• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

টান বক্ষবন্ধনী বা ‘ব্ৰা’ পৰিধান কৰিলে স্তন কেঞ্চাৰ হয় নেকি? জানো আহক বিশেষজ্ঞই কি কয়

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
August 4, 2024 6:30 pm
26
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সকলো যুৱতী-মহিলাই ব্ৰা অথাৎ বক্ষবন্ধনী পৰিধান কৰে। বক্ষযুগল বাহিৰৰ পৰা দেখনিয়াল কৰি ৰখাৰ লগতে বক্ষ দুটি যাতে লৰচৰ কৰি নাথাকে তাৰ বাবে মহিলাসকলে ব্ৰা পৰিধান কৰে।

অৱশ্যে আজিকালি বহু মহিলাই প্ৰতিবাদ স্বৰূপে আৰু নিজৰ ব্যক্তি স্বাধীনতা বজাই ৰাখি ব্ৰা পৰিধান নকৰাৰ এক আন্দোলন আৰম্ভ কৰিছে। ব্ৰা পৰিহাৰ কৰাৰ বাবে এক নাৰীবাদী শ্লোগান তথা আন্দোলন আৰম্ভ হৈছে ভাৰতকে ধৰি বিশ্বৰ বিভিন্ন দেশত। তথাপি আমাৰ সমাজত প্ৰায় সকলো নাৰীয়েই ব্ৰা পৰিধান কৰে বুলি ক’লেও ভুল কোৱা নহ’ব।

Apply Now

কিন্তু ব্ৰা সম্পৰ্কে স্বাস্থ্যৰ লগত জড়িত বহু প্ৰশ্ন সময়ে সময়ে উত্থাপন হোৱা দেখা যায়। বহুতেই ক’ব খোজে যে টান বক্ষবন্ধনী বা টাইট ব্ৰা পিন্ধিলে স্তন কেঞ্চাৰকে ধৰি আন কিছুমান সমস্যা উদ্ভৱ হোৱাৰ সম্ভাৱনা থাকে।

টান বক্ষবন্ধনী বা ব্ৰা সম্পৰ্কে কি কয় চিকিৎসা বিশেষজ্ঞই?

চিকিৎসা বিশেষজ্ঞ সকলে কয় যে ব্ৰা পিন্ধিলে স্তন কেন্সাৰ নহয়। ব্ৰা পৰিধান কৰাৰ বাবে স্তন কেঞ্চাৰ হোৱাৰ কোনো প্ৰমাণ এতিয়ালৈকে চিকিৎসা বিজ্ঞানী সকলে লাভ কৰা নাই।

কিন্তু টান বক্ষবন্ধনী বা ব্ৰা পৰিধান কৰিলে কিছুমান শাৰীৰিক অসুবিধাৰ সন্মুখীন হ’ব পাৰে। যাৰ বাবে যথাসম্ভৱ ঢিলা ব্ৰা পৰিধান কৰিবলৈ পৰামৰ্শ প্ৰদান কৰে চিকিৎসক সকলে।

টান ব্ৰা পিন্ধাৰ ফলত বিভিন্ন সমস্যা হ’ব পাৰে। তলত এনে কিছুমান সাম্ভাৱ্য সমস্যাৰ কথা উল্লেখ কৰা হ’ল –

  • টান ব্ৰা পৰিধান কৰাৰ ফলত স্তন যুগল হেঁচা খাই থাকে। স্তন যুগলত ৰ’দ-বতাহ পৰিধান কৰিব নোৱাৰে। টান ব্ৰাৰ বাবে বক্ষযুগলত তেজ চলাচলৰ সমস্যা হ’ব পাৰে। ই জ্বলাপোৰা বা জিনজিননিৰ দৰে সমস্যাৰ সৃষ্টি কৰিব পাৰে
  • অতি টান ব্ৰা পিন্ধিলে কেতিয়াবা কান্ধ আৰু পিঠিত বিষ অনুভৱ কৰিব পাৰে।
  • দীৰ্ঘসময় টান বক্ষবন্ধনী পৰিধান কৰি থাকিলে মহিলাই স্তনত বিষ অনুভৱ কৰিব পাৰে।
  • অতিমাত্ৰা টান ব্ৰা পৰিধান কৰাৰ ফলত লোকচক্ষুত বুকুখন দৃষ্টিকটু হৈ উঠিব পাৰে। লগতে ই শৰীৰৰ বাহ্যিক সৌন্দৰ্যত প্ৰভাৱ পেলাব পাৰে।
  • টান ব্ৰা পৰিধান কৰিলে গৰমত বুকুখন ঘামিব পাৰে আৰু ইয়াত মলি জমা হ’ব পাৰে। ফলত ছালত ঘাঁ বা ৰঙা দাগৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে।
  • গৰমৰ দিনত অতি টান ব্ৰা পৰিধান কৰিলে খজুৱতিৰ দৰে সমস্যাই দেখা দিব পাৰে।
নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শেষ মুহূৰ্তত মেৰিনোৰ নিৰ্ণায়ক গ’ল; বেলজিয়ামক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিলে স্পেইনে

শেষ মুহূৰ্তত মেৰিনোৰ নিৰ্ণায়ক গ’ল; বেলজিয়ামক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিলে স্পেইনে

July 11, 2026 7:39 am
১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শেষ মুহূৰ্তত মেৰিনোৰ নিৰ্ণায়ক গ’ল; বেলজিয়ামক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিলে স্পেইনে

শেষ মুহূৰ্তত মেৰিনোৰ নিৰ্ণায়ক গ’ল; বেলজিয়ামক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিলে স্পেইনে

July 11, 2026 7:39 am
১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd