• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

যুৱতী ৰোগীক শাৰীৰিক দুৰ্ব্যৱহাৰ কৰা চিকিৎসকৰ বিৰুদ্ধে গোচৰ ৰুজু

ৰূপজ্যোতি মহন্ত by ৰূপজ্যোতি মহন্ত
May 13, 2020 6:45 pm
Handcuff-arrested-750x375
763
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ দেশৰ লগতে ৰাজ্যত ক’ৰ’নাতংকই বিৰাজ কৰি থকাৰ সময়তে এজন চিকিৎসকৰ বিৰুদ্ধ উঠিছে গুৰুতৰ অভিযোগ।

অসমৰ কাৰ্বি আংলং জিলাৰ বোকাজানত  ৫০ বৰ্ষীয় এজন চিকিৎসকে এগৰাকী ১৯ বৰ্ষীয় যুৱতী ৰোগীক শাৰীৰিক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে।

অভিযোগমতে বোকাজান অসমাৰিক চিকিৎসালয়ৰ চিকিৎসা বিষয়া ডাঃ শ্বেইখ আহমেদ আলি কাদাৰিয়াই নিজৰ চেম্বাৰত জ্বৰ আৰু কাহত ভোগা যুৱতী ৰোগী গৰাকীক অসৎ ব্যৱহাৰ কৰে।

ঘটনা সন্দৰ্ভত ইতিমধ্যে বোকাজান আৰক্ষীয়ে এক গোচৰ ৰুজু কৰিছে।

“চেম্বাৰত চিকিৎসকজন অকলে আছিল আৰু যুৱতীগৰাকীক ষ্টেচাৰত শুবলৈ দিয়ে। স্বাস্থ্য পৰীক্ষা কৰাৰ অজুহাতত যুৱতী গৰাকীৰ শৰীৰৰ আপত্তিজনক স্থানত স্পৰ্শ কৰি অত্যাচাৰ কৰে চিকিৎসকজনে। যুৱতী গৰাকীয়ে এই বিষয়ে হাস্পতালৰ অন্যান্য কৰ্মচাৰীক অৱগত কৰে আৰু তেওঁলোকে আমাক খবৰ দিয়ে।” স্থানীয় আৰক্ষী বিষয়া গৰাকীয়ে কয়।

“নিয়ম অনুসাৰে মহিলা ৰোগীক পুৰুষ চিকিৎসকে স্বাস্থ্যৰ পৰীক্ষা কৰাৰ সময়ত লগত এগৰাকী পৰিচাৰিকা বা কৰ্মচাৰী থাকিব লাগে।” আৰক্ষী বিষয়াগৰাকীয়ে কয়।

কিন্তু চিকিৎসকজনে যুৱতী ৰোগী গৰাকীৰ ক্ষেত্ৰত এই নিয়ম ভংগ কৰিছিল।

“চিকিৎসকজনে এই নিয়ম উলংঘা কৰি অপৰাধ কৰিছে। ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ৩৫৪ ধাৰাত চিকিৎসকজনৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰা হৈছে। কাইলৈ চিকিৎসকজনক মহামান্য আদালত হাজিৰ কৰোৱা হ’ব। আৰক্ষী বিষয়াগৰাকীয়ে লগতে কয়।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd