• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বঁটা-বাহন, আদৰ, সম্বৰ্ধনাই নষ্ট কৰিলে নেকি কেৰিয়াৰ? দেশতে চতুৰ্থ হোৱাত চিন্তিত হিমাৰ অনুৰাগী

এন ই নাও নিউজ by এন ই নাও নিউজ
March 4, 2019 9:03 pm
Hima das grand prix

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্ব এথলেটিকছত স্বৰ্ণ, এছিয়ান গেইমছত ৰূপৰ পদক জয়েৰে বিৰল গৌৰৱ আৰু সন্মানৰ অধিকাৰী হোৱা দেশৰ দৌৰৰাণী, অসমৰ হিমা দাসৰ কেৰিয়াৰ ক্ষতিগ্ৰস্ত কৰিছে নেকি তেওঁ পোৱা সন্মান, আদৰ, বঁটা-বাহনে? শেহতীয়াকৈ হিমাৰ এটা অতি দুৰ্বল প্ৰদৰ্শনৰ পিছত খেলুৱৈগৰাকীৰ লাখ লাখ অনুৰাগী এই দুশ্চিন্তাত ভুগিছে।

যোৱা ২ ফেব্ৰুৱাৰিত পাঞ্জাবত অনুষ্ঠিত ইণ্ডিয়ান গ্ৰাঁ প্ৰিত দৌৰৰাণীগৰাকীয়ে নিজৰ দেশৰে সতীৰ্থ খেলুৱৈসকলৰ মাজত চতুৰ্থ স্থানত ৰয়। তেওঁক চেৰ পেলাই ভি কে ভিছমায়াই স্বৰ্ণ (৫৩.৮ ছেকেণ্ড), এম আৰ পূভম্মাই ৰূপৰ (৫৪.০৬ ছেকেণ্ড) আৰু প্ৰাচী চৌধুৰীয়ে (৫৪.৪৯ ছেকেণ্ড) ব্ৰঞ্জৰ পদক পায়। ইয়াৰে পূভম্মা আৰু প্ৰাচী আছিল দেশৰ হৈ জাকাৰ্টাত স্বৰ্ণ জিনা ৰিলে দৌৰটোৰ হিমাৰ সতীৰ্থ।

Apply Now

২ ফেব্ৰুৱাৰিৰ প্ৰতিযোগিতাখনত হিমাই তেওঁৰ ৪০০ মিটাৰ দৌৰ কেৰিয়াৰ সৰ্বনিম্ন প্ৰদৰ্শন কৰে। সময় লয় ৫৫.১৯ ছেকেণ্ড, য’ত তেওঁৰ শ্ৰেষ্ঠ সময় আছিল ৫০.৭৯ ছেকেণ্ড।

উল্লেখযোগ্য যে যোৱা বছৰ অনূৰ্ধ্ব-২০ বিশ্ব প্ৰতিযোগিতাত স্বৰ্ণ পদক অৰ্জনৰ পিছতে আগষ্ট-ছেপ্তেম্বৰত জাকাৰ্টাত অনুষ্ঠিত এছিয়ান গেইমছতো ঈৰ্ষণীয় সফলতা পোৱাৰ পিছত আদৰ, সন্মান, বঁটা-বাহন, চাকৰি আদিৰ এক প্ৰকাৰৰ বৰষুণ পৰিছিল হিমাৰ ওপৰত।

কিন্তু তাৰ পিছতে উদীয়মান, প্ৰতিভাশালী হিমাৰ প্ৰদৰ্শনৰ গ্ৰাফ এইদৰে নিম্নগামী হোৱাত উদ্বিগ্ন হৈছে অনুৰাগীসকল।

অৱশ্যে খেলুৱৈগৰাকীৰ এই অৱনমনৰ শংকা আগতীয়াকৈ কৰিছিল তেওঁৰ শুভাকাংক্ষী অসমৰ ৰাইজে। এছিয়ান গেইমছৰ সফলতাৰ পিছতে অসমৰ বঁটা-বাহন, সম্বৰ্ধনা, আদৰ-সন্মানৰ মাজত ডুব গৈ থকা পাঞ্জাবৰ পাটিয়ালাত চলি থকা অলিম্পিকৰ প্ৰস্তুতি শিবিৰত উপস্থিত থাকিবলৈ হিমাক শেষ সকীয়নি দিব লগীয়া হৈছিল এথলেটিকছ ফেডাৰেইশ্যন অব ইণ্ডিয়াই।

“হিমাই খেলত মনোযোগ নিদি যদি অন্য বঁটা বাহন,অনুষ্ঠান আদিত ব্যস্ত থাকে তেতিয়া হিমা আগন্তক টকিঅ’ অলিম্পিকৰ সপোন সপোন হৈয়ে থাকিব।” এয়া আছিল হিমাই শিবিৰত যোগদান নকৰাক লৈ অসন্তুষ্ট ফেডাৰেইশ্যন সভাপতি আদিল ছুমাৰিঅ’ৱালাৰ মন্তব্য।

মন কৰিব লগীয়া যে বঁটা-বাহন, আদৰ, সম্বৰ্ধনাই উদীয়মান ক্ৰীড়াবিদৰ কেৰিয়াৰ নষ্ট কৰাৰ উদাহৰণ ভাৰত তথা অসমত কম নহয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ হোমষ্টেত উদ্ধাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃতদেহ; এজনক আটক

গুৱাহাটীৰ হোমষ্টেত উদ্ধাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃতদেহ; এজনক আটক

September 26, 2026 1:03 pm
জ্ঞানেশ কুমাৰৰ কন্যাৰ গোচৰত বিচাৰপীঠ সলনিৰ প্ৰতিবাদত উচ্চতম ন্যায়ালয়লৈ মুকলি পত্ৰ

জ্ঞানেশ কুমাৰৰ কন্যাৰ গোচৰত বিচাৰপীঠ সলনিৰ প্ৰতিবাদত উচ্চতম ন্যায়ালয়লৈ মুকলি পত্ৰ

September 26, 2026 12:29 pm
এছ আই আৰ বিতৰ্কক লৈ এন ডি এত অস্বস্তি; নিৰ্বাচন আয়োগৰ পৰা স্পষ্ট ব্যাখ্যা বিচাৰিছে ৩ মিত্ৰদলে

এছ আই আৰ বিতৰ্কক লৈ এন ডি এত অস্বস্তি; নিৰ্বাচন আয়োগৰ পৰা স্পষ্ট ব্যাখ্যা বিচাৰিছে ৩ মিত্ৰদলে

September 26, 2026 10:47 am
নিৰ্বাচনত জয়ী হৈ দল সলনি ১১১ বিধায়ক-সাংসদৰ! দল সলনিৰ শীৰ্ষত উত্তৰ-পূৰ্বাঞ্চলৰ এইখন ৰাজ্য

নিৰ্বাচনত জয়ী হৈ দল সলনি ১১১ বিধায়ক-সাংসদৰ! দল সলনিৰ শীৰ্ষত উত্তৰ-পূৰ্বাঞ্চলৰ এইখন ৰাজ্য

September 26, 2026 9:52 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ হোমষ্টেত উদ্ধাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃতদেহ; এজনক আটক

গুৱাহাটীৰ হোমষ্টেত উদ্ধাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃতদেহ; এজনক আটক

September 26, 2026 1:03 pm
জ্ঞানেশ কুমাৰৰ কন্যাৰ গোচৰত বিচাৰপীঠ সলনিৰ প্ৰতিবাদত উচ্চতম ন্যায়ালয়লৈ মুকলি পত্ৰ

জ্ঞানেশ কুমাৰৰ কন্যাৰ গোচৰত বিচাৰপীঠ সলনিৰ প্ৰতিবাদত উচ্চতম ন্যায়ালয়লৈ মুকলি পত্ৰ

September 26, 2026 12:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd