• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গজৰাজ নহয় এইবাৰ বলিয়া কুকুৰে ত্ৰাহি মধুসূদন দেখুৱালে মহানগৰবাসীক

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 7, 2019 12:39 pm

1 min read

Dogs bite

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ।

876
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী মহানগৰীত বিগত কিছুদিন পূৰ্বে অৰণ্যৰ পৰা ওলাই অহা গজৰাজে বিচৰণ কৰি জনসাধাৰণক আতংকিত কৰি তোলাৰ পাছতে এইবাৰ এটা বলিয়া কুকুৰৰ আক্ৰমণে ত্ৰাসৰ সৃষ্টি কৰে মহানগৰীৰ পানবজাৰ আৰু ফাঁচী বজাৰ অঞ্চলত।

বিগত কিছুদিন ধৰি অনাই-বনাই ঘুৰি ফুৰা ৰঙা ৰঙৰ কুকুৰটোৱে সোমবাৰে মহানগৰীৰ জনসাধাৰণৰ ওপৰত অধিক আক্ৰমণাত্মক হৈ পৰি প্ৰায় পঞ্চাশজনতকৈও অধিক লোকক চিকিৎসালয়ৰ বাট দেখুৱাই।

প্ৰাপ্ত খবৰ অনুসৰি সোমবাৰে বলিয়া কুকুৰটোৱে লাখটকীয়াৰ ব্যৱসায়িক অঞ্চলত কেইবাগৰাকী লোকক কামুৰি পানবজাৰ আৰু ফাঁচী বজাৰ অঞ্চলটো ত্ৰাসৰ সৃষ্টি কৰে। কুকুৰটোৰ আক্ৰমণত পুৰুষ, মহিলাকে ধৰি আহত হোৱা প্ৰায় পঞ্চাশ জন লোকৰ ভিতৰত বহু সংখ্যক লোকে জলাতংক ৰোগত আক্ৰান্ত হোৱাৰ ভয়ত মহেন্দ্ৰ মোহন চৌধুৰী হস্পাতালত চিকিৎসাধীন হয়।

বলিয়া কুকুৰটোৱে ব্যস্ত অঞ্চলত এনেদৰে জনসাধাৰণক কামুৰি ফুৰা কথাটোৱে বন বিভাগৰ দায়িত্ব আৰু জনসাধাৰণৰ সুৰক্ষাৰ দিশটোৰ ক্ষেত্ৰত তাৎপৰ্য বহন কৰিছে। পান বজাৰৰ দৰে ছাত্ৰ-ছাত্ৰীৰে ভৰি থকা অঞ্চল এটাত বলিয়া কুকুৰৰ উপদ্ৰপত স্থানীয় নাগৰিক সকলে শীঘ্ৰে বলিয়া হোৱাৰ লক্ষণ দেখা কুকুৰ বিলাকৰ ক্ষেত্ৰত কাৰ্যব্যৱস্থা গ্ৰহণ কৰাৰ বাবে বন বিভাগক আহ্বান জনায়।

Recent News

কোভিড ভেকচিন গ্ৰহণ কৰিলে মাইক্ৰ’ছফ্টৰ প্ৰতিষ্ঠাপক বিল গেইটছে

কোভিড ভেকচিন গ্ৰহণ কৰিলে মাইক্ৰ’ছফ্টৰ প্ৰতিষ্ঠাপক বিল গেইটছে

Andhr

বিটিআৰ চুক্তি দিৱসৰ দ্বিতীয় দিনা কোকৰাঝাৰত বিভিন্ন জাতি জনগোষ্ঠীৰ বাৰে বৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা

Andhra_murder_25012021

পাশৱিক: ঈশ্বৰক সন্তুষ্ট কৰিবলৈ নিজৰ দুই যুৱতী কন্যাক হত্যা কৰিলে শিক্ষক দম্পতিয়ে, ক’ত?

Violet-Baruah

ভায়োলেট বৰুৱাসহ আন ১৩ গৰাকীলৈ ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd