধান মোহন ভাগৱত

 ‘ধৰ্মনিৰপেক্ষতা পশ্চিমীয়া ধাৰণা, ভাৰতত ইয়াৰ প্ৰাসংগিকতা নাই’: উজ্জয়িনীত আৰএছএছ প্ৰধান মোহন ভাগৱত

September 19, 2026 5:33 pm
পৰিৱেশ সুৰক্ষাৰ কোনো ভৌগোলিক সীমা নাই: ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ সন্মিলনত মুখ্য ন্যায়াধীশ

পৰিৱেশ সুৰক্ষাৰ কোনো ভৌগোলিক সীমা নাই: ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ সন্মিলনত মুখ্য ন্যায়াধীশ

September 19, 2026 4:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিট পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ! অতি শীঘ্ৰেই সলনি হ’ব পৰীক্ষাৰ নিয়ম, অফলাইনৰ সলনি হ’ব কম্পিউটাৰ ভিত্তিক

নিট পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ! অতি শীঘ্ৰেই সলনি হ’ব পৰীক্ষাৰ নিয়ম, অফলাইনৰ সলনি হ’ব কম্পিউটাৰ ভিত্তিক

September 19, 2026 8:30 pm
কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

September 19, 2026 6:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd