• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিশা চিকিৎসক দম্পতীক আক্ৰমণ কৰি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’ল এগৰাকী প্ৰাক্তন সেনা

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
September 14, 2020 6:49 pm
IMG-20200914-WA0030
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিশা এহাল চিকিৎসক দম্পতীক আক্ৰমণ কৰি হত্যাৰ চেষ্টা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে এগৰাকী প্ৰাক্তন সেনা।

ঘটনাৰ বিৱৰণীৰ মতে বাক্সা জিলাৰ তামুলপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক দম্পতীক তেওঁলোকৰ চৰকাৰী আৱাসত দেওবাৰে নিশা তামুলপুৰ থানা অন্তৰ্গত পুনীয়া গাঁৱৰ চমেন বসুমতাৰী নামৰ প্ৰাক্তন সেনা জোৱানজনে আক্ৰমণ কৰে।

Apply Now

আক্ৰমণকাৰী বসুমতাৰীয়ে নিশা প্ৰায় ১০ মান বজাত চিকিৎসক ডাঃ গৌতম মেধিক চৰকাৰী আৱাসত প্ৰৱেশ কৰি শাৰীৰিকভাৱে আক্ৰমণ কৰে।

ইমানতে ক্ষান্ত নাথাকি বসুমতাৰীয়ে আক্ৰমণৰ পৰা স্বামীক ৰক্ষা কৰিবলৈ চেষ্টা কৰা মেধিৰ পত্নী ডাঃ পিংকি চৌধুৰী আৰু ১৬ বছৰীয়া কন্যা অনুষ্কা মেধিকো শাৰীৰিকভাৱে আক্ৰমণ কৰে।

উক্ত আক্ৰমণত চিকিৎসক ডাঃ গৌতম মেধিয়া কপালত আঘাত পোৱাৰ বিপৰীতে পত্নী ডাঃ পিংকি চৌধুৰীৰ এখন হাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে।

নিশাই চিকিৎসক দম্পতীয়ে চমেন বসুমতাৰীৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ ওচৰ চুবুৰীয়াৰ সঁহাৰি বিচাৰি চিঞৰ বাখৰ কৰে।

চিঞৰ বাখৰ শুনি চুবুৰীয়াসকলে উলাই আহি চমেন বসুমতাৰীৰ আক্ৰমণ পৰা ডাঃ মেধিৰ পৰিয়ালটোক ৰক্ষাৰ কৰাৰ লগতে আক্ৰমণকাৰী বসুমতাৰীক আৱদ্ধ কৰি স্থানীয় আৰক্ষীক খবৰ দিয়ে।

খবৰ পায়ে তামুলপুৰ আৰক্ষী থানাৰ দুই আৰক্ষী বিষয়া মনোজ কুমাৰ দাস আৰু বণজিৎ উজীৰৰ নেতৃত্বত আৰক্ষীৰ এটা দলে গৈ আক্ৰমণকাৰী বসুমতাৰীক আটক কৰে।

নিশাই চিকিৎসক দম্পতীয়ে চমেন বসুমতাৰীৰ বিৰুদ্ধে আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে আৰু সেই এজাহাৰৰ ভিত্তিত বসুমতাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আজি আদালত হাজিৰ কৰোৱায়।

আদালতে ইতিমধ্যে বসুমতাৰীক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে।

ইফালে হাতত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ডাঃ পিংকি চৌধুৰীক কন্যাৰ সৈতে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে যদিও ডাঃ গৌতম মেধিক নলবাৰীতে চিকিৎসা কৰি থকা হৈছে।

উক্ত আক্ৰমণৰ ঘটনাক বাক্সা জিলাৰ আছু, এবছু, বিপিএফ, এবিৱাইএছএফ আদিৰ লগতে বিভিন্ন দল-সংগঠনে তীব্ৰ গহিৰণা দিয়াৰ লগতে আক্ৰমণকাৰী চমেন বসুমতাৰীৰ কঠোৰতম শাস্তিৰ দাবী কৰিছে।

দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

October 17, 2026 9:43 pm
পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

October 17, 2026 8:42 pm
জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

October 17, 2026 7:14 pm
পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ঊৰ্ধ্বত নহয়: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ঊৰ্ধ্বত নহয়: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

October 17, 2026 5:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

October 17, 2026 9:43 pm
পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

October 17, 2026 8:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd